• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

3 years ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

10 minutes ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

46 minutes ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

1 hour ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

3 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

3 hours ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

15 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

16 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

16 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

17 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

18 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

19 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং

editor by editor
August 25, 2023
in উত্তৰ-পূব, প্ৰযুক্তি, বিজ্ঞান, ভাৰত
0
নিজৰ ৰাজ্যত চৌদিশে কান্দোনৰ ৰোল! কান্দোন নেওচি ইছৰোত জিলিকিল মণিপুৰৰ দুই বিজ্ঞানী নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজৰ ঘৰ জ্বলি থকাৰ পিছতো দুই মণিপুৰৰ বিজ্ঞানীয়ে দিনে নিশাই কষ্ট কৰি দেশলৈ আনিলে সফলতা। বৰ্তমান দেশজুৰি চৰ্চা লাভ কৰিছে মণিপুৰৰ দুই বিজ্ঞানীয়ে। দুই মেইটেই সম্প্ৰদায়ৰ বৈজ্ঞানিকৰ পাৰদৰ্শিতা৷ অগ্নিত জাহ গৈ থকা মণিপুৰৰ বিজ্ঞানী ব্যস্ত নিজৰ কৰ্তব্যত৷

চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণৰ এক গৌৰৱৰ মুহূৰ্তত সাক্ষী হয়। সমগ্ৰ দেশৰ এই আনন্দ উদযাপনৰ মাজতে মণিপুৰেও ইছৰোৰ চন্দ্ৰযান-৩ মিছনৰ সৈতে জড়িত হৈ থকা দুজন মেইটেই সম্প্ৰদায়ৰ বিজ্ঞানীৰ সফলতাক লৈ গৌৰৱ অনুভৱ কৰিছে। যি আনন্দ আৰু আহ্লাদিত হাঁহি সেই সুখৰ সমভাগী মণিপুৰৰ লগতে সমগ্ৰ দেশবাসী হৈ পৰিল কালিৰ দিনটোত। কিন্তু মণিপুৰৰ দুজন বিজ্ঞানী। যিয়ে নিজ ৰাজ্য জ্বলি ছাঁই হৈ গৈছে, নিজ ভাতৃ ভগ্নীক হেৰুৱাইছে সেই ৰাজ্যৰ দুজন বিজ্ঞানীয়ে কঠোৰ পৰিশ্ৰম কৰি নিজ কৰ্তব্য সম্পাদনেৰে গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ। সেই দুই মেইটেই সম্প্ৰদায় যুৱক হ’ল

নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং৷ বিষ্ণুপুৰ জিলাৰ থাঙ্গাৰ ড০ ৰঘু সিং হৈছে ইছৰোৰ বিজ্ঞানীসকলৰ ভিতৰত এজন যিয়ে চন্দ্ৰযান-৩ বৃহৎ সফলতাৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। উল্লেখ্য যে ড০ ৰঘু সিং আইআইএছচি বাংগালোৰ, আইআইটি-গুৱাহাটী আৰু ইম্ফলৰ ডিএম বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। এই দুগৰাকী মণিপুৰৰ সন্তানৰ সফলতাত বৰ্তমান উৎফুল্লিত হৈছে মণিপুৰবাসী। যদিওবা মণিপুৰৰ খবৰে সমগ্র দেশৰ লগতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তথাপি যেন মণিপুৰৰ এই দুই মেধা ছাত্ৰই নিজৰ কৰ্তব্য পালন কৰাত পিছুৱাই অহা নাছিল। বৰঞ্চ চন্দ্ৰ যান ৩ ৰ বাবে isro ৰ আন আন বিজ্ঞানীৰ দৰেই সমানেই অপৰিসীম কষ্ট কৰি বিশ্বৰ বুকুত ভাৰতৰ নাম উজলাবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
Next Post
অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

অসম্ভৱক সম্ভৱ কৰাৰ আত্মবিশ্বাস আছে! অৰ্জুনৰ সৈতে বিচ্ছেদক লৈ কি ক’লে মালাইকা আৰোৰাই?

তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

তুলনা নকৰো কিন্তু মহাকাশ গৱেষণাত ভাৰতৰ এই সাফল্যৰ পৰা পাকিস্তানে শিকিবলগা বহু কথা আছে! পাক বিদেশ মন্ত্ৰণালয়েও অৱশেষত অভিনন্দন জনালে ইছৰোৰ দলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.