• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

2 years ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

14 minutes ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

33 minutes ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

1 hour ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

2 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

2 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

2 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

3 hours ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

3 hours ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

5 hours ago
সাজঘৰ

সাজঘৰ

5 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

16 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

editor by editor
July 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক
0
SHARES
227
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ জীৱনৰ কোনো ঘনিষ্ঠ মানুহ যদি তুলা ৰাশিৰ জাতক হয় তেন্তে আপুনি নিশ্চয় লক্ষ্য কৰিছে যে তেওঁলোকে কেনেকৈ সহজতে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে৷ তুলা ৰাশিৰ জাতকৰ ফিটনেছৰ প্ৰতি আকৰ্ষণ থাকে আৰু তেওঁলোকৰ ফেশ্বন চেঞ্চো উন্নত৷ শাৰীৰিকভাৱে অত্যন্ত আকৰ্ষণীয় হয় তুলা ৰাশিৰ জাতক৷ সুন্দৰ চেহেৰা, ফেশ্ব্যনেৱল পোছাক আৰু মধুৰ স্বভাৱৰ বাবে তুলা ৰাশিৰ জাতক সকলোৰে পছন্দৰ৷ প্ৰথম দেখাতেই এওঁলোকে অন্যক মুগ্ধ কৰাৰ ক্ষমতা থাকে৷ ইয়াৰোপৰি তুলা ৰাশিৰ জাতক বুদ্ধিমান আৰু যিকোনো বিষয়তে তেওঁলোকৰ গভীৱ দখল থাকে৷

এই কাৰণেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

গল্ডেন হাৰ্টেড

তুলা ৰাশিৰ জাতক বাহিৰেৰে দেখাত কঠিন হ’লেও মানসিকভাৱে তেওঁলোক অত্যন্ত নৰম স্বভাৱৰ হয়৷ তুলাৰ জাতকক সহায় বিচাৰিলে কোনো খালী হাতে উভতিব লগা নহয়৷ এওঁলোক সকলো সময়তে ন্যায়ৰ পক্ষত থাকে৷ পৰিয়াল বা বন্ধুৰ মাজত কোনো অন্যায়ৰ স্বীকাৰ হ’লেও তেওঁলোক কাষত থিয় দিয়ে৷ তুলা ৰাশিৰ জাতকৰ ওপৰত আপুনি ভৰষা কৰিব পাৰে৷ এওঁলোকে কথা দিলে কথা ৰাখিবলৈ সম্পূৰ্ণৰূপে যত্ন কৰে৷

আশাবাদী

অত্যন্ত আশাবাদী হয় তুলা ৰাশিৰ জাতক৷ সকলো বিষয় জনাৰ আগ্ৰহ থাকে এওঁলোকৰ৷ নিজৰ বুদ্ধি, চেঞ্চ অফ হিউমাৰ আৰু সৃজনশীলতাৰে সকলোকে মুগ্ধ কৰে এওঁলোকে৷ সুন্দৰভাৱে কথা ক’ব জানে তুলা ৰাশিৰ জাতকে৷ এওঁলোকৰ মূৰত সকলো সময়তে নতুন নতুন আইডিয়াই কাম কৰে৷

সুন্দৰ ব্যৱহাৰ

সকলোৰে সৈয়ে সুন্দৰ ব্যৱহাৰ কৰে তুলা ৰাশিৰ জাতকে৷ এওঁলোকে কেতিয়াও কাকো দুৰ্ব্যৱহাৰ নকৰে৷ তুলা ৰাশিৰ জাতকে অন্যৰ মনত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পাৰে৷ খেলৰ পৰা ব্যৱসায়, ফেশ্বনৰ পৰা ৰাজনীতি সকলো বিষয়তেই এওঁলোকৰ জ্ঞান থাকে৷

দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা

কঠিন বিষয়ত দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকে তুলা ৰাশিৰ জাতকৰ ওপৰত৷ সেয়ে বহুতেই তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে৷ মূৰ ঠাণ্ডা ৰখাৰ সঠিক সিদ্ধান্ত তেওঁলোকে দিব পাৰে৷ প্ৰতিটো সমস্যা যুক্তিৰে বিচাৰ কৰি তেওঁলোকে সমাধান ওলিয়াবলৈ যত্ন কৰে৷

স্মাৰ্ট আৰু ডিপ্লমেটিক

তুলা ৰাশিৰ জাতক অত্যন্ত স্মাৰ্ট৷ তেওঁলোকে যিকোনো পৰিস্থিতি মেনেজ কৰিব জানে৷ সমস্যা এৰাবলৈ মধ্যপন্থা অৱলম্বন কৰিব জানে তুলা ৰাশিৰ জাতকে৷ এওঁলোকে সকলো সময়তে শান্তি বজায় ৰখাৰ চেষ্টা কৰে৷ যিমান সম্ভৱ অশান্তিত নোহোমাই এই ৰাশিৰ জাতক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা
বিনোদন

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

June 7, 2026
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ
ভাৰত

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

June 7, 2026
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে
জীৱনশৈলী

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

June 7, 2026
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ
জীৱনশৈলী

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

June 7, 2026
Next Post
৭২ বছৰৰ পাছত শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

৭২ বছৰৰ পাছত শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

মহাকাশত বিজ্ঞানীয়ে লাভ কৰিছে স্বাধীন গ্ৰহ, এই গ্ৰহত জীৱ আছেনে?

মহাকাশত বিজ্ঞানীয়ে লাভ কৰিছে স্বাধীন গ্ৰহ, এই গ্ৰহত জীৱ আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.