• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

2 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

2 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

3 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

4 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

5 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

6 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

7 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

editor by editor
April 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে
0
SHARES
18.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩০ এপ্ৰিল ২০২৪ মঙলবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণ পক্ষৰ সপ্তমী তিথি৷ চন্দ্ৰই কাইলৈ ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ কাইলৈ কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব৷ এই শুভ যোগসমূহ হৈছে সাধ্য যোগ, ত্ৰিপুষ্কৰ যোগ আৰু ৰবি যোগ৷ ইয়াৰোপৰি কাইলৈ মঙলবাৰে দিনজুৰি থাকিব উত্তৰাষাঢ়া নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷

জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ এই সকলো ৰাশিৰ জাতকে নিজৰ আৰ্থিক উন্নীত কৰাৰ সুযোগ পাব৷ জানি থওক মঙলবাৰে জ্যোতিষ গণনা অনুসৰি কাৰ কাৰ সৌভাগ্য লাভ হ’ব৷

বৃষ ৰাশি

৩০ এপ্ৰিল দুৰ্দান্ত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মূৰত নতুন কোনো চিন্তা আহিব৷ ইয়াৰ ফলত জীৱনত উন্নতি কৰাৰ নতুন ৰাস্তা লাভ কৰিব আপুনি৷ উপাৰ্জনৰ নতুন পথ মুকলি হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি কামৰ প্ৰতি মনোযোগী হৈ উঠিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কাৰ্যালয়ত উৰ্ধতন কৰ্তৃপক্ষৰ সহায় পাব৷

কৰ্কট ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱ কাইলৈ আপোনাৰ ওপৰত থাকিব৷ বজৰংবলীৰ আশীৰ্বাদো লাভ কৰিব৷ নিজৰ সকলো কাম উৎসাহ আৰু উদ্দীপনাৰ সৈতে কৰিব৷ নিজৰ ব্যৱসায় চলোৱা, বৃহৎ কোনো চুক্তিতো স্বাক্ষৰ কৰিব পাৰে৷ একাধিক উপায়েৰে টকা উপাৰ্জন কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ পৰিয়ালত কোনো সমস্যা থাকিলে আঁতৰি যাব৷

তুলা ৰাশি

সাধ্য যোগৰ শুভ প্ৰভাৱ লক্ষ্যনীয় হ’ব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপোনাৰ জীৱনত যি সমস্যাই নাহক কিয় সমাধান পাবই৷ কাইলৈ আপুনি অইন কাৰোবাৰ ওপৰত নেতৃত্ব দিব পাৰে৷ নিজৰ প্ৰতিযোগীসকলক পিছপেলাই আগবাঢ়িব আপুনি৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ মনত সুখ শান্তি ভৰপুৰ হৈ থাকিব৷

কুম্ভ ৰাশি

৩০ এপ্ৰিলত পজিটিভ পৰিবৰ্তন আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপোনাৰ সন্মুখত অতিৰিক্ত অৰ্থ উপাৰ্জনৰ পথ মুকলি হ’ব৷ পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ বেংক বেলেন্স বাঢ়িব৷ প্ৰবীণসকলৰ আশীৰ্বাদ লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

১০ বছৰত দুগুণ হ’ল সম্পত্তি! স্মৃতি ইৰাণীৰ সমান্তৰালকৈ বাঢ়িছে স্বামী জুবিন ইৰাণীৰো সম্পত্তি, জানক আমেঠি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নেটৱৰ্থ কিমান?

১০ বছৰত দুগুণ হ’ল সম্পত্তি! স্মৃতি ইৰাণীৰ সমান্তৰালকৈ বাঢ়িছে স্বামী জুবিন ইৰাণীৰো সম্পত্তি, জানক আমেঠি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ নেটৱৰ্থ কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.