• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত

বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত

1 year ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

23 minutes ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

1 hour ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

3 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

3 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত

বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত

editor by editor
December 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত
0
SHARES
743
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ ডিচেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই দিনজুৰি তুলা ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি পুহৰ কৃষ্ণা একাদশী তিথি৷ আতি নিশা ১২ বাজি ৪৩ মিনিট পৰ্যন্ত একাদশী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা দ্বাদশী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি আজি সুকৰ্ম যোগ আৰু ধৃতি যোগৰ প্ৰভাৱ থাকিব৷ আজি প্ৰথমে থাকিব স্বাতী নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

২৬ ডিচেম্বৰ ধৃতি যোগত লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ৷ পেছাগত জীৱনত আজি আপোনাৰ বাবে কোনো ডাঙৰ খবৰে অপেক্ষা কৰিছে৷ শাৰীৰিক আৰু মানসিকভাৱে আপুনি ভালে থাকিব৷ আজি কিছু ভাল অভিজ্ঞতাৰে পুষ্ট হ’ব বৃষ ৰাশিৰ জাতক৷ আজি নিজৰ লক্ষ্যৰ দিশে আৰু এঢাপ আগুৱাই যাব আপুনি৷

সিংহ ৰাশি

আজিৰ দিনটো নাৰায়ণৰ আশীৰ্বাদত সুখ সৌভাগ্যৰে ভৰি থাকিব সিংহ ৰাশিৰ জাতকৰ বাবে৷ আজি নিজৰ সকলো অসম্পূৰ্ণ কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ ভিতৰত পজিটিভ এনাৰ্জি ভৰপুৰ হৈ থাকিব৷ সহকৰ্মীসকলৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ আজি সকলো কামতেই ভাগ্যক আপোনাৰ কাষত পাব৷ নতুন উপাৰ্জনৰ পথ খুলিব সিংহ ৰাশিৰ জাতকৰ বাবে৷

তুলা ৰাশি

আজি ২৬ ডিচেম্বৰ ২০২৪ ধৃতি যোগৰ শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতকৰ৷ ইয়াৰ ফলত আজি সকলো ক্ষেত্ৰতেই আপুনি সাফল্য লাভ কৰিব৷ নিজৰ সম্পদ বঢ়োৱাৰ সুযোগ পাব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ অফিচৰ বচ আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক থাকিব৷ আজি সমাজত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷

মকৰ ৰাশি

আজি সকলো ধৰণৰ চেলেঞ্জৰ বাবে প্ৰস্তুত থাকিব মকৰ ৰাশিৰ জাতক৷ আজি নিজৰ কোনো সপোন পূৰণ কৰাৰ সুযোগ পাব আপুনি৷ আজি আত্মবিশ্বাসেৰে তুংগত থাকিব মকৰ ৰাশিৰ জাতক৷ নিজৰ গোপন প্ৰতিভাক আজি সকলোৰে সন্মুখত তুলি ধৰাৰ সুযোগ পাব মকৰ ৰাশিৰ জাতকে৷ যিসকলে চাকৰিৰ সন্ধান কৰিছে তেওঁলোকে নতুন চাকৰিৰ প্ৰস্তাৱ পাব৷

কুম্ভ ৰাশি

স্বাতী নক্ষত্ৰৰ শুভ প্ৰভাৱত লাভজনক ফল পাব কুম্ভ ৰাশিৰ জাতকে৷ আজি আপুনি নিজৰ সকলো কামত পৰিপূৰ্ণ মনোযোগৰ সৈতে কৰিব৷ বন্ধুৰ সৈতে কোৱালিটি টাইম কটোৱাৰ সুযোগ পাব৷ আজি আপুনি দিয়া আইডিয়া সকলোৰে পছন্দ হ’ব৷ বিনিয়োগ কৰাৰ বাবে আজিৰ দিনটো শুভ৷ সংগীৰ সৈতেও সুন্দৰ সময় কটাব পাৰে৷ প্ৰেম বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

April 27, 2026
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
Next Post
টি-বেগতো মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

টি-বেগতো মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

পত্নীৰ বাবেই স্বেচ্ছাই অৱসৰৰ সিদ্ধান্ত! অথচ স্বামীৰ কৰ্মজীৱনৰ শেষ দিনটোৱেই হ’ল পত্নীৰো শেষ দিন

পত্নীৰ বাবেই স্বেচ্ছাই অৱসৰৰ সিদ্ধান্ত! অথচ স্বামীৰ কৰ্মজীৱনৰ শেষ দিনটোৱেই হ’ল পত্নীৰো শেষ দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.