• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

1 year ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

8 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

15 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

49 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো

editor by editor
May 6, 2025
in জীৱনশৈলী
0
মেট গালাৰ দলিচাত খোজ দিলে দুগৰাকী অন্তঃসত্ত্বাই, ভাইৰেল কিয়াৰা আৰু ৰিহানাৰ মেট গালাৰ বেবী বাম্প দেখুওৱাৰ ফটো
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এবাৰ চালে আপুনি চকু আঁতৰাই আনিব নোৱাৰিব৷ কান্ধ খোলা কলা গাউনেৰে মেট গালাৰ দলিছাত খোজ পেলালে বলীউড অভিনেত্ৰী কিয়াৰা আদৱানীয়ে৷ তেওঁ বৰ্তমান অন্তঃসত্ত্বা৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আৰু স্বামী সিদ্ধাৰ্থ মলহোত্ৰাই ইনষ্টাগ্ৰাম একাউণ্টযোগে এই সুখবৰ শ্বেয়াৰ কৰিছিল৷ এইবাৰ প্ৰথমবাৰৰ বাবে মেট গালাত নিজৰ বেবি বাম্প দেখুৱালে কিয়াৰাই৷ বাম্পত হাত থৈ কেমেৰাৰ সন্মুখত হাঁহিমুখে পজ দিছে কিয়াৰাই৷ তেওঁৰ হাঁহিত দেখা গৈছে প্ৰাপ্তিৰ এচমকা পোহৰো৷

কেৱল কিয়াৰাই নহয় আৰু এগৰাকী অন্তঃসত্ত্বা তাৰকাই মেট গালাৰ নীলা কাৰ্পেটত খোজ দিছে৷ তেওঁ আন্তৰ্জাতিক খ্যাতি সম্পন্ন গায়িকা তথা অভিনেত্ৰী ৰিহানা৷ মূৰৰ সৈতে কলা পোছাক পিন্ধি মেট গালাত খোজ পেলাইছে ৰিহানাই৷ কলা গাউনৰ সৈতে কলা কোট আৰু মূৰত গোলাকাৰ কৰা টুপি পৰিধান কৰিছে তেওঁ৷ ৰিহানা তৃতীয়বাৰৰ বাবে মাতৃ হব ওলাইছে৷ সেই খবৰ কেইমাহমান পূৰ্বেই তেওঁ ঘোষণা কৰিছিল৷ ইয়াৰ পূৰ্বেও মেট গালাত খোজ দিছে ৰিহানাই৷ কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অন্তঃসত্ত্বা অৱস্থাৰে মেট গালালৈ গৈছে ৰিহানা৷

এইবাৰৰ মেট গালাৰ থিম আছিল ছুপাৰফাইন টেলৰ্ড ফৰ ইউ৷ সেই থিম মানিয়েই পোছাক তৈয়াৰ কৰিছে ডিজাইনাৰসকলে৷ বলীউড অভিনেত্ৰীৰ মাজত কিয়াৰা চতুৰ্থগৰাকী অভিনেত্ৰী যিয়ে মেট গালাত খোজ পেলাইছে৷ ভাৰতীয় ফেশ্ব্যন ডিজাইনাৰ গৌৰৱ গুপ্তাই তৈয়াৰ কৰা পোছাক পৰিধান কৰিছে কিয়াৰাই৷

মেট গালাত খোজ দিয়াৰ পূৰ্বে সংবাদমাধ্যমৰ সন্মুখত দিয়া সাক্ষাৎকাৰত কিয়াৰাই কয়, ‘অন্তঃসত্ত্বা অৱস্থাত মেট গালাত খোজ কঢ়াটো আমাৰ অৰ্থাৎ শিল্পীৰ বাবে খুবেই স্পেছিয়েল মুহূৰ্ত৷ মোৰ ষ্টাইলিষ্ট অনৈতাক ধন্যবাদ জনাব খুজিছো৷ গৌৰৱকো এই পোছাকৰ বাবে ধন্যবাদ৷ টেলৰ্ড ফৰ ইউ থিমক মূৰত ৰাখিয়েই ব্ৰেভহাৰ্ট বিষয়টোক কেন্দ্ৰ কৰি পোছাকৰ পৰিকল্পনা কৰিছিল গৌৰৱে৷ এই পোছাক আন্দ্ৰে লিয়ন টেলিক সন্মান জনাই তৈয়াৰ কৰা হৈছে৷ পোছাকে শক্তি, উদ্দেশ্য আৰু ব্যক্তিত্বক তুলি ধৰে৷’

উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় অভিনেত্ৰী হিচাপে মেট গালাত খোজ দিয়া কিয়াৰা চতুৰ্থগৰাকী অভিনেত্ৰী৷ পূৰ্বে আলিয়া ভাট্ট, প্ৰিয়ংকা চোপ্ৰা আৰু দীপিকা পাডুকনেও মেট গালাত খোজ দিছে৷ কিয়াৰাৰ দৰে এইবাৰ মেট গালাত ডেবিউ কৰিছে শ্বাহৰুখ খানেও৷ তেওঁ পৰিধান কৰিছে সব্যসাচী মুখাৰ্জীয়ে ডিজাইন কৰা পোছাক৷ ৫মেত নিউয়ৰ্কৰ দ্যা মেট্ৰোপলিটান মিউজিয়াম অফ আৰ্টেত আয়োজিত হৈছে মেট গালা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
Next Post
১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

১৮মাহৰ পিছত ঘৰ সলনি কৰিছে কেতুৱে, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

অসমবাসী সাজু হওঁক! অসমৰ কোন কোন ঠাই স্পৰ্শকাতৰ? ৰাজ্যৰ কোন কোন জিলাত বাজিব ছাইৰেণ?

অসমবাসী সাজু হওঁক! অসমৰ কোন কোন ঠাই স্পৰ্শকাতৰ? ৰাজ্যৰ কোন কোন জিলাত বাজিব ছাইৰেণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.