• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

1 year ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

10 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

1 hour ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

2 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

4 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

8 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?

editor by editor
June 19, 2025
in জীৱনশৈলী
0
২০২৫ চনত প্ৰচুৰ অৰ্থলাভ কৰিব এই ৪ৰাশিয়ে, ভৱিষ্যদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই, এই তালিকাত আপুনি আছেনে?
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাবা ভাঙ্গাক কোৱা হয় নস্ত্ৰাডামুছৰ আন এক অৱতাৰ৷ ফৰাচি জ্যোতিষবিদ আৰু ভৱিষ্যদ্বষ্ট্ৰা নস্ত্ৰাডামুছৰ দৰেই ভৱিষ্যৎ সন্দৰ্ভত বাখ্যা দিব পাৰে বাবা ভাংগাই৷ তেওঁ কৰা বহু ভৱিষ্যদ্বাণীয়েই এতিয়ালৈকে সত্য প্ৰমাণিত হৈছে৷ নস্ত্ৰাডামুছৰ তুলনাত বাবা ভাঙ্গা অৱশ্যে সাম্প্ৰতিক কালৰ মানুহ৷ ১৯৯৬ চনত তেওঁৰ মৃত্যু হৈছে৷ বজ্ৰাঘাতৰ কবলত পৰি তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল৷ কথিত আছে যে ইয়াৰপাছতেই ভৱিষ্যৎ দেখি পোৱা আশ্চৰ্যজনক ক্ষমতা তেওঁ লাভ কৰে৷

আমেৰিকাৰ ৯/১১ ৰ আক্ৰমণ, ডায়েনাৰ মৃত্যু, চেৰনোবিল বিপৰ্যয় আৰু ব্ৰেক্সিটৰ দৰে একাধিক ঘটনাৰ বহু আগতেই নিৰ্ভূল ভৱিষ্যদ্বাণী তেওঁ কৰি গৈছে৷ ২০২৫ চনত কি ঘটিব সেই বিষয়েও একাধিক ভৱিষ্যদ্বাণী তেওঁ কৰি গৈছে৷ জানি থওক ২০২৫ চন কোন কোন ৰাশিৰ বাবে শুভ? কোন কোন ৰাশিয়ে বিপুল অৰ্থালাভ কৰিব বুলি কৈ গৈছে বাবা ভাঙ্গাই?

মেষ ৰাশি

২০২৫ চনত চেষ্টা কৰামতেই ফল পাব মেষ ৰাশিৰ জাতকে৷ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী অনুসৰি এই বছৰতেই মেষ ৰাশিৰ জাতকে সকলো কাম সহজে সম্পন্ন কৰিব পাৰিব৷ এই সময়ত আপোনাৰ সন্মুখত যিসমূহ পৰিবৰ্তন আহিব সেয়া খোলা মনেৰে গ্ৰহণ কৰক৷ সাফল্যৰ পথৰ সকলো বাধা দূৰ কৰিব পাৰিব৷

বৃষ ৰাশি

২০২৫ চনত আনন্দ কৰি দিন কটাব বৃষ ৰাশিৰ জাতকে৷ এই বছৰত সকলো কামতেই সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ ২০২৫ শেষ হোৱাৰ পূৰ্বেই বৃহৎ আৰ্থিক লাভ হব বৃষ ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত সমাজ আৰু পৰিয়ালত নিজৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ বাধা আৰু সংকট দূৰ কৰি এই বছৰত আকাশলংঘী সাফল্য বৃষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি

যিসকল মিথুন ৰাশিৰ জাতক তেওঁলোকে চলিত বছৰত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব৷ নিজৰ বুদ্ধি আৰু সকলো ধৰণৰ পৰিবেশ মানি চলাৰ ক্ষমতা কামত লগাই সকলো চেলেঞ্জৰ মোকাবিলা কৰিব পাৰিব৷ এই বছৰ আৰ্থিকভাৱে উন্নতি কৰিব পাৰিব৷ ইয়াৰোপৰি ব্যক্তিত্বৰ বিকাশ ঘটিব৷ আপুনি নিজৰ সামাজিক পৰিচিতি আৰু যোগাযোগ কিমান সফলভাৱে ব্যৱহাৰ কৰিব পাৰিছে তাৰ ওপৰতেই সাফল্য বহুপৰিমাণে নিৰ্ভৰ কৰিব৷

সিংহ ৰাশি

চলিত বছৰ শেষ হোৱাৰ পূৰ্বেই ডাঙৰ কোনো সাফল্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ বিশেষ আৰ্থিক উন্নতি কৰিব পাৰিব আপুনি৷ নিজৰ পজিটিভ চিন্তাভাৱনা কামত লগাই জীৱনত ডাঙৰ পৰিবৰ্তন আনিব৷ সাফল্য লাভ কৰাৰ আৰু নিজৰ লক্ষ্যত উপস্থিত হোৱাৰ এটাৰ পাছত আনটো সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ প্ৰমোছন পাব, ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় আৰু বঢ়াব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
Next Post
তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.