• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

9 months ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

23 minutes ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

1 hour ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

3 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

3 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

3 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

4 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

4 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

5 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

5 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

6 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ

editor by editor
January 8, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
লক্ষ্মীবাৰে লক্ষ্মীলাভ, বৃহস্পতিবাৰে গজকেশৰী যোগত দুৰ্দান্ত লাভ ৫ৰাশিৰ
0
SHARES
887
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৮ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়নৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

৮ জানুৱাৰী ২০২৬ গজকেশৰী যোগৰ প্ৰভাৱত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ দিনটো আপুনি আনন্দেৰে কটাব পাৰিব৷ হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷ সামাজিক কামত অংশ লোৱাৰ ফলত সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷  আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷

কন্যা ৰাশি

শোভন যোগৰ শুভ ফল কাইলৈ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ নাৰায়ণৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হৈ নতুন পোহৰেৰে উজলি উঠিব৷ পুৰণি কোনো অসুখ থাকিলে কাইলৈ তাৰপৰা মুক্তি পাব৷ বিশেষ সাহস আৰু বুদ্ধিৰ পৰিচয় পাব পাৰে৷ সকলো কাম কাইলৈ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷

ধনু ৰাশি

৮ জানুৱাৰীত পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ আপোনাৰ পাৰিবাৰিক জীৱনত শান্তি থাকিব৷ নিজৰ শত্ৰুক পৰাজিত কৰি জয়ী হব৷ আপোনাৰ কামৰ সুবাদত অফিচৰ চিনিয়ৰসকলৰ প্ৰশংসা পাব৷ কৰ্মক্ষেত্ৰত পৰিবেশ আপোনাৰ অনুকূলে থাকিব৷ আইনী যুঁজত জয়ী হব৷ ব্যৱসায়ত লাভ বাঢ়িব৷

মকৰ ৰাশি

পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ নাৰায়ণৰ কৃপাত সকলো সৌভাগ্য আপোনাৰ কাষত থাকিব৷ প্ৰচুৰ এনাৰ্জি থাকিব আপোনাৰ মনত৷ ইয়াৰ ফলত নিজৰ সকলো কামতেই সফল হব৷ ধৰ্মীয় বিষয়ত  আগ্ৰহ বাঢ়িব৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু ইয়াৰ ফলত পৰীক্ষাতো ভাল ফল পাব৷

মীন ৰাশি

৮ জানুৱাৰীত কোনো শুভ অনুষ্ঠানত অংশ ল’ব পাৰে মীন ৰাশিৰ জাতকে৷ সৌভাগ্য যোগৰ শুভ ফল লাভ কৰিব৷ অতিৰিক্ত কিছু অৰ্থলাভ কৰিব পাৰে৷ সমগ্ৰ দিন নানান কামত ব্যস্ত থাকিলেও সন্ধিয়া বন্ধুৰ সৈতে ভাল সময় কটাব৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভ পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?
ভাৰত

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

September 21, 2026
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!
বাণিজ্য

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

September 21, 2026
Next Post
অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

মাঘ বিহুৰ পাছতেই লাভ দৃষ্টি ৰাজযোগ, ভাগ্যত ধন-সম্পদৰ বৃষ্টি এই ৫ৰাশিৰ জাতকৰ

মাঘ বিহুৰ পাছতেই লাভ দৃষ্টি ৰাজযোগ, ভাগ্যত ধন-সম্পদৰ বৃষ্টি এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.