এটা ব্যতিক্ৰমী চোৰৰ কাহিনী। আপুনিও চ্যেলুট কৰিব। ঘূৰাই দিলে চুৰি কৰি নিয়া বস্তু। ভেকচিন চুৰি কৰিছিল চোৰটোৱে। অনুতপ্ত হৈ চোৰে চিঠিত লিখিলে- sorry, গম পোৱা নাছিলো ক’ৰোনাৰ ঔষধ বুলি।