• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও যাব নেকি বিজেপিলৈ?

তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও যাব নেকি বিজেপিলৈ?

5 years ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 minutes ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

54 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

1 hour ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

1 hour ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

2 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

4 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

5 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও যাব নেকি বিজেপিলৈ?

editor by editor
October 9, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও যাব নেকি বিজেপিলৈ?
0
SHARES
627
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কংগ্ৰেছ, আই ইউ ডি এফৰ একাংশ বিধায়কে ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ এয়াই কাৰণ ৬ সমষ্টিৰ ৩ সমষ্টিত উপ নিৰ্বাচনৰ৷ সমষ্টিয়ে সমষ্টিয়ে মনোনয়ন দাখিল পৰ্ব৷ ইয়াৰ মাজতে আৰু এক সম্ভাৱনাই গা কৰি উঠিছে৷ আৰু এগৰাকী কংগ্ৰেছ বিধায়ক বিজেপিমুখী৷ কিছুদিনৰ ভিতৰতে গেৰুৱা বসন পিন্ধিব ভাস্কৰজ্যোতি বৰুৱাই৷ কেউদিশে বু-বা চলিছে৷ এনে চৰ্চাৰ ভিত্তি নথকাও নহয়৷ দৰাচলতে ৰাজ্যত ছটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন৷ সেইবাবে সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ ইয়াৰ মাজতে মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে লোহিত কোঁৱৰে তিতাবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে৷ লোহিত কোঁৱৰক মনোনয়ন দাখিলত সংগ দিয়ে apccৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই৷ আনহাতে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও মনোনয়ন পত্ৰ দাখিল কৰে৷ ৰূপজ্যোতি কুৰ্মীক সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী অতুল বৰা আদিয়ে৷ মহা শক্তিধৰ বিজেপিৰ মহাৰথী অহাৰ খবৰ পাই সাক্ষাৎ কৰি ধন্য হ’বলৈ আগবাঢ়ে তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা৷ বিজেপি নেতাসকলৰ সাক্ষাৎ পাই যেন গংগাত গা ধুলে ভাস্কৰজ্যোতি বৰুৱাই৷

গাটো ভাল লাগি গ’ল৷ কথা-বতৰাত মছগুল হ’ল ৰামেশ্বৰ তেলী, অতুল বৰা, ৰূপজ্যোতি কুৰ্মী আদিৰে৷ অন্তৰ খুলি কথা পাতিছে৷ তেনেতে তৎপৰ হৈ উঠিল সাংবাদিকৰ কেমেৰা৷ বন্দী হ’ল এই মধুৰ মুহূৰ্ত৷ ভাস্কৰজ্যোতি বৰুৱাই গম পালে, লগে লগে হাতেৰে মুখ ঢাকি নিজকে বচোৱাৰ চেষ্টা৷ পিছে হ’ব কি? তাৰ পূৰ্বে যি কৰিবলগীয়া আছিল, কেমেৰাই কৰি উঠিছে৷ ভাস্কৰজ্যোতি বৰুৱা এক্সপ’জড৷ বাহিৰে কেতেৰা জেঙেৰা, ভিতৰি নেৰিবা বেথা জাতীয় কথাবোৰ যে চলি আছে তাকো বুজিবলৈ আৰু বাকী নাথাকিল৷ যদি এই মধুৰতা অব্যাহত থাকে, তেন্তে হয়তো ভাস্কৰজ্যোতি বৰুৱাই তিতাবৰৰ পৰা আহি হেঙেৰাবাৰীৰ পদুম পুখুৰীত অচিৰেই জাপ দিব৷ বাকী সময়ে ক’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bhaskarjyoti baruah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

September 20, 2026
Next Post
তিতাবৰৰ কংগ্ৰেছ বিধায়ক বিজেপিমুখী!

তিতাবৰৰ কংগ্ৰেছ বিধায়ক বিজেপিমুখী!

দ্বিতীয় দিনাও জেৰা GNRCৰ চিকিৎসক নভনীল বৰুৱাক

দ্বিতীয় দিনাও জেৰা GNRCৰ চিকিৎসক নভনীল বৰুৱাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.