• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

1 year ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

1 minute ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

41 minutes ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

14 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

14 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

14 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

15 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

16 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

18 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

19 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

19 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?

editor by editor
June 19, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
তিনি সপ্তাহত ভিতৰতেই আহিব ছুনামী! ৫ জুলাইক লৈ বাঢ়িছে বিশ্ববাসীৰ শংকা, কেনছেল হৈছে প্ৰায়সমূহ ফ্লাইটৰ টিকট, ৫ জুলাইত কি হ’ব বিশ্বত?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০৮ চনৰ ভয়াৱহ চুনামীয়ে দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ কেইবাখনো দেশ ধ্বংস কৰি পেলাইছিল৷ ২৬ ডিচেম্বৰ স্থানীয় সময় পুৱা ৭ বাজি ৫৯ মিনিটত ইন্দোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ উপকূলত ৯.১ মাত্ৰাৰ এক ভূমিকম্পই সমুদ্ৰতলত আঘাত কৰে৷ পৰবৰ্তী সাত ঘণ্টাৰ ভিতৰত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা চুনামীয়ে ভাৰত মহাসাগৰ ওফন্দাই তোলে৷ সেই অভিভাতত কঁপি উঠিছিল পূৰ্ব আফ্ৰিকা পৰ্যন্ত উপকূলীয় অঞ্চলসমূহ৷

সেই প্ৰাকৃতিক দুৰ্যোগত ১৫খন দেশৰ আনুমানিক ২ লাখ ২৮ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল৷ সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ দেশসমূহৰ মাজত ইন্দোনেছিয়া, শ্ৰীলংকা, ভাৰত, মলদ্বীপ আৰু থাইলেণ্ড আছিল অন্যতম৷ অতীতৰ সেই ভয়াৱহ স্মৃতি আকৌ উভতি আহিব পাৰে জাপানত৷ চলিত বছৰৰ জুলাই মাহতেই ঘটিব পাৰে এনে ঘটনা৷ এই ভৱিষ্যদ্বাণী কৰিছে এগৰাকী জাপানী ব্যক্তিয়ে৷ এই অদ্ভুত ভৱিষ্যদ্বাণীয়ে জাপানসহ সমগ্ৰ বিশ্বত আলোড়নো সৃষ্টি কৰিছে৷

জাপানী ব্যক্তি ৰিয়ো তাতচুকি৷ আধুনিক যুগৰ নতুন বাবা ভাঙ্গা বুলি অভিহিত কৰা হৈছে তেওঁক৷ ২০২৫ চনৰ জুলাইত জাপানত আহিব পাৰে ভয়ংকৰ এক চুনামী৷ তেওঁ কৰা ভৱিষ্যদ্বাণীমতে জাপানসহ এছিয়াৰ কিছু দেশত উদ্বেগ তৈয়াৰ হৈছে৷ তাতচুকিয়ে কৰা ভৱিষ্যদ্বাণীৰ ফলত জুনৰ শেষৰ পৰা জুলাইৰ প্ৰথম দিশত হংকং ৰ পৰা ধৰি জাপানৰ বিমানৰ টিকট বুকিং ৮৩শতাংশ কমি গৈছে বুলি এক ৰিপৰ্টত প্ৰকাশ পাইছে৷ যদিও ৰিয়োৰ দাবী যে তেওঁ এনে কোনো ভৱিষ্যদ্বাণী কৰাই নাই৷ তেওঁ সপোনত যি দেখিছে সেয়াই কৈছে৷
১৯৯৯ চনত তাতচুকিয়ে দ্যা ফিউচাৰ আই শ্বত এক বিশেষ ছবি অংকন কৰি কৈছিল যে ৫ জুলাইত জাপানত এক বৃহৎ বিপৰ্যয় আহিব৷ সতৰ্কীকৰণ হিচাপে সেই জাপানী কমিকছ গ্ৰন্থত লেখা হৈছিল, জাপান কোনো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিব৷ তাতেই স্পষ্টকৈ লিখা আছে ৫ জুলাইত জাপান আৰু ফিলিপাইন্সৰ মধ্যবৰ্তী সমুদ্ৰতলৰ তলত এক ফাঁট মেলিব৷ সেই ভূমিকম্পৰ ফলত সাগৰত বিশাল বিশাল ঢৌৰ সৃষ্টি হব৷ ইতিপূৰ্বে ঘটি যোৱা তোহোকু ভূমিকম্পতলৈ এই ঢৌ তিনিগুণ ওখ হব৷
২০১১ চনৰ ১১ মাৰ্চত জাপানৰ তোহোকুতত আহিছিল ভয়াৱহ ছুনামী৷ ৰিখটাৰ স্কেলত সেই ভূমিকম্পৰ মাত্ৰা আছিল ৯.০৷ যি জাপানৰ ইতিহাসৰ সকলোতকৈ শক্তিশালী ভূমিকম্প হিচাপে চিহ্নিত৷ মৃতকৰ সংখ্যা আছিল প্ৰায় ১৫,৮৯৪ জন আৰু নিখোঁজ হৈছিল ৩২৭২ জন৷ পানীত ভাহিছিল ফুকুচিমা পাৰমাণৱিক কেন্দ্ৰৰ একাংশ৷ ফলত তেজস্ক্ৰিয়তা পানীত বিয়পি পৰাৰ আশংকাও তৈয়াৰ হৈছিল৷ জুলাই মাহত যি দুৰ্যোগৰ শংকা তৈয়াৰ হৈছে জাপানী বাসিন্দাৰ মনত সেয়া পূৰ্বৰ ভূমিকম্প আৰু ছুনামীতকৈয়ো শক্তিশালী কিবা ঘটনা ঘটিব পাৰে৷
কভিডক লৈয়ো পূৰ্বেই সতৰ্ক কৰিছিল তাতছুকিয়ে৷ সেই ভৱিষ্যদ্বাণীও সঁচা হোৱাৰ বাবেই তাতছুকিৰ বক্তব্যৰ কিছু বিশেষ প্ৰভাৱ আছে জনতাৰ মাজত৷ বহুতৰেই বিশ্বাস যে তাতছুকিয়ে ভৱিষ্যতে কি ঘটিব সেইয়া চকুৰ সন্মুখতে অনুধাৱন কৰিব পাৰে৷ ছুনামী আৰু ভূমিকম্পৰ পূৰ্বাভাসৰ কথা বিশ্বাস কৰিছে জাপান আৰু আশেপাশে বাস কৰা বাসিন্দাসকলে৷ ফলস্বৰূপে হু হু কৰি কমিছে বিমানৰ টিকটৰ বিক্ৰি৷
হংকং এয়াৰলাইন্সে এই বছৰৰ জুলাই আৰু আগষ্টৰ বাবে দক্ষিণ জাপানৰ কামোছিমা আৰু কুমামোতোৰ দৰে চহৰসমূহত বিমান পৰিসেয়া স্থগিত কৰিছে৷ ব্লুমবাৰ্গ ইন্টেলিজেন্সৰ প্ৰতিবেদনত কোৱা হৈছে যে তাতছুকিয়ে কোৱা পূৰ্বাভাসৰ তাৰিখ যিমানেই কাষ চাপিছে সিমানেই টিকট বাতিলো বাঢ়িছে৷ হংকঙৰ পৰা বিমানৰ টিকট বুকিং বিগত বছৰৰ তুলনাত ৫০শতাংশ কমি গৈছে৷ আঞ্চলিক বিমান সংস্থাসমূহে বিশেষকৈ যিসকলে বোয়িং বিমান পৰিচালনা কৰে সেই সমূহ বিমান সংস্থাৰ টিকট বাতিলৰ হাৰ ১৫-২০ শতাংশ বৃদ্ধি পাইছে৷ এই ভৱিষ্যদ্বাণীৰ ফলত জাপানৰ পৰ্যটন শিল্পটো ধাক্কা লাগিছে৷ বিমানৰ টিকট বাতিলৰ পাছত বহু হোটেলো ক্ষতিৰ সন্মুখীন হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে৷

হংকঙৰ এক ভ্ৰমণ সংস্থাই সংবাদমাধ্যমক জনাইছে যে বসন্তকালত জাপানত চেৰিফুলৰ সমাহাৰ চাবলৈ বিশ্বৰ পৰা পৰ্যটক আহে৷ সেই বুকিঙো কমি গৈছে ৫০শতাংশ পৰ্যন্ত৷ আগন্তুক বিপৰ্যয়ৰ সম্ভাৱনাক লৈ কোনোৱে জীৱনটোক বিপদত পেলাব খোজা নাই৷ বহু ভ্ৰমণকাৰীয়ে পূৰ্বে কৰি থোৱা টিকটো কেনছেল কৰিছে৷ সংবাদ মাধ্যম দ্যা গাৰ্ডিয়ানে জনাইছে যে জাপানী চেৰিফুল চাবলৈ এই সময়ত জাপানৰ হোটেলসমূহ প্ৰায়েই বুকিং হৈ থাকে৷ বিগত বছৰৰ তুলনাত এইবাৰ হোটেল বুকিংৰ হাৰ কমিছে৷ কভিড মহামাৰীৰ পাছত কিছু ঠন ধৰি উঠা ব্যৱসায়সমূহত আকৌ ধাক্কা লাগিছে তাতছুকিৰ ভৱিষ্যদ্বাণীৰ ফলত৷

তাতছুকি তেওঁৰ অতীতৰ ভৱিষ্যদ্বাণীসমূহৰ বাবে পৰিচিত৷ তেওঁ কৰা ভৱিষ্যদ্বাণী প্ৰায়সমূহেই সত্য প্ৰমাণিত হৈছে৷ তেওঁ কেইবাটাও ঘটনাৰ ভৱিষ্যদ্বাণী কৰি গৈছে৷ ২০১১ চনৰ মাৰ্চ মাহত তোহোকুটত ভূমিকম্প আৰু ছুনামী আৰু কভিড মহামাৰী সত্য প্ৰমাণিত হৈছে৷ ২০৩০ চনত কভিডে আৰু মাৰাত্মক ৰূপ ল’ব বুলিও দাবী কৰিছে এই ভৱিষ্যদ্ৰষ্টাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
আজিৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনে যাব?

July 10, 2026
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
Next Post
লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

লক্ষ্মীবাৰে লক্ষ্মীলাভ পাঁচ ৰাশিৰ! মানিবেগ মোটা হ’ব কাৰ কাৰ? আপুনি আছেনে তালিকাত?

বিমান বন্দৰৰ আশেপাশে আপোনাৰ ঘৰ নেকি? ভঙা হ’ব পাৰে এই এলেকাৰ ভিতৰত থকা ঘৰ, কঠোৰ এইবাৰ বিমান পৰিবহন মন্ত্ৰণালয়

বিমান বন্দৰৰ আশেপাশে আপোনাৰ ঘৰ নেকি? ভঙা হ’ব পাৰে এই এলেকাৰ ভিতৰত থকা ঘৰ, কঠোৰ এইবাৰ বিমান পৰিবহন মন্ত্ৰণালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.