• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

তাজমহলৰ ভিতৰত গংগা পানী…? চাওক ভিডিঅ’

2 years ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

21 minutes ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

38 minutes ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

2 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

2 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

3 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

5 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

15 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

15 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

15 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

16 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তাজমহলৰ ভিতৰত গংগা পানী…? চাওক ভিডিঅ’

editor by editor
August 3, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাজমহলৰ ভিতৰত গংগা পানী…? চাওক ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, তাজমহলৰ ভিতৰত গংগাজল । উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজমহলৰ ভিতৰত গংগা পানী ঢালিলে দুই যুৱকে। শনিবাৰে শাওন মাহ বুলি দুজন যুৱকে গংগা পানী আগবঢ়াবলৈ তাজমহলত উপস্থিত হয়।

দুয়োজন যুৱকে মূল সমাধিস্থলত অৱস্থিত বেছমেণ্টৰ দুৱাৰত গংগা পানী আগবঢ়ায়। যুৱকজনৰ ভিডিঅ’ও পোহৰলৈ আহিছে। অখিল ভাৰত হিন্দু মহাসভাই দাবী কৰিছে যে সেয়া তাজমহল নহয়, তেজোমহালয়া শিৱ মন্দিৰ হয়, সেয়ে তাত গংগা পানী আগবঢ়োৱা হৈছে। গংগা পানী আগবঢ়োৱাৰ ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰে।

এই ক্ষেত্ৰত আৰক্ষী উপ আয়ুক্ত সুৰজ ৰাইয়ে কয় যে তাজমহল পৰিদৰ্শন কৰিবলৈ অহা দুজন যুৱকে এটা বটলৰ পৰা তাজমহলৰ ভিতৰত পানী ঢালি দিছিল। এই কাৰ্য দেখি যুৱকজনক চি আই এছ এফে আটক কৰে। এই ক্ষেত্ৰত তাজগঞ্জত এজাহাৰ দিয়া হৈছে। অভিযোগৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই বিষয়ত অখিল ভাৰত হিন্দু মহাসভাৰ মুখপাত্ৰ সঞ্জয় জাটে কয় যে মহাসভাৰ দুজন বব্বৰ শ্বেৰ বিনেশ চৌধাৰী আৰু শ্যামে তেজ মহালয়াত গংগা পানী আগবঢ়াইছে। এয়া আমাৰ জন্মগত অধিকাৰ। এইটো তাজমহল নহয়, এয়া তেজমহল, য’ত ভৱিষ্যতেও আমি কানৱাদ কঢ়িয়াই লৈ যাম আৰু ভগৱান শিৱক গংগা পানীৰে অভিষেক কৰি যাম।

https://x.com/Live_Hindustan/status/1819591405062193163

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AgraGanga Jalindiasocial mediaTaj Mahalviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ
প্ৰযুক্তি

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

September 30, 2026
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে
অসম

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

September 30, 2026
Next Post
৬ ছেপ্টেম্বৰলৈ সাৱধান এই ৰাশিৰ লোক, মংগল গ্ৰহৰ দুগুণ গতিৰ বাবে বৃদ্ধি পাব সমস্যা

৬ ছেপ্টেম্বৰলৈ সাৱধান এই ৰাশিৰ লোক, মংগল গ্ৰহৰ দুগুণ গতিৰ বাবে বৃদ্ধি পাব সমস্যা

৫০০ বছৰীয়া এটা পুৰণি অলৌকিক মন্দিৰ, য’ৰ পৰা নিতৌ নিশা শুনিবলৈ পোৱা যায় বাঁহীৰ ধ্বনি

৫০০ বছৰীয়া এটা পুৰণি অলৌকিক মন্দিৰ, য'ৰ পৰা নিতৌ নিশা শুনিবলৈ পোৱা যায় বাঁহীৰ ধ্বনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.