• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

8 months ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

4 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

4 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

4 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

5 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

6 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

6 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

7 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

8 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

8 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

9 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

10 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

editor by editor
February 22, 2026
in জীৱনশৈলী
0
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
0
SHARES
535
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি আপুনি আপোনাৰ কষ্টাৰ্জিত অৰ্থৰ ওপৰত নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেন্তে ইণ্ডিয়া পোষ্টৰ ৰেকাৰিং ডিপজিট স্কিম এক দুৰ্দান্ত বিকল্প হব পাৰে৷ শ্বেয়াৰ বজাৰৰ ওঠানমাৰ পৰা বিৰত থাকে৷ এই স্কিম সৰু বিনিয়োগকাৰী, মধ্যবিত্ত পৰিয়াল আৰু কৰ্মজীৱী পেছাদাৰসকলৰ মাজত সকলোতকৈ নিৰ্ভৰযোগ্য বুলি বিবেচিত হয়৷

২০২৬ চনৰ ফেব্ৰুৱাৰীৰ সৰ্বশেষ সুদৰ হাৰ অনুসৰি আপুনি যদি এই স্কিমত প্ৰতিমাহে ১১,১১১ টকা বিনিয়োগ কৰে তেন্তে ৫ বছৰৰ পাছত আপোনাৰ হাতলৈ আহিব মোটা পৰিমাণত অৰ্থ৷ পোষ্ট অফিচ আৰ ডিত বিনিয়োগৰ নিৰ্দিষ্ট সুবিধা আৰু ম্যাদপূৰ্তিৰ পাছত আপুনি যি মুঠ পৰিমাণৰ অৰ্থ পাব এই প্ৰতিবেদনত সেয়া বিস্তাৰিতভাৱে আলোকপাত কৰিম৷

পোষ্ট অফিচ আৰ ডি স্কিম সাধাৰণতে ৫ বছৰ বা ৬০ মাহৰ হয়৷ ভাৰত চৰকাৰে ত্ৰিমাসিকভাৱে তেওঁলোকৰ সুদৰ হাৰ পৰ্যালোচনা কৰে আৰু বৰ্তমান জানুৱাৰী-মাৰ্চ ২০২৬ ত্ৰিমাহিকৰ বাবে সুদৰ হাৰ বাৰ্ষিক ৬.৭ শতাংশ নিৰ্ধাৰণ কৰা হৈছে৷

এই স্কিমৰ সকলোতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ চক্ৰবৃদ্ধি পদ্ধতি৷ কাৰণ সুদ ত্ৰিমাহিকভাৱে গণনা কৰা হয়৷ যিয়ে আপোনাৰ অৰ্থ সৰল সুদতকৈ দ্ৰুত বৃদ্ধি কৰি দিয়ে৷ মনত ৰখা গুৰুত্বপূৰ্ণ যে বেংকৰ সলনি পোষ্ট অফিচৰ এই আৰ ডি স্কিম প্ৰবীণ নাগৰিকসকলৰ বাবে গুৰুত্বপূৰ্ণ৷ কাৰণ তেওঁলোকক এই স্কিমে অধিক গুৰুত্ব দিয়ে, সুদৰ হাৰো বেছিকৈ দিয়ে৷

মাহিলী ১১,১১১ টকা বিনিয়োগৰ ওপৰত মুঠ ৰিটাৰ্ণ কিমান?

যেতিয়া আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে জমা কৰে তেতিয়া ৫ বছৰৰ শেষত প্ৰাপ্ত তহবিল আপোনাৰ আৰ্থিক পৰিকল্পনাৰ বাবে এক শক্তিশালী ভিত্তি প্ৰদান কৰে৷ আপুনি যদি আজিৰ পৰাই প্ৰতিমাহে ১১,১১১ টকা জমা কৰে তেন্তে আপুনি ম্যাদপূৰ্তিত পাবলগীয়া মূলধন হ’ব ৬,৬৬,৬৬০ টকা৷

৬.৭ শতাংশ চক্ৰবৃদ্ধি সুদৰ হাৰত আপুনি ৫ বছৰত প্ৰায় ১২৬, ২৮৫ সুদ পাব৷ ম্যাদপূৰ্তিত আপোনাৰ হাতত আহিব ৭, ৯২, ৯৪৫ টকাৰ এক উল্লেখযোগ্য তহবিল থাকিব৷ এই পৰিমাণৰ অৰ্থই আপোনাক নিশ্চয় ধনী কৰি তুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

October 10, 2026
Next Post
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.