• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

1 month ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

8 minutes ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

2 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

3 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

19 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

19 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

20 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

20 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

21 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

21 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

ChatGPT ত কিদৰে বনাব ৮০ দশকৰ ফটো

editor by editor
September 9, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টাইম মেচিন অবিহনে চকুৰ পলকতে চাৰি দশক পিছুৱাই যাব পাৰিলে কেনেকুৱা হ’ব? আপুনি কেতিয়াবা ভাবিছেনে যে ঠিক চল্লিশ বছৰৰ আগতে জন্ম হ’লে আপোনাৰ চেহেৰা কেনেকুৱা হ’লহেঁতেন? কিন্তু ChatGPT য়ে সেই অসম্ভৱকো সম্ভৱ কৰি তুলিছে। এতিয়া আপুনিও ৮০ দশকৰ ট্ৰেণ্ড এইদৰে ফটো প্ৰস্তুত কৰি অনুসৰ কৰিব পাৰে।

এইটো কোনো ফোনৰ সাধাৰণ ফিল্টাৰ নহয়। কৃত্ৰিম বুদ্ধিমত্তাৰ নিখুঁত স্পৰ্শৰে ছবিখনত আশী দশকৰ প্ৰকৃত যাদুৰ উন্মেষ ঘটিছে। ভাৰতীয় সাজ-পোছাকৰ পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তুলিছে! এই ট্ৰেণ্ডত নিজকে বিভিন্ন ধৰণেৰে চাব পাৰে। মহিলাসকলৰ ছবিত উজ্জ্বল ৰঙৰ ৰেচমৰ শাৰী, মূৰত ডাঙৰ ডাঙৰ কোঁচা চুলি আৰু ৰঙীন গহনা দেখা গৈছে।

আনহাতে পুৰুষৰ চেহেৰা সেই যুগৰ চকলেট বয়ৰ দৰেই, বহল কলাৰযুক্ত চাৰ্ট, হাই ৱেষ্ট পেণ্ট আৰু পাতল গোঁফ!তেওঁলোকৰ মুখৰ আকৃতি অক্ষত ৰাখি সুন্দৰকৈ ফটোবোৰ প্ৰকাশ কৰিছে। এই সকলোবোৰ ফটোৱে আপোনাৰ চকু কপালত তুলিব

আপুনি নিজৰ ধৰণেৰে সাজ-পোছাক বাচনি কৰিব পাৰে:

  বলীউড ষ্টুডিঅ’ প’ৰ্ট্ৰেইট

 ফেমিলি এলবাম

৮০ৰ দশকৰ নায়ক বা নায়িকা

১৯৮০ চনৰ বিয়া

আলোচনীৰ কভাৰৰ লুক

 

১৯৮৭ চনৰ ৰাজপথ

 

উদাহৰণ হিচাপে- Prompt: Using my uploaded photo, show me what I would have looked like around 1985. Preserve my identity, facial features, skin tone, age, and recognizable appearance. Reimagine my hair, clothing, accessories, and surroundings with bold, unmistakably mid-1980s styling—expressive silhouettes, statement accessories, layered details, distinctive colors, and textures. Make it feel like a genuine 1985 photograph with analog grain, faded color, direct flash, and subtle softness. Add a period-accurate 1980s red-orange date stamp in the lower corner. No modern objects or text. এনেকৈ লিখি দিব পাৰে আপুনি ফলাফল পাই যাব আপুনি। ইয়াত দিয়া Prompt টোত নিজৰ হিচাপত চুলি আৰু সাজ-পোছাক সলনি কৰি নিজৰ লুক বাচনি কৰিব পাৰে।

নিজৰ এই বিশেষ ফটোখন কেনেকৈ তৈয়াৰ কৰিব?

পদ্ধতিটো যথেষ্ট সহজ:

  • প্ৰথমে ChatGPT ত নিজৰ স্পষ্ট ছবি এখন দিয়ক।
  • এতিয়া চেটবটত লিখক আৰু সঠিকভাৱে কওক যে আপুনি ১৯৮০ চনৰ লুকটো কেনেকৈ পাব বিচাৰে।
  • নিশ্চিতভাৱে লিখি থওক যাতে আপোনাৰ মুখৰ মূল ৰূপ আৰু নিজৰ প্ৰতিচ্ছবি একেবাৰে সলনি নহয়।
  • আপুনি কেনেধৰণৰ কাপোৰ, চুলিৰ ষ্টাইল, আচবাব বা বেকলাইটিং বিচাৰে সেয়া স্পষ্টকৈ লিখি থওক।

উল্লেখ্য যে, এই ৮০ দশকৰ ট্ৰেণ্ড ইমানেই জনপ্ৰিয় হৈ পৰিছে যে, এতিয়া সামাজিক মাধ্যমত কেৱল এনেকুৱা ফটোবোৰেই দেখা গৈছে। কেৱল সেয়াই নহয়, বহু মন্ত্ৰী-বিধায়কেও এই ট্ৰেণ্ড অনুসৰণ কৰিছে।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1980s Retro LookAI image promptsasom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?
বাণিজ্য

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

October 21, 2026
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!
বিনোদন

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

October 21, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
Next Post
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.