• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহ-হালধি সাজু কৰক! নতুন বছৰৰ বিবাহৰ যোগ আছে এই ৪ৰাশিৰ জাতকৰ

মাহ-হালধি সাজু কৰক! নতুন বছৰৰ বিবাহৰ যোগ আছে এই ৪ৰাশিৰ জাতকৰ

2 years ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

16 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

44 minutes ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

2 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

3 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

4 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

4 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

5 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

6 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহ-হালধি সাজু কৰক! নতুন বছৰৰ বিবাহৰ যোগ আছে এই ৪ৰাশিৰ জাতকৰ

editor by editor
December 31, 2023
in জীৱনশৈলী, ভাৰত
0
মাহ-হালধি সাজু কৰক! নতুন বছৰৰ বিবাহৰ যোগ আছে এই ৪ৰাশিৰ জাতকৰ
0
SHARES
27.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ চন আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। নতুন বছৰত কোনো কোনো ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ জাতকে কিছু ভাল ফল লাভ কৰিব। জ্যোতিষ গণনা অনুসৰি এই বছৰ কেইবাটাও ৰাশিৰ জাতকে বিবাহৰ বান্ধোনত বান্ধ খাব। জন্ম আৰু মৃত্যুৰ দৰে বিয়াও আমাৰ জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা। কাৰণ বিবাহে আমাৰ জীৱনত নতুন পৰিবৰ্তন আনে। নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বেই জানি লওক ২৪ চনত কোন কোন ৰাশিৰ জাতকে এইবাৰ বিবাহত বহিব? সন্মুখৰ বছৰত এইকেইটা ৰাশিৰ জাতকে বিবাহপাশত আৱদ্ধ হ’ব।

মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ যোগ আছে। ২৪ ত মেষ ৰাশিৰ জাতকৰ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব। যিসকল চিংগল তেওঁলোকেও নতুন বছৰত মনৰ মানুহ বিচাৰি পাব।

মীন ৰাশি
২০২৪ চনত প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত ভাল খবৰ আহিব মীন ৰাশিৰ জাতকলৈ। নতুন বছৰত বিবাহপাশত আৱদ্ধ হ’ব মীন ৰাশিৰ জাতক। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ ঘৰৰ লোকসকলৰ আপত্তি থাকিলেও এই বৰ্ষত সকলোবোৰ বুজাবুজি হ’ব।

মিথুন ৰাশি
প্ৰেম আৰু বিবাহত সুখকৰ জীৱন কটাব মিথুন ৰাশিৰ জাতকে। মিথুন ৰাশিৰ জাতকে নিজৰ মনৰ মানুহক নতুন বছৰত বিবাহ কৰাব। প্ৰেমত আস্থা, বিশ্বাস আৰু ভালপোৱা বাঢ়িব।

তুলা ৰাশি
আপুনি তুলা ৰাশিৰ জাতক যদি আপোনাৰো বিবাহৰ যোগ আছে। বিশেষকৈ নতুন বছৰৰ এপ্ৰিল মাহত বিবাহৰ পূৰ্ণ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। বিবাহৰ পথত থকা সকলো বাধাই এই সময়ত আঁতৰি যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
বিৰাটতকৈ বয়সত কিমান ডাঙৰ অনুষ্কা? দুয়োৰে প্ৰেমৰ আৰম্ভণিও হৈছিল আচৰিত ধৰণেই

বিৰাটতকৈ বয়সত কিমান ডাঙৰ অনুষ্কা? দুয়োৰে প্ৰেমৰ আৰম্ভণিও হৈছিল আচৰিত ধৰণেই

সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.