• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

1 year ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

19 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

3 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

4 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

5 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

7 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

7 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

7 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

8 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

9 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?

editor by editor
May 14, 2025
in বিবিধ, বিশ্ব
0
তিনি দিনত তিনিটা ভূমিকম্প, সকলোৰে অগোচৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিছে নেকি পাকিস্তানে?
0
SHARES
532
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত বিগত কেইবাদিনত কেইবাটাও ভূমিকম্পই আঘাত কৰিছে৷ ইয়াৰ ফলত অনলাইন আৰু কূটনৈতিক মহলজুৰি চলিছে আলোচনা৷ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰতেই প্ৰত্যাঘাত কৰিছে পাকিস্তানক৷ এই প্ৰত্যাক্ৰমণৰ পাছতেই দুই দেশৰ মাজত চৰম উত্তেজনাই বিৰাজ কৰিছিল৷ যুদ্ধকালিন পৰিস্থিতিয়েও বিৰাজ কৰিছিল দুই দেশৰ মাজত৷ তেনে সময়তেই পাকিস্তানৰ উত্তৰ আৰু পশ্চিমাঞ্চলত এই ভূমিকম্পৰ ঘটনাই বহুতৰে মনত প্ৰশ্ন উত্থাপন কৰিছে৷ সকলোকে আন্ধাৰত ৰাখি পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰিছিল নেকি পাকিস্তানে সেই আলোচনাও উঠিছে৷

বিগত সোমবাৰে পাকিস্তানত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল৷ ৰিখটাৰ স্কেলত সেই ভূমিকম্পৰ মাত্ৰা আছিল ৪.৬৷ ১০ মে’ত এদিনতে দুটাকৈ ভূমিকম্প আহিছে পাকিস্তানত৷ দ্বিতীয়টো কম্পনৰ মাত্ৰা আছিল ৪৷ যদিও ভূ বিজ্ঞানীয়ে এই ভূমিকম্পৰ কাৰণ হিচাপে টেকটনিক প্লেটৰ লৰচৰ কৰা বুলি দাবী কৰিছে কিন্তু এই ভূমিকম্পক বহুতেই সাম্প্ৰতিক সময়ৰ সামৰিক অভিযানৰ এক অংশ বুলি দাবীও কৰিছে৷

এটা ভিডিঅ’ত এজন ছচিয়েল মিডিয়া ইউজাৰকাৰীৰ দাবী যে, কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক ঘাঁটিৰ কাষতেই এই ভূমিকম্প কিয়?’ ১৩ দিনত চাৰিটাকৈ ভূমিকম্প ৰহস্যজনক৷ ৩০ এপ্ৰিল, ৫, ১০ আৰু ১২ মেত ভূমিকম্পৰ কম্পন অনুভূত হৈছে৷ প্ৰাকৃতিক ঘটনা নে এটা ভূগৰ্ভত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ লক্ষণ বা সামৰিক কাৰ্যকলাপৰ লক্ষণ৷ ভূমিকম্পৰ কেন্দ্ৰ প্ৰায় একেই৷ কেইবাজনেও দাবী কৰিছে, এই কম্পনসমূহ গোপন পাৰমাণৱিক পৰীক্ষাৰ সৈতে যুক্ত হ’ব পাৰে৷ তেওঁলোকৰ যুক্তি, পাকিস্তানে ইয়াৰ পূৰ্বেও ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলাইছে, বিশেষকৈ ১৯৯৮ চনত ছাগাই পাহাৰতো এই কম্পন হৈছিল৷ এই ধৰণৰ পৰীক্ষা চলিলে প্ৰায়েই ভূমিকম্পৰ দৰে কম্পন ৰিখটাৰ স্কেলত ধৰা পৰে৷

নেশ্ব্যনেল ভূকম্পন কেন্দ্ৰৰ ডাইৰেক্টৰ ও পি মিশ্ৰই অৱশ্যে এই দাবীক নস্যাৎ কৰিছে৷ সৰ্বভাৰতীয় সংবাদ সংস্থা পিটিআইক তেওঁ জনাইছে, ‘পাৰমাণৱিক বিস্ফোৰণৰ ধৰণ পৃথক৷ প্ৰাকৃতিক ভূমিকম্পৰ দুটাকৈ ধাপ থাকে৷ কিন্তু পাৰমাণৱিক বিস্ফোৰণৰ এটা স্বতন্ত্ৰ ধাপ আছে৷ এটা পাৰমাণনিক বিস্ফোৰণৰ পাছত ভূপৃষ্ঠৰ প্ৰতিধ্বনিৰ কাৰণে ঘটে৷ ছিচমগ্ৰাফসমূহ স্পষ্টভাৱে চিনাক্ত কৰিব পাৰি৷

আন এগৰাকী ভূকম্পবিদে জনাইছে যে ছিচমোগ্ৰাফত পাৰমাণৱিক বিস্ফোৰণৰ ৰেকৰ্ড পৃথকভাৱে পৰীক্ষা কৰা হয়৷ তেওঁ কয়, ‘পূৰ্ববৰ্তী ভূমিকম্পসমূহ বিভিন্ন স্থানত হৈছে৷ বিভিন্ন অঞ্চলত পাৰমাণৱিক ঘাঁটি থকা সম্ভৱ নহয়৷’ পাকিস্তান ভাৰত আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ মাজত সক্ৰিয় সীমনাত অৱস্থিত৷ বালুচিস্তান, খাইবাৰ পাখতুনখাৱা আৰু গিলগিট বালতিস্তানৰ দৰে প্ৰদেশসমূহ ভূমিকম্পপ্ৰৱণ এলেকাৰ ভিতৰত পৰে৷ ভূমিকম্পৰ সময় দেখি বহুতেই ভ্ৰু কুঁচাইছে৷ বহুতৰে ধাৰণা কোনো ধৰণৰ উত্তেজনা অবিহনেই নিজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত লাগিছে পাকিস্তান৷ বহুতৰে মতে উত্তেজনাৰ পৰিবেশত প্ৰাকৃতিক ঘটনাসমূহ কাকতালীয় বুলিও বাখ্যা কৰা হৈছে৷\

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!
জীৱনশৈলী

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

August 27, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

August 27, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

August 27, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

August 27, 2026
Next Post
২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

২২ দিনৰ পাছত চিৰবৈৰী পাকিস্তানে এৰি দিলে ভাৰতীয় জোৱান পূৰ্ণমক, BSF জোৱানৰ মুকলিৰ পাছতেই স্বস্তিৰ নিঃশ্বাস পৰিয়ালৰ

টেষ্টৰ পৰা অৱসৰৰ পিছত বিৰাট – ৰোহিতৰ কেন্দ্ৰীয় চুক্তিৰ শাখা সলনি হ’ব নেকি? বিচিচিআইৰ দৰমহা হ্ৰাস পাব নেকি?

টেষ্টৰ পৰা অৱসৰৰ পিছত বিৰাট - ৰোহিতৰ কেন্দ্ৰীয় চুক্তিৰ শাখা সলনি হ’ব নেকি? বিচিচিআইৰ দৰমহা হ্ৰাস পাব নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.