• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

2 years ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

4 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

44 minutes ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

3 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

5 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

6 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

9 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

editor by editor
November 14, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুন্দৰ শতকৰ পাছতে দেশৰ নয়নৰ মণি হৈ পৰা তিলক বাৰ্মাই খেলৰ পূৰ্বে ৰাখিছিল আচৰিত ডিমাণ্ড

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা চাৰিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ তৃতীয়খন মেচ কালি চেঞ্চুৰিয়ানত অনুষ্ঠিত হয়। সেই খেলত ভাৰতে ১১ ৰানত জয়লাভ কৰে। যাৰ ফলত বৰ্তমানে ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে ভৰাতীয় দল।

কালিৰ সেই খেলখনতে ভাৰতীয় দলৰ যুৱ বেটছমেন তিলক বাৰ্মাই সুন্দৰ ইনিংছ খেলে। ইতিহাস সৃষ্টি কৰি তিলকে মাত্ৰ ৫৬টা বলত ১০৭ ৰানৰ অপৰাজিত শতক অৰ্জন কৰে।

একেবাৰে যুৱ খেলুৱৈ তিলকৰ এই বিশাল ইনিংছৰ পূৰ্বে সকলো দৰ্শককে আচৰিত কৰে এক অন্য কামেৰে। সেয়া হৈছে কালিৰ খেল খনত তিলকে হঠাতে অধিনায়ক সূৰ্য্যকুমাৰ যাদৱৰ ঠাইত তৃতীয় স্থানত বেটিং কৰিবলৈ আহে।

যি স্থানত পূৰ্বে বিৰাট কোহলী আছিল, বৰ্তমানে বিৰাটে অৱসৰ লোৱাৰ পাছত সেই তৃতীয় স্থানত সূৰ্যকুমাৰেই খেলি আহিছে। কিন্তু হঠাতে কালি খেলপথাৰত সূৰ্যকুমাৰৰ ঠাইত তিলক নামে খেলপথাৰত।

এতিয়া তৃতীয় টি-২০ মেচত জয়লাভ কৰাৰ পিছত কিয় তিলকে হঠাতে তৃতীয়ত স্থানত নামে কেলত সেই ৰহস্য উদঙাই দিছে অধিনায়ক সূৰ্য্যই। মেচৰ অন্তত তেওঁ প্ৰথমে তিলকক প্ৰশংসা কৰি কয়, “তেওঁক এনেদৰে বেটিং কৰা দেখি মোৰ অনুভৱ হৈছে যে মোৰ কামটো সহজ হৈ পৰিছে।” মোৰ মতে আমি সঠিক দিশত আগবাঢ়িছো।

ইয়াৰ পিছত সূৰ্যকুমাৰে গোপন কথা প্ৰকাশ কৰি কয়, “গকেবৰহাত মেচ শেষ হোৱাৰ পিছত তিলকে মোৰ কোঠালৈ আহি কৈছিল যে তাক তিনি নম্বৰত বেটিং কৰাৰ সুযোগ দিব লাগে।” দলত ভাল প্ৰদৰ্শন কৰিব বিচাৰিছিল তিলকে।

সূৰ্যকুমাৰেও তিলকৰ দাবী মানি তিনি নম্বৰ স্থানত খেলিবলৈ পঠাইছিল, আৰু সেই সিদ্ধান্ত সম্পূৰ্ণ শুদ্ধ বুলি অবিহিত কৰে সংবাদ মাধ্যমৰ আগত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs South AfricaIndian CricketerSurya Kumar YadavTilak Varma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?
বিনোদন

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

June 17, 2026
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?
জীৱনশৈলী

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
কাইলৈ কাৰ্তিক পূৰ্ণিমাত গজকেশৰী যোগ, ৫ ৰাশিৰ ঘৰলৈ আগমণ ঘটিব মা লক্ষ্মীৰ

কাইলৈ কাৰ্তিক পূৰ্ণিমাত গজকেশৰী যোগ, ৫ ৰাশিৰ ঘৰলৈ আগমণ ঘটিব মা লক্ষ্মীৰ

ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না

ছলমান-শ্বাহৰুখ-অক্ষয়ৰ কোনো শালীনতা নাই, শক্তিমান হোৱাৰ যোগ্য নহয় কোনো ছুপাৰষ্টাৰ- মুকেশ খান্না

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.