• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

1 year ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

24 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

55 minutes ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

1 hour ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

2 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

3 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

4 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

4 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

5 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

6 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

8 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

8 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ

editor by editor
June 5, 2025
in জীৱনশৈলী
0
সকলো বাধা বিপত্তি শেষ, আজি হাতলৈ আহিব ধন, কন্যাৰ চন্দ্ৰত গমনে ৫ৰাশিৰ খুলিব ভাগ্যৰ দুৱাৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৃহস্পতিবাৰ ৫ জুনত চন্দ্ৰই দিনে নিশাই কন্যা ৰাশিত গমন কৰিব৷ আজি বৃহস্পতিবাৰ হোৱাৰ বাবে দিনজুৰি বৃহস্পতিৰ প্ৰভাৱ থাকিব৷ বৃহস্পতিয়ে চন্দ্ৰৰ দশম ঘৰত অৱস্থান কৰিব যিয়ে অমল যোগৰ এক সুন্দৰ সংমিশ্ৰণ তৈয়াৰ কৰিব৷ ইয়াৰ সৈতে আজি গজকেশৰী যোগৰ এক চমৎকাৰ সংমিশ্ৰণো তৈয়াৰ হৈছে৷ ইয়াৰ ওপৰত আজি হস্ত নক্ষত্ৰৰ সংমিশ্ৰনত সৰ্বাৰ্থ সিদ্ধি যোগ তৈয়াৰ হব, যিয়ে আজিৰ গুৰুত্ব আৰু বঢ়াই দিব৷ বৈদিক পঞ্চাঙ্গ অনুসৰি আজি জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথি৷ আজি ভগবান বিষ্ণুৰ উদ্দেশ্যে দিনটো উৎসৰ্গা কৰা হয়৷ আজি বৃহস্পতিবাৰে অমল যোগ আৰু শ্ৰী হৰি বিষ্ণুৰ কৃপাত ধনুসহ ৫ ৰাশিৰ জাতকৰ বাবে ভাগ্যৰ দ্বাৰ খুলিব৷ আজি এই ৰাশিৰ জাতকে তেওঁলোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ত পূৰ্ণ সুবিধা পাব৷ ইয়াৰোপৰি কামত অহা বাধাসমূহ দূৰ হব৷ এই পৰিস্থিতিত ৫ জুন বৃহস্পতিবাৰে কোনো কোন ৫ৰাশিৰ ভাগ্য উদয় হব?

বৃষ ৰাশি

বৃহস্পতিবাৰ বৃষ ৰাশিৰ জাতকৰ বাবে ভাগ্যবান দিন হব৷ আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাৰ পৰা উপকৃত হব ইয়াৰ সৈতে আপুনি প্ৰশংসাও পাব৷ ব্যৱসায়ত আপোনাৰ চিন্তাভাৱনাই আপোনাক আপোনাৰ প্ৰতিযোগীসকলৰ পৰা দুই ধাপ আগুৱাই ৰাখিব৷ আজিৰ সকলোতকৈ ভাল দিশ হৈছে আপোনাৰ পূৰ্বৰ প্ৰচেষ্টাই আজি ফল দিব৷ কেৱল আপুনি কামতেই সফল হব তেনে নহয়৷ অতীতত কৰা বিনিয়োগেও আপোনাক লাভ দিব৷ আজি গৱেষণা, শিক্ষা, চিকিৎসা ইত্যাদিৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ সুবিধা পাব পাৰে৷ ইয়াৰোপৰি আজি সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত থকা বাধাও দূৰ হব৷ সন্তানৰ অৰ্জনে আপোনাক গৰ্বিত কৰিব৷ বিবাহিত জীৱনত সুখী হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাই পৰিয়ালৰ পৰা ব্যৱসায়িক সহযোগিতা লাভ কৰিব৷ আজি আপোনাৰ কাম ভালধৰণেই আগবাঢ়িব৷ কৰোবাত ধন পাবলগীয়া থাকিলে সেই ধন লাভ কৰিব৷ যদি আপুনি কোনো যানবাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে আজি আপোনাৰ বাবে দিনটো শুভ৷ আজি আপুনি ঘনিষ্ঠ বন্ধুৰ সহায়ত লাভ অৰ্জনৰ সুযোগ পাব পাৰে৷ ইয়াৰ ফলত আজি আপুনি আত্মীয়স্বজনৰ পৰা যথাসম্ভৱ সহায়তা পাব৷ মানসিকভাৱে আপুনি আজি সুস্থ বোধ কৰিব৷ আপুনি গৃহস্থালিৰ কামতো স্বাচ্ছন্দ্য বোধ কৰিব৷ আপোনাৰ মাতৃ আৰু পত্নীৰ পৰাও সাহায্য লাভ কৰিব৷ বিবাহিত জীৱন সুখৰ হব৷

মীন ৰাশি

বৃহস্পতিবাৰে মীন ৰাশিৰ জাতক বেছি লাভৱান হব৷ আজি অকলে যুঁজ কৰাৰ পৰিবৰ্তে অংশীদাৰিত্বৰ কামৰ কৰক লাভ হব৷ সংগীৰ সমৰ্থন পাব৷ আপুনি যদি কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাৱিছে সেই সম্পৰ্কে ঘৰৰ লোকৰ সৈতে আলোচনা কৰক৷ বিবাহিত জীৱন শুভ৷ আপোনাৰ ঘৰলৈ কোনো সু সংবাদ আহিব পাৰে৷ আপুনি যদি প্ৰেমৰ সম্পৰ্কত থাকে তেন্তে আজিয়েই আপোনাৰ সম্পৰ্কক আগুৱাই নিয়াত পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ বৃহস্পতিবাৰে কঠোৰ পৰিশ্ৰম কৰা আৰু তাৎক্ষণিক ফলাফল পোৱাৰ দিন৷ ইয়াৰ অৰ্থ হৈছে আজি আপুনি সকলো কামতেই সফল হব৷ আপুনি যি পেছাতেই কাম নকৰক কিয় আপুনি নিজৰ পথ তৈয়াৰ কৰিব৷ বিশেষকৈ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে যুক্ত ব্যক্তিয়ে আজি অতিৰিক্ত সুবিধা পাব পাৰে৷ আপুনি যদি চৰকাৰী টেণ্ডাৰ পোৱাৰ চেষ্টা কৰি থাকে তেঁওলোকে আজি আশাৰ কিৰণ দেখিব৷ আজি আপোনাৰ সামাজিক মৰ্যাদাও শক্তিশালী হব৷ ই আপোনাৰ সন্মানো বৃদ্ধি কৰিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আজি বৃহস্পতিবাৰ লাভৰ দিন৷ আজি আপোনাৰ আয় প্ৰত্যাশাতকৈ বেছি হব৷ আজি আপুনি ব্যৱসায়ত কাংক্ষিত লাভ কৰিব পাৰে৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সমৰ্থন পাব৷ আপুনি এক নতুন স্থানলৈ যাব পাৰে আৰু কোনো চুক্তি চূড়ান্ত কৰিব পাৰে৷ আপোনাৰ সাফল্যই সমাজত আপোনাক সন্মানিত কৰিব৷ কৰ্মজীৱনত উন্নতি কৰিব পাৰিব৷ ভগবান বিষ্ণুৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!
জীৱনশৈলী

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

October 8, 2026
Next Post
কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

কোন সতে তাক বিদায় দিও, সি মোৰ একমাত্ৰ সন্তান আছিল, তাৰ দেহ পষ্টমৰ্টেম নকৰিবঃ চিন্নাস্বামীক পদপিষ্টৰ ঘটনাত পুত্ৰক হেৰুওৱা পিতৃৰ কাতৰ আহ্বান

ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

ট্ৰলী বেগৰ পৰা বিয়পিছিল দুৰ্গন্ধ, ট্ৰলী বেগ খুলিয়েই হতবাক আৰক্ষী, কি আছে ট্ৰলীবেগৰ ভিতৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.