• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

3 years ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

19 minutes ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

44 minutes ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

2 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

3 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

4 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

5 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

6 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

7 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

8 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

8 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব

editor by editor
August 25, 2023
in জীৱনশৈলী, ভাৰত
0
ৰাখী পূৰ্ণিমাত ঘৰলৈ ঘৰলৈ আনক এই ৪ বিধ সামগ্ৰী, লক্ষ্মীৰ আশীৰ্বাদত আপোনাৰ ঘৰ উপচি পৰিব
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পঞ্জিকা অনুসৰি এইবাৰ ৰাখী পূৰ্ণিমা পৰ্যন্ত শাওন মাহ থাকিব৷ অৰ্থাৎ ৩১ আগষ্টলৈকে এইবাৰ শাওন মাহ চলিব৷ সেই হিচাপে আগন্তুক ৩১ আগষ্টত শাওন পূৰ্ণিমা বা ৰাখী পূৰ্ণিমা৷ শাওন মাহৰ পূৰ্ণিমাতেই পালন কৰা হয় ৰাখী বন্ধন উৎসৱ৷ হিন্দু কেলেণ্ডাৰ অনুসৰি শাওন মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত এই উৎসৱ৷ ৩০ আগষ্টৰ দুপৰীয়া ১২ বাজি ২৭ মিনিটত আৰম্ভ হ’ব এই শুভ সময়৷ পূৰ্ণিমা থাকিব ৩১ আগষ্টৰ পুৱা ৮ বাজি ৩৫ মিনিটলৈকে৷ এই তিথি অনুসৰি ৩১ আগষ্টত পালিত হ’ব ৰাখী বন্ধন৷ এই পূজা যিহেতু সন্ধিয়া কৰা হয় সেয়ে শাওন মাহৰ পূৰ্ণিমাৰ পূজা ৩০ আগষ্টত কৰা হ’ব৷ শাস্ত্ৰ অনুসৰি শাওন মাহৰ পূৰ্ণিমাত এই ৪ সামগ্ৰী ঘৰলৈ আনিলে মা লক্ষ্মী প্ৰসন্ন হয়৷

একাক্ষী নাৰিকল
ৰাখী পূৰ্ণিমাক নাৰিকল পূৰ্ণিমা বুলি কোৱা হয়৷ পুৰাণ অনুসৰি নাৰিকল মা লক্ষ্মীৰ ঘৰ৷ সেয়ে নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়৷ শাওনৰ এই পূৰ্ণিমা তিথিত একাক্ষী নাৰিকল যি পূজা কৰিলে বিপদ কমে৷ অৰ্থলাভ হয়৷

নতুন পোছাক
পূৰ্ণিমা তিথি যিহেতু লক্ষ্মীৰ উদ্দেশ্যে নিবেদিত৷ এই দিনটোত নতুন কাপোৰ কিনাটো শুভ বুলি কোৱা হয়৷ সেইদিনটো যিহেতু ৰাখী পূৰ্ণিমাও সেয়ে ভাতৃ-ভগ্নীয়েও এজনে আনজনক উপহাৰ প্ৰদান কৰে৷ এনেকৈ এই দিনটোত নতুন কাপোৰ ল’লে কৃপাদৃষ্টি সকলো সময়তে আপোনাৰ ওপৰত থাকিব৷

পলাশ ফুল
শাস্ত্ৰ অনুসৰি পলাশ ফুল লক্ষ্মীৰ অত্যন্ত প্ৰিয়৷ শাওন মাহৰ পূৰ্ণিমাত ঘৰত এজোপা পলাশ ফুলৰ গছ ৰোৱাটো শুভ৷ ইয়াৰ ফলত আপোনাৰ পৰিয়ালত সুখ আৰু সম্পদ বৃদ্ধি পাব৷ ঘৰত পলাশ ফুলৰ গছ নাথাকিলে সেই দিনটোত কেইপাহমান পলাশ ফুল ঘৰলৈ আনিব৷ ইয়াৰ ফলত লক্ষ্মীৰ আশীৰ্বাদৰ পৰা আপুনি বঞ্চিত নহ’ব৷

সোন-ৰূপ
আপুনি যদি সোন-ৰূপৰ গহনা কিনাৰ কথা ভাৱিছে তেন্তে শাওন মাহৰ পূৰ্ণিমাতেই কিনক৷ সোন বা ৰূপৰ দৰে ধাতুত লক্ষ্মীয়ে বাস কৰে বুলি কোৱা হয়৷ সোন-ৰূপ কিনাৰ বাবে শাওন মাহৰ পূৰ্ণিমাৰ দিনটো অতি শুভ৷ এই দিনটোত সোন-ৰূপৰ গহনা ঘৰলৈ আনিলে সংসাৰত স্থায়ীভাৱে লক্ষ্মীয়ে বিৰাজ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!
জীৱনশৈলী

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

March 20, 2026
Next Post
নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.