• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ খাদ্যই নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্ব দূৰ কৰে! বঢ়াই সন্তানধাৰণৰ ক্ষমতা…

এই ৫ খাদ্যই নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্ব দূৰ কৰে! বঢ়াই সন্তানধাৰণৰ ক্ষমতা…

3 years ago
এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

2 minutes ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

58 minutes ago
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

1 hour ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

2 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

3 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

18 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

18 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

19 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

20 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

20 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ খাদ্যই নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্ব দূৰ কৰে! বঢ়াই সন্তানধাৰণৰ ক্ষমতা…

editor by editor
January 25, 2023
in জীৱনশৈলী, স্বাস্থ্য
0
এই ৫ খাদ্যই নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্ব দূৰ কৰে! বঢ়াই সন্তানধাৰণৰ ক্ষমতা…
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায়সংখ্যক যুৱচামেই এতিয়া পেশাগত কাৰণত বিবাহৰ সিদ্ধান্ত দেৰীকৈ লয়৷ পৰিয়াল বঢ়োৱাৰ সিদ্ধান্ত তাতোকৈও দেৰীকৈ লয়৷ পুৰুষৰ প্ৰজননৰ নিৰ্দিষ্ট আয়ুস নাথাকিলেও বয়সৰ লগে লগে প্ৰকৃতিগতভাৱেই মহিলাৰ প্ৰজননৰ ক্ষমতা কমি আহে৷ কৰ্মব্যস্ত জীৱনত থকা মানসিক চাপ, জীৱনশৈলীৰ অনিয়ম, শৰীৰত বিভিন্ন ৰোগে আক্ৰমণ কৰা আদিয়েই সন্তানধাৰণত জটিলতাৰ সৃষ্টি কৰে৷ চিকিৎসকৰ কাষ চাপিও বহুতেই বিফল হয়৷ চিকিৎসাবিজ্ঞানেও এই সমস্যা সমাধান কৰিব নোৱাৰে৷ খাদ্যৰ তালিকাৰ লগতে আমাৰ জীৱনশৈলীত কিছু সালসলনি আনিয়েই এই সমস্যা সমাধান কৰিব পাৰি৷ খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?

সূৰ্যমূখী ফুলৰ বীজ
ছেলেনিয়াম ফোলেট, ওমেগা-৬ ফেটি এছিডৰ দৰে গুৰুত্বপূৰ্ণ যৌগ সূৰ্যমূখী ফুলৰ বীজত আছে৷ সন্তানধাৰণৰ বাবে এই যৌগসমূহৰ ভুমিকা অনস্বীকাৰ্য৷ কেৱল মহিলাসকলৰ বাবেই নহয় পুৰুষৰ বাবেও ই সমানেই উপকাৰী৷

ভিটামিন-ডি জাতীয় ফল
আঙুৰ, কমলা, ষ্ট্ৰবেৰী, নেমু আদিত প্ৰচুৰ পৰিমানে ভিটামিন-চি থাকে৷ শুক্ৰাণু আৰু ডিম্বানু দুয়োৰে মান উন্নত কৰিবৰ বাবে প্ৰতিদিনেই ভিটামিন চি খোৱাটো জৰুৰী৷

চীজ
বন্ধ্যাত্ব কেৱল মহিলাৰেই নহয়ষ পুৰুষৰ বাবেও চিন্তাৰ কাৰণ৷ পুৰুষৰ শৰীৰত শুক্ৰাণুৰ পৰিমান কমি থাকিলেও সন্তান ধাৰণত সমস্যা হ’ব পাৰে৷ চিকিৎসকে প্ৰকাশ কৰা মতে শুক্ৰাণুৰ স্বাস্থ্য উন্নত কৰিবৰ বাবে চীজ খাব পাৰে৷

দুগ্ধজাত খাদ্য খাব

চিকিৎসা বিজ্ঞানে দাবী কৰা অনুযায়ী মহিলাসকলে দৈ, পনিৰ, ছানা, চীজৰ দৰে দুগ্ধজাত খাদ্য নিয়মিতভাৱে খাব পাৰে৷ এনেদৰে দুগ্ধজাত খাদ্য খালে বন্ধ্যাত্বৰ সমস্যা বহু পৰিমানে কমি আহে৷ সম্প্ৰতি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷

দাইল বা বিন
সন্তানধাৰণৰ বাবে প্ৰয়োজনীয় হৰমনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ফাইবাৰ, ফোলেট অতি গুৰুত্বপূৰ্ণ৷ এই দুটা যৌগৰ প্ৰধান উৎসই হৈছে বিভিন্নপ্ৰকাৰৰ দাইল বা বিন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!
জীৱনশৈলী

এই ৪ ৰাশিৰ ওপৰত পৰিব পাৰে শনিৰ Negative প্ৰভাৱ!

July 2, 2026
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
Next Post
আথিয়া-ৰাহুললৈ কোটি কোটি টকাৰ উপহাৰ! বিৰাট, ধোনীয়ে কি উপহাৰ পঠিয়ালে নৱদম্পতিলৈ?

আথিয়া-ৰাহুললৈ কোটি কোটি টকাৰ উপহাৰ! বিৰাট, ধোনীয়ে কি উপহাৰ পঠিয়ালে নৱদম্পতিলৈ?

মুক্তিৰ দিনাই অভিলেখ! প্ৰথম দিনাই উপাৰ্জন কৰিলে ইমান কোটি ধন…

মুক্তিৰ দিনাই অভিলেখ! প্ৰথম দিনাই উপাৰ্জন কৰিলে ইমান কোটি ধন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.