• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ৰী শনিৰ প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত, জটিলতা আহিব পাৰে এই ৫ৰাশিৰ জীৱনলৈ, কোন কোন ৰাশিৰ জাতক সাৱধান হ’ব?

বক্ৰী শনিৰ প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত, জটিলতা আহিব পাৰে এই ৫ৰাশিৰ জীৱনলৈ, কোন কোন ৰাশিৰ জাতক সাৱধান হ’ব?

1 year ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

3 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

3 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

3 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

4 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

5 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

5 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

7 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

8 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

9 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

11 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বক্ৰী শনিৰ প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত, জটিলতা আহিব পাৰে এই ৫ৰাশিৰ জীৱনলৈ, কোন কোন ৰাশিৰ জাতক সাৱধান হ’ব?

বক্ৰী শনিৰ প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত, জটিলতা আহিব পাৰে এই ৫ৰাশিৰ জীৱনলৈ, কোন কোন ৰাশিৰ জাতক সাৱধান হ’ব?

editor by editor
July 7, 2025
in বিবিধ, ভাৰত
0
বক্ৰী শনিৰ প্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰত, জটিলতা আহিব পাৰে এই ৫ৰাশিৰ জীৱনলৈ, কোন কোন ৰাশিৰ জাতক সাৱধান হ’ব?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩ জুলাইত শনিয়ে গতি সলনি কৰি বক্ৰীগতি কৰিব৷ ইয়াৰ ফলত ৰাশিচক্ৰৰ ১২ টা ৰাশিৰ জীৱনতেই কিছু পৰিবৰ্তন পৰিলক্ষিত হব৷ সকলোৱেই যে ইয়াৰ ফলত বেয়া ফল পাব তেনে নহয়৷ বহু মানুহৰেই জীৱনত শনিৰ এই বক্ৰিগতী আশীৰ্বাদ ৰূপে নামি আহিব পাৰে৷ কিন্তু বহুতৰেই জীৱনত ইয়াৰ বেয়া প্ৰভাৱো পৰিব৷ শনিৰ গতি পৰিবৰ্তনৰ ফলত কেইবাটাও ৰাশিয়ে কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে৷ জানি থওক তালিকাত কোন কোন ৰাশি আছে?

শনিৰ বক্ৰিগতিৰ ফলত কোনে কোনে কৰ্মক্ষেত্ৰত বেয়া ফল পাব?

মেষ ৰাশি

শনিৰ বক্ৰিগতি প্ৰাপ্ত হোৱাত মেষ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত নানান জটিলতাৰ মুখত পৰিব পাৰে৷ বৰ্তমান আপুনি যি প্ৰতিষ্ঠানৰ সৈতে যুক্ত আছে সেই প্ৰতিষ্ঠানত আৰু থাকিবলৈ মন নকৰিবও পাৰে৷ কিন্তু অন্য কোনো ভাল সুযোগো আপুনি নাপাব৷ ফলত অৱসাদে আপোনাক গ্ৰাস কৰিব পাৰে৷ ধৈৰ্য ধৰি থাকক, সমস্যাৰ পৰিমাণ কিছু পৰিমাণে হলেও কমিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাই পেছাগত জীৱনত বিভ্ৰান্তিৰ মুখত পৰিব পাৰে৷ সাফল্যৰ পথত নানান বাধাৰ সন্মুখীন হব পাৰে৷ কৰ্মক্ষেত্ৰত এনে কোনো পৰিবৰ্তন আহিব পাৰে যিয়ে আপোনাৰ পদোন্নতিৰ পথত বাধা হৈ থিয় দিব৷ খং বা জেদৰ বশত কোনো কাম নকৰিব৷ ইয়াৰ ফলত আপোনাৰ ক্ষতি হ’ব৷ ধৈৰ্য্য ধৰি, ঠাণ্ডা মগজুৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰক৷ সফলতা ঠিকেই আহিব৷
সিংহ ৰাশি

শনিৰ বক্ৰিগতিৰ প্ৰভাৱত সিংহ ৰাশিৰ ব্যক্তিয়ে অন্যান্য সময়ৰ তুলনাত বেছি মাত্ৰাত আৱেগপ্ৰৱণ হৈ পৰিব পাৰে৷ ইয়াৰ কুপ্ৰভাৱ পৰিব কৰ্মক্ষেত্ৰৰ ওপৰত৷ আৱেগত পৰিলে চাকৰি হেৰুৱাব পাৰে৷ চাকৰি নেহেৰুৱালেও কৰ্মক্ষেত্ৰত নানান জটিলতাৰ মুখত পৰিব পাৰে৷ আৱেগত ভুল নগলে এই সমস্যাৰ পৰা কিছু পৰিমানে ৰেহাই পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাৰ সৈতে সহকৰ্মীসকলৰ মাজত সম্পৰ্ক ছেদ হ’ব পাৰে৷ শনিৰ বক্ৰিগতিৰ প্ৰভাৱত কামৰ স্থানত নানান সমস্যাত পৰিব পাৰে৷ সহকৰ্মীসকলে আপোনাৰ সংগ নিদিব পাৰে৷ প্ৰতিষ্ঠানৰ ওপৰৰ পৰা মন উঠি যাব পাৰে৷ কিন্তু হঠকাৰিতাৰে কৰা কাম ঠিক নহব৷ এই সময়ত নতুন কামৰ সন্ধান পাবলৈ গলে কোনো লাভ নহব৷ কাৰণ মনৰ মতে চাকৰি নাপাব৷ ফলত মন আৰু অশান্ত হৈ উঠিব৷

কুম্ভ ৰাশি

শনিৰ বক্ৰিগতিৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ মন চঞ্চল হৈ উঠিব৷ যাৰ ফলত কামৰো ক্ষতি হব৷ ইয়াৰ কু প্ৰভাৱ আপোনাৰ আয়ক্ষেত্ৰৰ ওপৰতো পৰিব৷ যি পৰিমাণে পৰিশ্ৰম কৰিব সেই পৰিমাণে অৰ্থ লাভ নকৰে৷ ফলত অৱসাদগ্ৰস্থ হৈ পৰিব পাৰে৷ কোনো সহজ পদ্ধতিৰে আয় কৰিবলৈ গলে ঠগ খাব পাৰে৷ নিজৰ ব্যয়ৰ ওপৰত নজৰ ৰাখি চলক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
বছৰত পাব লাখ টকাতকৈ বেছি সুদ, নিশ্চিত অৱসৰ, বিনিয়োগ কৰক পোষ্ট অফিচৰ এই প্ৰকল্পত

বছৰত পাব লাখ টকাতকৈ বেছি সুদ, নিশ্চিত অৱসৰ, বিনিয়োগ কৰক পোষ্ট অফিচৰ এই প্ৰকল্পত

সূৰ্য-কেতুৰ স্থান সলনি, সোমবাৰৰ পৰাই আৰম্ভ হ’ব ৩ৰাশিৰ গোল্ডেন টাইম! হাতলৈ আহিব কুবেৰৰ ধন, চাকৰিত ডাঙৰ খবৰ

সূৰ্য-কেতুৰ স্থান সলনি, সোমবাৰৰ পৰাই আৰম্ভ হ’ব ৩ৰাশিৰ গোল্ডেন টাইম! হাতলৈ আহিব কুবেৰৰ ধন, চাকৰিত ডাঙৰ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.