• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

3 months ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

3 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

3 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

4 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

5 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

6 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

6 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

7 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

8 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

9 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

9 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

10 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

শ্ৰীলংকা Aৰ বিৰুদ্ধে ৮ ৰানত জয়ী ইণ্ডিয়া A

editor by editor
June 9, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা শ্ৰীলংকাত অনুষ্ঠিত হৈছে ত্ৰিদেশীয়া ৫০ অভাৰৰ শৃংখলা। ইণ্ডিয়া A, শ্ৰীলংকা A আৰু আফগানিস্তান Aৰ মাজত অনুষ্ঠিত শৃংখলাটোত টীম ইণ্ডিয়াক নেতৃত্ব দিছে মুম্বাইৰ বাওঁহতীয়া বেটাৰ তিলক বৰ্মাই। ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণৰ পূৰ্বে বৈভৱ সূৰ্যবংশীৰ বাবে এই ছিৰিজটো অনুশীলনৰ দৰে হ’ব। অৱশ্যে ত্ৰিদেশীয় ছিৰিজটোৰ আৰম্ভণি সুখকৰ নহ’ল বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ। শ্ৰীলংকাৰ ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ মেচখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অভাৰত ৬ উইকেটতৰ বিনিময়ত ইণ্ডিয়া Aই সংগ্ৰহ কৰিছে ২৭৭ ৰান। বৈভৱে ১২ বলত ১৪ ৰান কৰিয়েই পেভিলিয়নমুখী হয়। বৈভৱৰ উপৰিও ইণ্ডিয়া Aৰ আনজন অপেনাৰ প্ৰভচিমৰণ সিঙেও সোনকালেই ক্ৰিজ এৰে। পাঞ্জাব কিংছৰ আন এজন চৰ্চাত থকা বেটাৰ প্ৰিয়াংশ আৰ্য়াই ৩২ ৰানৰ বৰঙণি আগবঢ়ায়। ইপিনে আঘাতৰ বাবে ইণ্ডিয়া A দলটোৰ সহঃ অধিনায়ক ৰিয়ান পৰাগ বাহিৰ হোৱাৰ পিছত দলত স্থান লাভ কৰা CSKৰ কেপ্টেইন ঋতুৰাজ গাইকোৱাডে দীৰ্ঘদিনৰ মূৰত বেটত ৰান পাইছে। ঋতুৰাজে ১১৪টা বলত ৩টা ছিক্সাৰ আৰু ৬টা চাৰিৰে ১০১ ৰান কৰে। অধিনায়ক তিলক বৰ্মাই ৯৭টা বলত সংগ্ৰহ কৰে ৬০ ৰান। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে লাভ কৰে ৪টা উইকেট।

প্ৰত্যুত্তৰত ২৭৮ ৰানৰ লক্ষ্য আগত লৈ ক্ৰিজলৈ অহা শ্ৰীলংকাই দুৰ্দান্ত আৰম্ভণি ঘটায়ো অৱশেষত ২৬৯ ৰানতে থমকি ৰয়। এটা সময়ত শ্ৰীলংকাৰ স্কৰ আছিল ৫ উইকেইটৰ বিনিময়ত ১৯৫ ৰান। কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ খেলা ইণ্ডিয়া Aৰ স্পীনাৰ অনুকুল ৰয়ৰ দুৰ্দান্ত স্পেলৰ সহায়ত এটাসময়ত তাছপাতৰ দৰে খহে শ্ৰীলংকান বেটাৰসকল। অনুকুল ৰয়ে ৪৯ ৰানৰ বিনিময়ত দখল কৰে ৬টাকৈ উইকেট। অনছুল কম্বোজ, অৰ্শ্বাদ খান, আয়ুস বদোনী আৰু শ্ৰুয়ান্স শ্বেডগেই দখল কৰে এটাকৈ উইকেট। ৰোমাঞ্চকৰ মেচখনত শ্ৰীলংকা Aক ৮ ৰানত পৰাস্ত কৰে ইণ্ডিয়া Aই। ১০১ ৰান ইনিংছটোৰ বাবে ঋতুৰাজ গাইকোৱাডক দিয়া হয় প্লেয়াৰ অব দ্য মেচৰ সন্মান।

এই প্ৰতিবেদখন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24riyan parag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?
অসম

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
Next Post
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ'ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ'ব? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.