• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

2 years ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

7 minutes ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

51 minutes ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

18 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

19 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

19 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

20 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

21 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

21 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

22 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

22 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

23 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰানৰ সেনাঘাঁটিক লক্ষ্য কৰি এটাৰ পাছত আনটো আক্ৰমণ চলাইছে ইজৰাইলে৷ শনিবাৰৰ এই আক্ৰমণৰ পাছতেই এতিয়া আকাশীসীমা সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে ইৰান আৰু দুই দেশ চিৰিয়া, ইৰাকে৷

ফ্লাইটৰা়ডাৰ২৪ৰ তথ্য অনুসৰি এই তিনি দেশৰ আকাশসীমাৰে কোনো বিমান যাতায়াত চলা নাই৷ যদিও আক্ৰমণৰ পাছৰে পৰাই ইৰানে দাবী কৰিছে যে বিমান পৰিসেৱা আৰম্ভ কৰা হৈছে৷ অন্যহাতে ইৰাকে জনাইছে যে নিৰাপত্তাৰ স্বাৰ্থতেই তেওঁলোকে আকাশসীমা বন্ধ কৰি থৈছে৷ আক্ৰমণৰ প্ৰভাৱত যাতে কোনো অসামৰিক বিমান ক্ষতিগ্ৰস্থ নহয় তাৰবাবে নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে আকাশীপথ বন্ধ ৰাখিছে৷ আক্ৰমণৰ প্ৰভাৱ যাতে কোনো অসামৰিক বিমানৰ ওপৰত নপৰে তাৰবাবে এই সিদ্ধান্ত লোৱা বুলি জনাইছে সেই দেশৰ সংবাদমাধ্যমসমূহে৷ ইৰাণত আক্ৰমণৰ পাছৰে পৰাই আকাশসীমা সুৰক্ষিত ৰখাৰ পদক্ষেপ লৈছে ইৰাকে৷

অন্যহাতে চিৰিয়াইয়ো দাবী কৰিছে, গোলান হাইটছৰ পৰা বিমান আক্ৰমণ চলাইছে ইজৰাইলে৷ ইৰানত শনিবাৰে ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছতেই আকাশসীমা সুৰক্ষা ব্যৱস্থাক আৰু কটকটীয়া কৰা হৈছে৷ বন্ধ ৰখা হৈছে আকাশীপথ৷ বিগত ১ অক্টোবৰত ইজৰাইলে ২০০ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছিল ইৰানৰ বিৰুদ্ধে৷ সেই আক্ৰমণৰ ঘটনাৰ প্ৰতিশোধ ল’বলৈকে ইৰানৰ ওপৰত আক্ৰমণ চলাইছে ইজৰাইলে৷ বিগত কেইবাসপ্তাহ ধৰি ইজৰাইলে চলাই থকা আক্ৰমণত হিজবুল্লা প্ৰধান নাছৰাল্লাসহ কেইবাজনো শীৰ্ষনেতা নিহত হৈছে বুলি দাবী কৰিছে ইজৰাইলে৷

ইৰানৰ ওপৰিও লেবাননতো আক্ৰমণ চলাইছে ইজৰাইলে৷ লেবাননত আক্ৰমণ চলোৱা বন্ধ নকৰিলে পৰিণতি ভাল নহ’ব বুলি ধমকিও দিছে ইৰানে৷ কেৱল সেয়াই নহয়, ইৰানে আক্ৰমণ চলালে তাৰ বিপৰীতে জবাব দিবলৈ প্ৰস্তুত বুলি ইজৰাইলেও ধমক দিছে৷ কেইটামান দিন পূৰ্বে ড্ৰোণ আক্ৰমণো চলোৱা হৈছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বাসভৱনত৷ তাৰপিছতেই ইয়াৰ জৱাব দিয়া হ’ব বুলি জনাইছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
Next Post
বিদায় ক্ষণ সমাগত… পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

বিদায় ক্ষণ সমাগত... পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

ডানাৰ মাজতেই ২২০১টা শিশুৰ জন্ম ওড়িশাত, বহুতেই সন্তানৰ নাম থৈছে ‘ডানা’ আৰু ‘ডানাবতী’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.