• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজুৰি বিতৰ্ক, মাত্ৰ ৪৬ ছেকেণ্ডতে খেল শেষ, বিপক্ষত পুৰুষৰ পৰা মহিলা হোৱা খেলুৱৈ

বিশ্বজুৰি বিতৰ্ক, মাত্ৰ ৪৬ ছেকেণ্ডতে খেল শেষ, বিপক্ষত পুৰুষৰ পৰা মহিলা হোৱা খেলুৱৈ

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

6 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

6 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

7 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

8 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

8 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

9 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

9 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

10 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

11 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

11 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

12 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বজুৰি বিতৰ্ক, মাত্ৰ ৪৬ ছেকেণ্ডতে খেল শেষ, বিপক্ষত পুৰুষৰ পৰা মহিলা হোৱা খেলুৱৈ

editor by editor
August 1, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
বিশ্বজুৰি বিতৰ্ক, মাত্ৰ ৪৬ ছেকেণ্ডতে খেল শেষ, বিপক্ষত পুৰুষৰ পৰা মহিলা হোৱা খেলুৱৈ
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি বিতৰ্ক, মাত্ৰ ৪৬ ছেকেণ্ডতে খেল শেষ, বিপক্ষত পুৰুষৰ পৰা মহিলা হোৱা খেলুৱৈ

পেৰিছ অলিম্পিকত ইটোৰ পিছত সিটোকৈ বহু বিতৰ্কৰ সৃষ্টি হৈছে। মুকলি অনুষ্ঠানত হিজাব পৰিধান কৰা খেলুৱৈগৰাকীক নিষিদ্ধ কৰাৰ পিছতে আৰম্ভ হৈছে আন এক নতুন হুলস্থুলৰ। বৃহস্পতিবাৰে মহিলাৰ বক্সিং মেচ এখনক লৈ এইবাৰ নতুন বিতৰ্ক। য’ত এগৰাকী বক্সাৰ মাত্ৰ ৪৬ ছেকেণ্ডতে জয় হয়।

ইটালীৰ বক্সাৰ এঞ্জেলা কাৰিনিয়ে ৬৬ কেজি ৱেল্টৰ ৱেট শাখাত আলজেৰিয়াৰ লিংগ পৰিবৰ্তন কৰা বক্সাৰ ইমান খলিফৰ মুখামুখি হৈছিল। এই বিতৰ্কিত মেচখন মাত্ৰ ৪৬ ছেকেণ্ডতে শেষ হয়। বক্সাৰ এঞ্জেলা কাৰিনিয়ে অভিযোগ কৰে যে , ল’ৰাৰ ক্ষমতা থকা বক্সাৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰোৱা হৈছে।

উল্লেখ্য যে, এইবাৰ অলিম্পিকত লিংগ পৰিৱৰ্তন হোৱা বহু খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। মহিলা শাখাত সুযোগ দিয়া হৈছে সেই খেলুৱৈক। সমগ্ৰ বিতৰ্ক এই বিষয়টোৰ ওপৰতে হৈ আছে। মহিলা খেলুৱৈসকলে কয় যে পুৰুষৰ শক্তি থকা খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো উচিত নহয়।

মেচখনত ২৫ বছৰীয়া এঞ্জেলা কাৰিনিৰ মুখত প্ৰচণ্ড ঘুচা মাৰিছিল ইমান খলিফে, যাৰ বাবে এঞ্জেলাৰ নাক ভাঙি গৈছিল। প্ৰশিক্ষকৰ পৰামৰ্শ লৈ এঞ্জেলা কাৰিনিয়ে মাত্ৰ ৪৬ ছেকেণ্ডতে প্ৰতিযোগিতা এৰি যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছতে খেলখনত ইমান খলিফক বিজয়ী ঘোষণা কৰা হয়।

বিশেষ কথাটো হ’ল যে, খলিফে বিগত বৰ্ষত লিংগ পৰীক্ষাত বিফল হৈছিল। কিন্তু এইবাৰ অলিম্পিকত আলজেৰিয়াৰ ২৫ বছৰীয়া খলিফক মহিলা বক্সিঙত অংশগ্ৰহণৰ বাবে অনুমোদন দিয়া হৈছে। মহিলা শাখাত স্থান দখল কৰা তেওঁ দ্বিতীয়গৰাকী এনে এথলীট। অৱশ্যে যোগ্যতাৰ চৰ্ত পূৰণ নকৰাৰ বাবে যোৱা বছৰৰ মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল।

বৰ্তমানে ইটালীৰ পৰাজয়ৰ পিছত সমগ্ৰ বিষয়টোক লৈ সৃষ্টি হৈছে হুলস্থুল তথা বিতৰ্কৰ। ইয়াৰ সন্দৰ্ভত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰতিযোগিতাখন একে স্তৰত নাছিল। আই অ’ চিৰ লগত তেওঁ একমত নহয়।

ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ কয়- ইটালীৰ খেলুৱৈসকলৰ সৈতে মোৰ এখন বৈঠক হৈছে। মই ভাবো পুৰুষৰ জিনীয় বৈশিষ্ট্য থকা খেলুৱৈসকলক মহিলা প্ৰতিযোগিতাত প্ৰৱেশ কৰা উচিত নহয়।

এই ক্ষেত্ৰত ইলন মাস্কেও মহিলা খেলুৱৈ এঞ্জেলাৰ সৈতে বৈষম্য হোৱা বুলি মত প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!
বিজ্ঞান

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

October 12, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
Next Post
শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ

শাওন শিৱৰাত্ৰীত লক্ষ্মী নাৰায়ণ যোগ, শুভ সময় আহিছে এই ৫ৰাশিৰ জাতকৰ জীৱনলৈ

ৰাহুলে চিলাই কৰা জোতাৰ দাম উঠিল ১০লাখ ! বিক্ৰি কৰিবলৈ নাৰাজ কিয় মালিক মুচি?

ৰাহুলে চিলাই কৰা জোতাৰ দাম উঠিল ১০লাখ ! বিক্ৰি কৰিবলৈ নাৰাজ কিয় মালিক মুচি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.