• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

10 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

10 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

10 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

10 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

11 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

11 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

14 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

15 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

16 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

17 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

17 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি

editor by editor
May 21, 2024
in অপৰাধ, জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
এইকেইটা নম্বৰ আপোনাৰ ৪ ডিজিট পিন নহয়তো? এতিয়াই সলনি কৰক অন্যথা হেকাৰৰ কৱলত যিকোনো মুহূৰ্ততেই পৰিব আপুনি
0
SHARES
42.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দিনে দিনে অনলাইন প্ৰতাৰণা বাঢ়িছে৷ ২০২৪ চনৰ প্ৰথম ঢাপতেই ছাইবাৰ প্ৰতাৰণা ৩৩ শতাংশলৈ বাঢ়িছে৷ এই দাবী কৰিছে চেক পয়েণ্ট ছফ্টৱেৰ টেকনজিছ লিমিটেডৰ ৰিপৰ্টে৷ অনলাইন প্ৰতাৰণাৰ পৰা বাচিবলৈ ছাইবাৰ বিশেষজ্ঞসকলৰ তৰফৰ পৰা নানা পৰামৰ্শ দিয়া হৈছে৷ কেনেকৈ সামান্য ভুলতেই সৰ্বস্বান্ত হৈছে সেই কথাও বুজাই দিছে ছাইবাৰ বিশেষজ্ঞসকলে৷ অনলাইন প্ৰতাৰণাৰ পৰা বাচিবলৈ কি কি পদ্ধতি অৱলম্বন কৰাটো জৰুৰী সেই কথাও বুজাই দিছে ছাইবাৰ বিশেষজ্ঞসকলে৷

৪ডিজিট পিন দিওঁতে এই ভুল নকৰিব

যি কোনো ছাইবাৰ আক্ৰমণৰ আটাইতকৈ সহজ পদ্ধতি হৈছে পিন হেক কৰা৷ ৪ ডিজিট পিনে একাউণ্টক সুৰক্ষিত কৰি ৰাখে৷ কিন্তু সৰু ভুলতে নিজেই নিজৰ বিপদ মাতি অনাৰ দৰে হয়৷ ৪ ডিজিট পিন চেট কৰাৰ সময়ত আমি এনে পিন চেট কৰো যি মনত ৰখা অতি সহজ৷ এইক্ষেত্ৰত ১২৩৮ যেনেকৈ ৰাখে তেনেকৈ বহুতেই নিজৰ জন্মদিন বা ফোন নম্বৰৰ প্ৰথম কিংবা শেষ চাৰিটা ডিজিট পিন হিচাপে ৰাখে৷ এই কাম কৰাটোৱেই মাৰাত্মক ভুল কাম৷

ছাইবাৰ প্ৰতাৰকে যেতিয়া আপোনাৰ মোবাইল বা কম্পিউটাৰ হেক কৰে তেতিয়া তেওঁলোকে আপোনাৰ ফোন নম্বৰ জন্মতাৰিখ বাহিৰ কৰাটো তেওঁলোকৰ বাবে বাওঁহাতৰ খেল৷ সহজেই তেওঁলোকে এই তথ্য বাহিৰ কৰি ল’ব  পাৰে৷

সকলোতকৈ ব্যৱহৃত ৪ ডিজিট পিনসমূহ কি কি?

সম্প্ৰতি এক সমীক্ষাৰ গৱেষণাত দেখা গৈছে যে এই নম্বৰকেইটা সকলোতকৈ বেছি ব্যৱহাৰ কৰে ভাৰতৰ প্ৰায়সংখ্যক লোকেই৷ এই পিনসমূহ হৈছে-

১২৩৪

১১১১

০০০০

১২১২

৭৭৭৭

১০০৪

২০০০

৪৪৪৪

২২২২

৬৯৬৯

উল্লেখিত নম্বৰসমূহৰ মাজত যদি ইয়াৰে কোনোবা এটা আপোনাৰ একাউণ্টৰ পিন হয় তেন্তে অতিশীঘ্ৰেই এই পিন সলনি কৰক৷ অন্যথা যিকোনো সময়তে প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনি৷ সেয়ে আপোনাৰ কোনো ব্যক্তিগত একাউণ্টৰ পিন বা ছচিয়েল মিডিয়াৰ পাছৱৰ্ড, নিজৰ জন্মতাৰিখ বা বছৰ, ফোন নম্বৰৰ প্ৰথম চাৰিটা নম্বৰ নতুবা শেষৰ চাৰিটা নম্বৰ কেতিয়াও নাৰাখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.