• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ’ল স্পাইডাৰমেনে, চাওক ভিডিঅ

ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ’ল স্পাইডাৰমেনে, চাওক ভিডিঅ

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

3 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

4 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

4 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

5 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

5 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

5 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

7 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

8 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

9 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

10 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ’ল স্পাইডাৰমেনে, চাওক ভিডিঅ

editor by editor
June 18, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ’ল স্পাইডাৰমেনে, চাওক ভিডিঅ
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতলৈ আহি চৌকাত ৰুটি বনাবলৈ বাধ্য হ’ল স্পাইডাৰমেনে, চাওক ভিডিঅ’

ছুপাৰ পাৱাৰ থকা স্পাইডাৰমেন বিষয়ে নজনা হয়তো লোক খুউব কমেই ওলাব। ডাঙৰৰ পৰা কন কন শিশুলৈকে বহুতৰে প্ৰিয় ছুপাৰ পাৱাৰ থকা গৰাকীয়েই হৈছে স্পাইডাৰমেন। পাছে সেই স্পাইডাৰমেনৰ ভাৰতলৈ আহি অৱস্থা কাহিল। চৌকাত ৰুটি বনাবলৈ বাধ্য হল স্পাইডাৰমেন।

সামাজিৰ মাধ্যমত ভাইৰেল হৈ পৰিছে স্পাইডাৰমেনে ৰুটি বনোৱা ভিডিঅ’, যি ভিডিঅ’ দেখি এতিয়া অনুৰাগীৰ সহানুভুতিৰে ভৰি পৰিছে। বহুতেই কৈছে ভাৰতলৈ আহি শলঠেকত পৰিল স্পাইডাৰমেন।

অৱশ্য এয়া পিটাৰ পাৰ্কাৰ নহয়, এটা ধেমেলীয়া ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত স্পাইডাৰমেনৰ সাজত এজন অন্য লোকহে। যি দেখি হাঁহিব ধৰিছে বহু লোকে। ভিডিঅ’টোত এজন ব্যক্তিয়ে স্পাইডাৰমেনৰ ড্ৰেছ পিন্ধি ৰুটি বনোৱা দেখা গৈছে।

টুইটাৰ একাউণ্ট @HasnaZaruriHai ত এই হাস্যকৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। এজন লোকে নিজৰ ঘৰৰ চাঁদত স্পাইডাৰমেনৰ সাজ পৰিধান কৰি চৌকাত ৰুটি বনাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Spider ManSocial Media Viralspider manviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
Next Post
অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল’লে দুগৰাকীৰ

অতি শীঘ্ৰেই জানিব পৰা যাব কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক, আজি ইন্টাৰভিউ ল'লে দুগৰাকীৰ

পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

পৰহী মেহেন্দীৰে বিবাহ কাৰ্য আৰম্ভ, পাছে পিতৃ উপস্থিত থাকিবনে বিয়াত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.