• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮৯ বছৰতো স্বামীৰ অত্যাধিক শাৰীৰিক চাহিদা, ৮৭ বছৰীয়া পত্নীয়ে দিলে যৌন উৎপীৰণৰ গোচৰ

৮৯ বছৰতো স্বামীৰ অত্যাধিক শাৰীৰিক চাহিদা, ৮৭ বছৰীয়া পত্নীয়ে দিলে যৌন উৎপীৰণৰ গোচৰ

4 years ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

7 minutes ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

1 hour ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

2 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

2 hours ago
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

3 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

3 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

4 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

5 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

6 hours ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

14 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮৯ বছৰতো স্বামীৰ অত্যাধিক শাৰীৰিক চাহিদা, ৮৭ বছৰীয়া পত্নীয়ে দিলে যৌন উৎপীৰণৰ গোচৰ

editor by editor
October 12, 2022
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
৮৯ বছৰতো স্বামীৰ অত্যাধিক শাৰীৰিক চাহিদা, ৮৭ বছৰীয়া পত্নীয়ে দিলে যৌন উৎপীৰণৰ গোচৰ
0
SHARES
13.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰকৃতিৰ নিয়মেই সলনি কৰিছে এগৰাকী বৃ্দ্ধই। সাধাৰণতে এজন ব্যক্তিৰ ৬০ বা ৭০ বছৰৰ পিছত যৌন চাহিদা কমি আহে। কিন্তু এই বৃদ্ধগৰাকীৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত।  গুজৰাটৰ ৮৯ বছৰীয়া বৃ্দ্ধৰ যৌন চাহিদাই চিন্তাৰ কাৰণ হৈ পৰিছে। বৃদ্ধৰ অত্যাচাৰ সহিব নোৱাৰি আদালতৰ কাষ চাপিছে  ৮৭ বছৰীয়া বৃদ্ধা পত্নী। আৰক্ষীৰ হেল্পলাইন নম্বৰত পত্নীয়ে ফোন কৰাৰ পিছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।

ঘটনাটো গুজৰাটৰ ভদোদৰাৰ চায়াজীগঞ্জৰ। গুজৰাটৰ মহিলাৰ সুৰক্ষাৰ বাবে প্ৰশাসনে মুকলি কৰা ‘অভয়ম ১৮১’-ত বৃদ্ধগৰাকীৰ বিষয়ে পত্নীয়ে অনা অভিযোগৰ পিছতেই পোহৰলৈ আহিছে সকলো তথ্য। পত্নীয়ে প্ৰকাশ কৰা অনুসৰি বৃদ্ধগৰাকীৰ বেপেৰুৱা শাৰীৰিক চাহিদাত তেওঁ শাৰীৰিকভাৱে ভাঙি পৰাৰ ওপৰিও মানসিক অশান্তিৰ মাজত সময় পাৰ কৰিছে। স্বামীৰ পৰা মুক্তি পাবৰ বাবেই আৰক্ষীৰ সহায় বিচাৰে বৃদ্ধগৰাকীৰ পত্নীয়ে।

উল্লেখ্য যে, চিকিৎসকে বৃদ্ধগৰাকীৰ ওপৰত চলোৱা গৱেষণাৰ অন্তত দাখিল কৰিছে প্ৰতিবেদন। প্ৰতিবেদনত যৌন আকাংক্ষা ব্যক্তিগৰাকীৰ মানসিক স্বাস্থ্যৰ সৈতে জড়িত এক বিষয় বুলি দাবী কৰিছে চিকিৎসক দলটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

August 4, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

August 4, 2026
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!
জীৱনশৈলী

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

August 4, 2026
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল
জীৱনশৈলী

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

August 4, 2026
Next Post
প্ৰেমিকাক কাষত ৰাখিয়েই নিজকে শেষ কৰিলে অৰিজিতে! বৃন্দাবন হোটেলৰ ২০২ নং কোঠাত কি হৈছিল?

প্ৰেমিকাক কাষত ৰাখিয়েই নিজকে শেষ কৰিলে অৰিজিতে! বৃন্দাবন হোটেলৰ ২০২ নং কোঠাত কি হৈছিল?

বৰ্ষাপাৰাক নাহাঁহিব! দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কুকুৰৰ বাবেই স্তব্ধ হ’ল খেল

বৰ্ষাপাৰাক নাহাঁহিব! দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কুকুৰৰ বাবেই স্তব্ধ হ’ল খেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.