• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

7 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

14 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

14 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

15 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

16 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

17 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

17 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

18 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

18 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

19 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

20 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

20 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

editor by editor
August 23, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, ভাৰত, লেখা
0
৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?
0
SHARES
755
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচ বছৰৰ পাছত ভাৰতত আকৌ খুলিব পাৰিব টিকটক? ছচিয়েল মিডিয়াত এই জল্পনা আৰম্ভ হৈছে৷ শুকুৰবাৰে ছচিয়েল মিডিয়াত চলিছে এই চৰ্চা৷ নেটিজেনসকলৰ কোনো কোনোৱে লিখিছে, ‘ৱেবচাইট খুলিছে৷’ কোনোৱে আকৌ কৈছে, ‘ভিডিঅ’ চাব পৰা নাই৷ কিন্তু ছাইট এক্সেছ কৰিব পৰা গৈছে৷’ এই খবৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই কেন্দ্ৰই স্পষ্টকৈ জনাইছে যে চীনা শ্বৰ্ট ভিডিঅ মেকিং প্লেটফৰ্ম টিকটক আৰু অনলাইন শ্বপিং চাইট AliExpress আৰু Shein–ৰ ওপৰত থকা নিষেধাজ্ঞা এতিয়াও উঠাই লোৱা হোৱা নাই৷

২০২০ চনত দক্ষিণ এছিয়াৰ দুখৰ দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত ফাঁট মেলাৰ পৰাই চীনৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম টিকটক ভাৰতত নিষিদ্ধ হৈ আছে৷ শুকুৰবাৰে তুমুল চৰ্চা হৈছে যে ৫ বছৰৰ পাছত নিষেধাজ্ঞা উঠাই ভাৰতত আকৌ আৰম্ভ হৈছে টিকটক৷ আনকি ছচিয়েল মিডিয়াত বহু গ্ৰাহকেই নিজৰ স্মাৰ্টফোনত টিকটক ব্যৱহাৰ কৰিব পৰা বুলিও লিখিছে৷ অৱশ্যে একাংশই স্পষ্টকৈ কৈছে যে হোমপেজৰ বাদে অন্য ফিচাৰ খুলিব পৰা নাই৷ আকৌ AliExpress আৰু Shein চাইট দুটাৰ ক্ষেত্ৰতো হোম পেজ দেখা গলেও শ্বপিং কৰিব পৰা হোৱা নাই৷ জল্পনাৰ ইতি পেলাই নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা আজি স্পষ্টকৈ জনাই দিয়া হৈছে যে ভাৰতত টিকটক আনব্লক কৰাৰ নিৰ্দেশনা এতিয়াও দিয়া হোৱা নাই৷ এই ধৰণৰ খবৰ সম্পূৰ্ণ ভুৱা আৰু বিভ্ৰান্তিকৰ৷’

উল্লেখ্য যে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত ২০২০ চনত নিষিদ্ধ হোৱা একাধিক চীনা এপ আকৌ ভাৰতত খুলি দিয়া হৈছিল৷ ভাৰত আৰু চীনৰ কূটনৈতিক সম্পৰ্কৰ উন্নতি হোৱাৰ লগে লগেই প্লে ষ্টোৰত পোৱা গৈছিল Xender, TanTan সহ একাধিক চীনা এপ৷ এইসমূহৰ মাজত অৱশ্যে ভাৰতত খুবেই জনপ্ৰিয় আছিল টিকটক৷ ফলত শেহতীয়াকৈ ভাইৰেল হোৱা ভুৱা খবৰতেই আনন্দিত হৈ পৰিছিল বহু ইউজাৰকাৰী৷

এক সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০০ ৰো বেছি নিষিদ্ধ মোবাইল এপ অৰিজিনিয়েলৰ সলনি ক্লোনড ভাৰ্ছন অৰ্থাৎ নকল এপ এতিয়া উপলব্ধ হৈছে প্লে ষ্টোৰত৷ এপল এপতো কমপক্ষেও এনে ৩৬ টা নিষিদ্ধ চীনা এপৰ নকল ভাৰ্ছন উপলব্ধ হৈছে৷

২০২০ চনৰ ২৯ জুনত নৰেন্দ্ৰ মোদী চৰকাৰে হঠাৎ টিকটক সহ প্ৰায় ৫৮ টা চীনা এপ ভাৰতত নিষিদ্ধ কৰিছিল৷ তথ্য চুলিল দৰে গুৰুতৰ কাৰণ আগত ৰাখিয়েই এই নিষেধাজ্ঞা জাৰি কৰিছিল মোদী চৰকাৰে৷ ByteDance সংস্থাই তৈয়াৰ কৰা টিকটক এপৰ বিৰুদ্ধে তথ্য চুৰি আৰু প্ৰতাৰণাৰো অভিযোগ উঠিছিল৷ নিয়ন্ত্ৰণৰেখা গালৱানত চীন আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষৰ প্ৰায় দুসপ্তাহৰ পাছত নিষিদ্ধ কৰা হৈছিল টিকটক এপ৷ সেই বছৰৰে জুন মাহৰ ১৫ তাৰিখে গালৱানত হৈছিল ৰক্তক্ষয়ী সংঘৰ্ষ৷ তাত অন্তত ২০গৰাকী ভাৰতীয় সেনা শ্বহীদো হৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱ, ধনভাগ্য উপচি পৰিব এই ৫ৰাশিৰ

দেওবাৰেই আয়বৃদ্ধিৰ যোগ! লাভ কৰিব পাৰে নতুন চাকৰি, সু-সময় আহিব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ

দেওবাৰেই আয়বৃদ্ধিৰ যোগ! লাভ কৰিব পাৰে নতুন চাকৰি, সু-সময় আহিব এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.