• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 weeks ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

2 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

2 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

2 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

3 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

4 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

4 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

6 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

6 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

7 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

8 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

অভিযুক্ত ৩ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে?

editor by editor
October 5, 2026
in অপৰাধ, ভাৰত, লেখা
0
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিটেনচন চেণ্টাৰত আটক হৈ থকা এগৰাকী বাংলাদেশী মহিলাক তিনিজন আৰক্ষী কৰ্মীয়ে ধ*ৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঝাৰখণ্ডৰ হাজাৰীবাগ ডিটেনচন চেণ্টাৰত এই ঘটনা সংঘটিতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক সন্দৰ্ভত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। ইতিমধ্যে অভিযুক্ত তিনি কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে তেওঁলোকক নিলম্বন কৰা হৈছে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এন প্ৰসাদ আৰু ন্যায়াধীশ অখিল কুমাৰৰ বিচাৰপীঠত সোমবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা আদালতক জনোৱা হয় যে মহিলাগৰাকীৰ সৈতে সংঘটিত ধ*ৰ্ষণৰ অভিযোগৰ ভিত্তিত তিনিজন কনিষ্টবলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক নিলম্বন কৰা হৈছে। আনহাতে, ঝাৰখণ্ড ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণে (DLSA) আদালতত দাখিল কৰা প্ৰতিবেদনতো তিনিজন আৰক্ষী কৰ্মীৰ বিৰুদ্ধে মহিলাগৰাকীক ধ*ৰ্ষণৰ অভিযোগৰ উল্লেখ আছে।
আদালতে ডিটেনচন চেণ্টাৰত থকা সময়ছোৱাত মহিলাগৰাকীক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব। লগতে ৰাজ্য চৰকাৰে দাখিল কৰা উত্তৰৰ ওপৰত আবেদনকাৰীক প্ৰতি-উত্তৰ দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে।

শুনানিৰ সময়ত ৰাজ্য চৰকাৰে আদালতক জনায় যে মহিলাগৰাকীক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে ২০২৩ চনৰ পৰাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ চিঠি প্ৰেৰণ কৰি অহা হৈছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো উত্তৰ লাভ কৰা হোৱা নাই।
এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাকো আদালতে উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে, অভিযুক্ত ৩ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰত কোনবোৰ ধাৰা প্ৰয়োগ কৰা হৈছে, সেই বিষয়তো আদালতে প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত মহাধিবক্তা ৰোহিত্য ৰায়ে আদালতক আশ্বাস দিয়ে যে প্ৰয়োজন অনুসৰি এজাহাৰত উপযুক্ত সংশোধন কৰা হ’ব।

মহিলাগৰাকীক দীৰ্ঘদিন ধৰি আটক কৰি ৰখাক লৈও আদালতে চৰকাৰক প্ৰশ্ন কৰে। আদালতে মৌখিকভাৱে জানিব বিচাৰে যে যদি ২০২১ চনত বিদেশী আইন উলংঘনৰ গোচৰত মহিলাগৰাকীক তিনিবছৰৰ কাৰাদণ্ড দিয়া হৈছিল, তেন্তে শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো তেওঁক বাংলাদেশলৈ কিয় ঘূৰাই পঠিওৱা নহ’ল? তেওঁক ডিটেনচন চেণ্টাৰত ৰখাৰ প্ৰয়োজন কিয় হ’ল? আদালতে এইটোও প্ৰশ্ন কৰে যে ২০২৫ চনত মহিলাগৰাকীৰ বিৰুদ্ধে পুনৰ বিদেশী আইন অনুসৰি গোচৰ ৰুজু কৰা হৈছিল। কিন্তু ২০২৬ চনত সেই গোচৰতে তেওঁক আদালতে খালাছ কৰে। তেন্তে সেই ৰায়ৰ বিৰুদ্ধে চৰকাৰে কিয় আপীল নকৰিলে?

শুনানিৰ সময়ত উপস্থিত থকা গৃহ সচিবে আদালতক জনায় যে মহিলাগৰাকীক বাংলাদেশলৈ পঠিওৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছিল। কিন্তু বাংলাদেশৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, মহিলাগৰাকীৰ বিৰুদ্ধে ২০১৮ চনত দুটা গোচৰ ৰুজু হৈছিল। ইয়াৰে এটা আছিল এটি শিশুক অপহৰণৰ গোচৰ আৰু আনটো বিদেশী আইন সম্পৰ্কীয় গোচৰ। শিশু অপহৰণৰ গোচৰত মহিলাগৰাকীক দুবছৰৰ কাৰাদণ্ড দিয়া হৈছিল। আনহাতে, ২০২১ চনত বিদেশী আইন সম্পৰ্কীয় গোচৰত তেওঁক তিনি বছৰৰ কাৰাদণ্ড দিয়া হয়। কাৰাদণ্ডৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত মহিলাগৰাকীক হাজাৰীবাগ ডিটেনচন চেণ্টাৰলৈ স্থানান্তৰ কৰা হয়। ২০২৫ চনৰ শেষৰ ফালে তেওঁ ডিটেনচন চেণ্টাৰৰ পৰা পলাই যায়। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে বিদেশী আইন অনুসৰি পুনৰ এটা গোচৰ ৰুজু কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

October 25, 2026
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে
বাণিজ্য

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

October 25, 2026
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?
জীৱনশৈলী

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

October 25, 2026
Next Post
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.