• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ বয়স ১৮ৰ পৰা ৪৪ ভিতৰত নেকি, তেন্তে সাৱধান …

আপোনাৰ বয়স ১৮ৰ পৰা ৪৪ ভিতৰত নেকি, তেন্তে সাৱধান …

2 years ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

29 minutes ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

58 minutes ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

2 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

3 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

4 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

4 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

5 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

13 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

14 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

16 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপোনাৰ বয়স ১৮ৰ পৰা ৪৪ ভিতৰত নেকি, তেন্তে সাৱধান …

editor by editor
June 18, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
আপোনাৰ বয়স ১৮ৰ পৰা ৪৪ ভিতৰত নেকি, তেন্তে সাৱধান …
0
SHARES
18.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ বয়স ১৮ৰ পৰা ৪৪ ভিতৰত নেকি, তেন্তে সাৱধান …

বিশ্বজুৰি হৃদৰোগ হৈছে মৃত্যুৰ অন্যতম প্ৰধান কাৰণ, প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয়। যদিও হাৰ্ট এটেক স্বাস্থ্য বিশেষজ্ঞসকলৰ একমাত্ৰ চিন্তা নহয়, তথাপিও যোৱা কেইবছৰমানৰ পৰা বিশ্বজুৰি ষ্ট্ৰোকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

শেহতীয়াকৈ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকৰ মাজত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ ঘটনা বৃদ্ধি পাইছে। ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ মাজত ষ্ট্ৰোক ৰোগীৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাইছে।

চিডিচিৰ প্ৰতিবেদন অনুসৰি যোৱা দশকত ৬৫ বছৰৰ তলৰ লোকৰ ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাইছে। ষ্ট্ৰোক কেৱল মৃত্যুৰ কাৰণ নহয়, ষ্ট্ৰোকৰ পৰা পক্ষাঘাত, মগজু আৰু স্নায়ুৰ সৈতে জড়িত বিকাৰকে ধৰি আন বহুতো গুৰুতৰ সমস্যাৰ আশংকাও থাকে।

কেইটামান দশকৰ আগলৈকে ষ্ট্ৰোক বয়স বৃদ্ধিৰ সৈতে জড়িত সমস্যা বুলি জনা গৈছিল যদিও এতিয়া কম বয়সীয়া লোকসকলো ইয়াৰ বলি হৈছে। ষ্ট্ৰোকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ এই বয়সৰ গোটত মেদবহুলতা আৰু উচ্চ ৰক্তচাপ সমস্যাও বৃদ্ধি হৈছে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে। এই দুয়োটা অৱস্থাই ষ্ট্ৰোকৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰে।

২০১১-২০১৩ আৰু ২০২০-২০২২ চনৰ মাজ পাৰ্থক্যত প্ৰকাশিত তথ্য অনুসাৰে গৱেষকসকলে ষ্ট্ৰোক ৰোগীৰ সংখ্যা পূৰ্বৰ তুলনাত প্ৰায় ৮% বৃদ্ধি পোৱা বুলি জানিব দিয়ে। সেই একেই প্ৰতিবেদনত কোৱা হৈছে যে ১৮-৪৪ বছৰ বয়সৰ লোকৰ মাজত ষ্ট্ৰোক ৰোগীৰ সংখ্যা ১৪.৬% লৈ বৃদ্ধি পাইছে আনহাতে ৪৫-৬৪ বছৰ বয়সৰ প্ৰাপ্তবয়স্কসকলৰ মাজত এই হাৰ ১৫.৭% লৈ বৃদ্ধি পাইছে। তুলনামূলকভাৱে ৪৫-৬৪ বছৰ বয়সৰ প্ৰাপ্তবয়স্কৰ মাজত ২০০০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ষ্ট্ৰোকৰ প্ৰধান বিপদজনক কাৰক উচ্চ ৰক্তচাপ থকা লোকৰ সংখ্যা ৬% অধিক বৃদ্ধি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Brain StrokeHealth IssueHealth newsHeart StrokeStroke
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

March 19, 2026
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 19, 2026
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য
জীৱনশৈলী

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

March 19, 2026
Next Post
ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ’ল স্পাইডাৰমেনে, চাওক ভিডিঅ

ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ'ল স্পাইডাৰমেনে, চাওক ভিডিঅ

অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ

অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল'লে দুগৰাকীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.