টিকট বেচা-কিনা বনাম একাংশ ৰাজনৈতিক দল। ‘কংগ্ৰেছ, AIUDF, ৰাইজৰ দলক টকা দিয়ক আৰু টিকট লওক’। এটা টিকটৰ মূল্য ২ কোটি ২০ লাখ টকা পৰ্যন্ত!