• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?

লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?

10 months ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

36 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

1 hour ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

2 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

17 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

19 hours ago
অত্যাধিক পানী সেৱনে বিপদত পেলাব পাৰে আপোনাক, কষ্ট পায় শৰীৰে!

অত্যাধিক পানী সেৱনে বিপদত পেলাব পাৰে আপোনাক, কষ্ট পায় শৰীৰে!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?

লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?

editor by editor
June 4, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
লেথাৰিকৈ তিনি নিশা টোপনি কম হৈছে? জানক কি ভয়ংকৰ ক্ষতি হৈছে শৰীৰৰ? হাৰ্টে কাম কৰা বন্ধ কৰিব নেকি?
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱন মানেই নানান জটিলতাৰ মাজেৰে আগুৱাই যোৱা৷ কাৰোবাৰ যদি কামৰ চাপ, কাৰোবাৰ আকৌ ব্যক্তিগত জীৱনক লৈ চিন্তা৷ কাৰোবাৰ আকৌ চিফ্টিং ডিউটি৷ যাৰ বাবে টোপনিত খেলিমেলি হয় বহুজনৰ৷ কিন্তু জানেনে লেথাৰিকৈ তিনি নিশা যদি পৰ্যাপ্ত টোপনি নহয় তেন্তে কি কি মাৰাত্মক ক্ষতি হয় হাৰ্টৰ? গৱেষণাই কয় এদিনত এজন ব্যক্তিক ৮ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ এই টোপনিৰ পৰিমাণ যদি কমি ৪ঘণ্টা হয় তেন্তে ভয়ংকৰ বিপদ৷ তিনিনিশা যদি এজন ব্যক্তিয়ে গড়ে ৪ঘণ্টাকৈহে শুৱে তেন্তে হাৰ্টৰ সমস্যাৰ সম্ভাৱনা বাঢ়ি যায়৷

এই বিষয়ক লৈ ১৬ জন ব্যক্তিৰ মাজত বিশেষ গৱেষণা কৰা হৈছে৷ ১৬জনৰ ভিতৰত ৮জনে এদিনত ৮ঘণ্টাকৈ শুৱে৷ অন্য ৮জনে এদিনত ৩-৪ ঘণ্টা শুৱে৷ দুই দলকেই পুৱা ৱাৰ্কআউট কৰোৱা হৈছে৷ ৱাৰ্কআউটৰ পূৰ্বে তেওঁলোকৰ তেজ পৰীক্ষা কৰা হৈছে৷ সেই পৰীক্ষাত ৯০ধৰণৰ পৃথক প্ৰটিন পোৱা গৈছে তেজত৷ টোপনিৰ অভাৱ যিসকলৰ সৈতে তেওঁলোকৰ হৃদৰোগৰ সৈতে সম্পৰ্কিত কেইবাটাও লক্ষণ ধৰা পৰিছে৷ যত ব্যায়ামে শৰীৰত স্বাস্থ্যকৰ প্ৰটিনৰ মাত্ৰা বঢ়ায় এই ক্ষেত্ৰত টোপনিৰ অভাৱত যিসকলে ভূগিছে তেওঁলোকে ৱাৰ্কআউট কৰি আৰু দুৰ্বল হৈ পৰাহে ধৰা পৰিছে৷ সেয়ে গৱেষকে কৈছে যে টোপনিয়েই এজন ব্যক্তিৰ সুস্থ জীৱনৰ মূল চাবিকাঠি৷ সুস্থ থকাৰ বাবে সৃজনশীলতা বঢ়াবৰ বাবে টোপনিৰ অত্যন্ত প্ৰয়োজন আছে৷ পৰিস্থিতি যেনেকুৱাই নহওক কিয় দিনত অন্তত ৮ঘণ্টাকৈ শুবলৈ যত্ন কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা
শিক্ষা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

April 3, 2026
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ
বাণিজ্য

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

April 3, 2026
Next Post
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

অপাৰেছন সেন্দূৰৰ সময়তে বিয়া কৰালে খান ছাৰে, খান ছাৰৰ পত্নী কোন? জানি থওক খান ছাৰৰ পত্নীৰ প্ৰকৃত পৰিচয়

অপাৰেছন সেন্দূৰৰ সময়তে বিয়া কৰালে খান ছাৰে, খান ছাৰৰ পত্নী কোন? জানি থওক খান ছাৰৰ পত্নীৰ প্ৰকৃত পৰিচয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.