• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

2 years ago

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

10 minutes ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

57 minutes ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

2 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

3 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

3 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

3 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

3 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

4 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

4 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

5 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

7 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক

editor by editor
July 1, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
কাৰ্যকৰী হ’ল নতুন ফৌজদাৰী আইন, এই ১০টা পৰিবৰ্তনৰ বিষয়ে সকলোৱে জানি থওক
0
SHARES
728
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ জুলাইৰ পৰা দেশত তিনিখন ফৌজদাৰী আইন কাৰ্যকৰী হৈছে৷ ভাৰতৰ ফৌজদাৰি বিচাৰ ব্যৱস্থাৰ ফলত উল্লেখযোগ্য পৰিবৰ্তন আহিব৷ ঔপনিবেশিক যুগৰ পুৰণি ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ সলনি আজিৰ পৰা দেশত কাৰ্যকৰী হ’ল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম৷ এই নতুন বিধিসমূহৰ ১০ টা গুৰুত্বপূৰ্ণ দিশ জানি থওক৷

১) বিচাৰ শেষ হোৱাৰ ৪৫ দিনৰ মাজত ফৌজদাৰি গোচৰৰ ৰায় দিব লাগিব৷ প্ৰথম শুনানিৰ ৬০ দিনৰ ভিতৰত চাৰ্জ গঠন কৰিব লাগিব৷ সাক্ষীসকলৰ সুৰক্ষা আৰু সহযোগীতা নিশ্চিত কৰি সমস্ত ৰাজ্য চৰকাৰে সাক্ষী সুৰক্ষা প্ৰকল্প বাস্তৱায়ন কৰিব লাগিব৷

২) ধৰ্ষণৰ চিকাৰ হোৱা নাৰীৰ জৱানবন্দী  ল’ব লাগিব এগৰাকী লেডী আৰক্ষীয়ে৷ নিৰ্যাতিতাৰ অভিভাৱক বা আত্মীয়সকলৰ উপস্থিতিত  সেই জৱানবন্দি ল’ব লাগিব৷ নিৰ্যাতিতাৰ মেডিকেল ৰিপৰ্ট ৭ দিনৰ ভিতৰত জমা দিব লাগিব৷

৩) নাৰী আৰু শিশু নিৰ্যাতনৰ বিষয়ে আইনৰ নতুন অধ্যায়ত কোৱা হৈছে যে, সন্তান কিনা বা বিক্ৰি কৰাৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিলে ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান আছে নতুন দণ্ডবিধিত৷ নাৱালিকাক গণধৰ্ষণ কৰিলে মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড হ’ব শাস্তি৷

৪) বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি বিভ্ৰান্ত কৰি নাৰীক প্ৰতাৰণা কৰিলে আইনত শাস্তিৰ বিধান ৰখা হৈছে৷

৫) দৈহিক কামনাৰ বলি মহিলাই গোচৰ তৰিলে ৯০ দিনৰ ভিতৰত গোচৰৰ নিয়মিত আপডেট ভূক্তভোগীয়ে পাব লাগিব৷ নাৰী আৰু শিশু নিৰ্যাতনৰ চিকাৰ হ’লে সকলো হাস্পতালত তেওঁলোকে বিনামূলীয়া চিকিৎসা পাব লাগিব৷

৬) অভিযুক্ত আৰু অভিযোগকাৰী উভয়েই ১৪ দিনৰ ভিতৰত এজাহাৰৰ কপি, পুলিছ ৰিপৰ্ট, চাৰ্জছিট, জৱানবন্দী স্বীকাৰোক্তিমূলক জৱানবন্দী আৰু অন্যান্য নথি নিজৰ হাতত লাভ কৰিব৷ গোচৰৰ শুনানিত অপ্ৰয়োজনীয় বিলম্বতা এৰাবলৈ আদালতক সৰ্বাধিক দুটা স্থগিতাদেশৰ অনুমতি দিয়া হৈছে৷

৭) বৈদ্যুতিন যোগাযোগৰ মাধ্যমেৰেই অভিযোগ দাখিল কৰিব পাৰিব৷ ইয়াৰবাবে কোনো থানাত গৈ উপস্থিত হোৱাৰ প্ৰয়োজন নাই৷ জিৰো এফ আই আৰৰ প্ৰৱৰ্তনৰ ফলত ব্যক্তিয়ে এক্তিয়াৰ নিৰ্বিশেষ কোনো থানাত এফ আই আৰ দাখিল কৰিব পাৰিব৷

৮) ধৃত ব্যক্তিয়ে তাৎক্ষণিকভাৱে সকলোৰে চকুত পৰাৰো ব্যৱস্থা থাকিব৷ পৰিয়াল আৰু বন্ধুবান্ধৱীসকলো যাতে সহজতে ধৃত ব্যক্তিৰ গ্ৰেপ্তাৰৰ তথ্য লাভ কৰে তাৰ বাবে থানা বা জিলা সদৰত ধৃত ব্যক্তিৰ তথ্য প্ৰদৰ্শিত হৈ থাকিব৷

৯)গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত অপৰাধৰ স্থান পৰিদৰ্শন কৰাটো বাধ্যতামূলক হৈছে ফৰেনছিক বিশেষজ্ঞদলৰ বাবে৷ তাত গৈ ফৰেনচিক বিশেষজ্ঞসকলে নিজেই প্ৰমাণ সংগ্ৰহ কৰি আনিব লাগিব৷

১০) লিংগ নিৰ্বিষেকে সকলোৰে বাবেই আইন সমান৷ তৃতীয় লিংগও হাৰি নাযাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!
বাণিজ্য

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
Next Post
বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

জনতালৈ ডাঙৰ সঁকাহ! GST কমাই দিয়া হ’ল এই ৩২ বিধ অত্যাবশ্যকীয় সামগ্ৰীত

জনতালৈ ডাঙৰ সঁকাহ! GST কমাই দিয়া হ'ল এই ৩২ বিধ অত্যাবশ্যকীয় সামগ্ৰীত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.