• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে

বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

48 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে

editor by editor
January 21, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে
0
SHARES
647
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপত মহাৰেকৰ্ড গঢ়ি ইতিহাস ৰচিলে ভাৰতৰ বৈষ্ণৱীয়ে

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ মহিলা দলৰ স্পিন বলাৰ বৈষ্ণৱী শৰ্মাই ইতিহাসৰ পাতত নিজৰ নাম পঞ্জীয়ন কৰিলে। ২১ জানুৱাৰী মঙলবাৰে অনুষ্ঠিত হোৱা আইচিচিৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেলখনত মহাৰেকৰ্ড গঢ়ে বলাৰগৰাকীয়ে।

বৈষ্ণৱী শৰ্মাই বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়ত মালয়েছিয়াৰ বিৰুদ্ধে হেট্ৰিক দখল কৰি অভিলেখ গঢ়িছিল, যিটো পূৰ্বে কোনো ভাৰতীয়ই কৰিবলৈ সক্ষম হোৱা নাছিল।

১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত হেট্ৰিক দখল কৰা ভাৰতৰ প্ৰথমগৰাকী আৰু বিশ্বৰ তৃতীয়গৰাকী বলাৰ হিচাপে পৰিগণিত হয়।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ প্ৰথমখন খেলত আয়োজক মালয়েছিয়াৰ বেটিং অৰ্ডাৰ ধ্বংস কৰে বৈষ্ণৱী শৰ্মাই। ১৯ বছৰীয়া এই স্পিন বলাৰজনে চাৰি অভাৰত ৫ ৰানত ৫ উইকেট দখল কৰে আৰু ভাৰতে মালয়েছিয়াক মাথো ১৪.৩ অভাৰত ৩১ ৰানত অল আউট কৰে।

ইনিংছৰ চতুৰ্থ অভাৰত বলিং কৰিবলৈ অহা বৈষ্ণৱীয়ে দ্বিতীয় বলত নূৰ আইন বিন্তি ৰ’ছলানক আউট কৰি পঠিয়াই দিয়ে। পিছৰ বলত নূৰে ইছমা ডানিয়াকৰ উইকেট দখল কৰে। ইয়াৰ পিছত ছিটি নাজৱাহক আউট কৰি হেট্ৰিক সম্পূৰ্ণ কৰি ইতিহাস ৰচে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baishnabi SarmaIndian CricketIndian Women TeamUnder 19 world Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
Next Post
আজি নিশাৰে পৰা ৩ ৰাশিৰ জয়জয় ময়ময়, ৰাহুৰ নক্ষত্ৰত চন্দ্ৰৰ প্ৰৱেশ

আজি নিশাৰে পৰা ৩ ৰাশিৰ জয়জয় ময়ময়, ৰাহুৰ নক্ষত্ৰত চন্দ্ৰৰ প্ৰৱেশ

চকুত ছানগ্লাছ, মুখত হাঁহি লৈ হাস্পতালৰ পৰা ওলাল ছেইফ

চকুত ছানগ্লাছ, মুখত হাঁহি লৈ হাস্পতালৰ পৰা ওলাল ছেইফ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.