• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা

কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা

2 years ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

7 minutes ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

54 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

1 hour ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

2 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

5 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

5 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

6 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

8 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

8 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

9 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা

editor by editor
April 5, 2024
in জীৱনশৈলী
0
কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ শনিবাৰে এই তিনি ৰাশিৰ উজলি উঠিব ভাগ্য, বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা

কাইলৈ শনিবাৰৰ দিনটো তিনি ৰাশিৰ জাতক-জাতিকাৰ বাবে অতিকে শুভ দিন। কাইলৈ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে পূৰণ কৰিব মনোকামনা। সত্যত থাকি নিষ্ঠাৰে কাম কৰিলে শনিগ্ৰহইয়ো কামত সফল হোৱাত সহায় কৰিব।

মেষ ৰাশি-
এই ৰাশিৰ জাত-জাতিকাৰ বাবে কালিৰ দিনটো অতিকে শুভ, কঢ়িয়াই আনিব সুখ। যদি আপুনি আপোনাৰ ইতিবাচক চিন্তাধাৰাক অৰ্থপূৰ্ণ কামত ব্যৱহাৰ কৰে তেন্তে আপোনাৰ সৃষ্টিশীল প্ৰতিভা সকলোৰে আগত প্ৰকাশ পাব আৰু মানুহৰ মাজত আপোনাৰ সন্মান বাঢ়িব। ভগৱান বিষ্ণুৰ আশিৰ্বাদত শত্ৰু নাশ হ’ব। আৰ্থিক দিশটো স্বাভাৱিক হ’ব। সন্ধিয়াটো ভাই-ভনীৰ সৈতে আনন্দত কটাব। মেন মিলা আলহীৰ আগমনৰ ভাল খবৰ পাব পাৰে। জীৱনত চলি থকা সমস্যাবোৰৰ অন্ত পৰিব।

সিংহ ৰাশি-
কালিৰ দিনটো লাভজনক বুলি প্ৰমাণিত হ’বলৈ গৈ আছে। আপুনি আগতে কৰা সৰু সৰু কামৰ পৰাও ইতিবাচক ফলাফল পাব। সফলতা সৰু হ’ব পাৰে কিন্তু নিৰন্তৰ হৈ থাকিব, ইয়াৰ ফলত আপোনাৰ ইতিবাচক চিন্তাৰ সৃষ্টি হ’ব। অফিচৰ কাম কৰি থাকোঁতে মনোযোগ বজাই ৰাখিব। যি দায়িত্ব পাওক, আপোনাৰ জ্ঞানেৰে ভালদৰে পালন কৰিব। প্ৰপাৰ্টি ডিলাৰ হোৱা মানুহে ভাল কাম কৰিব, আৰু আপুনি আপোনাৰ সকলো বাকী থকা ধন ঘূৰাই পাব। স্বাস্থ্য পূৰ্বতকৈ ভাল হৈ থাকিব।

মকৰ ৰাশি
আপোনাৰ বাবে এক সুন্দৰ দিন হ’বলৈ গৈ আছে কালিৰ দিনটো। মা লক্ষ্মীৰ কৃপাত আপুনি হঠাৎ আৰ্থিক লাভৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ কিনিব পাৰিব। ভুল চিন্তা আঁতৰাই নিজকে উন্নত কৰিবলৈ সক্ষম হ’ব। খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ স্বভাৱৰ নেতিবাচক দিশবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক। কামৰ সলনি নতুন সুযোগ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে কালিৰ দিনটো এটা ভাল দিন, ব্যৱসায় বৃদ্ধি পাব। পুৰণি ক্লায়েণ্টৰ পৰা ভাল সুবিধা পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: daily horoscopeGood Dayhoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!
জীৱনশৈলী

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

July 7, 2026
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 7, 2026
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

July 7, 2026
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব
জীৱনশৈলী

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

July 7, 2026
Next Post
ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ

ৰঙা কল, ক'লা আপেল, তেজ সুমথিৰা... খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ

শনিবাৰ বিশেষ ৰাশিফল, এই সকল লোকে ক্ৰোধ সম্বৰণ কৰক…ভাগ্যদেৱীয়ে আহি ধৰা দিব হাতত

শনিবাৰ বিশেষ ৰাশিফল, এই সকল লোকে ক্ৰোধ সম্বৰণ কৰক...ভাগ্যদেৱীয়ে আহি ধৰা দিব হাতত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.