• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাজু ৪১ খন এম্বুলেঞ্চ, বেছি সময় নাই, সোনকালেই মুকলি আকাশৰ তললৈ আহিব সুৰংগত আৱদ্ধ ৪১জন শ্ৰমিক

সাজু ৪১ খন এম্বুলেঞ্চ, বেছি সময় নাই, সোনকালেই মুকলি আকাশৰ তললৈ আহিব সুৰংগত আৱদ্ধ ৪১জন শ্ৰমিক

3 years ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

3 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

3 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

4 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

4 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

5 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

6 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

7 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

8 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

9 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

10 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

10 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাজু ৪১ খন এম্বুলেঞ্চ, বেছি সময় নাই, সোনকালেই মুকলি আকাশৰ তললৈ আহিব সুৰংগত আৱদ্ধ ৪১জন শ্ৰমিক

editor by editor
November 23, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সাজু ৪১ খন এম্বুলেঞ্চ, বেছি সময় নাই, সোনকালেই মুকলি আকাশৰ তললৈ আহিব সুৰংগত আৱদ্ধ ৪১জন শ্ৰমিক
0
SHARES
652
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ৪ঃ উত্তৰকাশীৰ ভঙা সুৰংগৰ অন্ধকাৰত বৰ্তমানো আৱদ্ধ হৈ আছে ৪১ জন শ্ৰমিক। অৱসৰৰ সময় কটাবলৈ তেওঁলোকলৈ তাছ পঠিয়াই দিয়া হৈছে। ইয়াৰোপৰি লেথাৰিকৈ চলি আছে সুৰংগ খনন অভিযান। সুৰংগৰ বাহিৰত অপেক্ষা কৰি আছে ৪১ শ্ৰমিকৰ পৰিয়ালে। এই অপেক্ষাৰ সময় টুটি আহিছে, অচিৰেই তেওঁলোকক বাহিৰলৈ ওলিয়াই আনিব পৰা যাব বুলি জনাইছে উদ্ধাৰকাৰী দলে।

বিগত ১২ নৱেম্বৰৰ পৰাই উত্তৰকাশী জীলাৰ ব্ৰহ্মতাল-যমুনাত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চিল্কিয়াৰা আৰু ডণ্ডালহগাঁৱৰ মাজত নিৰ্মীয়মাণ সুৰংগৰ প্ৰায় ৪কিঃমিঃ এলেকা হঠাৎ খহি পৰে। ভঙা সুৰংগৰ ভিতৰতেই আৱদ্ধ হৈ পৰে কৰ্মৰত ৪১ গৰাকী শ্ৰমিক। সেই ঘটনাৰ ১২ দিন সম্পূৰ্ণ হৈছে। বৰ্তমানো উদ্ধাৰ কৰিব পৰা হোৱা নাই শ্ৰমিকসকলক। ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰেই ৪১ শ্ৰমিকক নিৰাপদে উলিয়াই আনিবলৈ যথাসাধ্য চেষ্টাও চলাই আছে। উদ্ধাৰকাৰীৰ তৰফৰ পৰা জনোৱা অনুসৰি বৃহস্পতিবাৰেই এইসকল শ্ৰমিকক বাহিৰলৈ উলিয়াই আনিব পৰা যাব।

বুধবাৰে উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি এই কামৰ বাবে প্ৰায় ১৫-১৬ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব। শ্ৰমিকসকল যাতে এই সময়ত কোনো কাৰণতে মানসিকভাৱে ভাঙি নপৰে তাৰবাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। খাদ্য, পানী সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰী তেঁওলোকক যোগান ধৰি থকা হৈছে। ইতিমধ্যে উদ্ধাৰকাৰী দলে তেওঁলোকক বাহিৰলৈ অচিৰেই আহিব সেই কথা জনোৱাৰ পাছতেই আনন্দ উল্লাসেৰে সময় কটাইছে ভিতৰত আৱদ্ধ শ্ৰমিকে। আশাৰ কিৰণে তেওঁলোকক আকৌ এবাৰ উজলাই তুলিছে। শ্ৰমিকসকল মাটিৰ তলত থকাৰ বাবে শাৰীৰিক অসুস্থতাইয়ো কিছু পৰিমানে দেখা দিছে যাৰবাবে তেওঁলোকক বাহিৰলৈ অনাৰ লগে লগেই হাস্পতালত ভৰ্তী কৰাবৰ বাবে সাজু কৰি ৰখা হৈছে ৪১ খনকৈ এম্বুলেঞ্চো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদৰ দিশেৰে, সুশান্তৰ নাম লৈয়েই বিগ বছৰ বৈতৰণী পাৰ হ’ব খুজিছে নেকি অংকিতা লোখাণ্ডেই?

স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদৰ দিশেৰে, সুশান্তৰ নাম লৈয়েই বিগ বছৰ বৈতৰণী পাৰ হ’ব খুজিছে নেকি অংকিতা লোখাণ্ডেই?

পৰাজয়ৰ যন্ত্ৰণা বুকুতে সামৰি ক্ৰীড়াপ্ৰেমীয়ে জানিব বিচাৰিছে এইবাৰৰ বিশ্বকাপত ৰানাৰ্ছ আপ হৈ কিমান ধন লাভ কৰিলে টীম ব্লুৱে?

পৰাজয়ৰ যন্ত্ৰণা বুকুতে সামৰি ক্ৰীড়াপ্ৰেমীয়ে জানিব বিচাৰিছে এইবাৰৰ বিশ্বকাপত ৰানাৰ্ছ আপ হৈ কিমান ধন লাভ কৰিলে টীম ব্লুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.