• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াই হ’ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু…

এয়াই হ’ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু…

3 years ago
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

15 minutes ago
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

46 minutes ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

1 hour ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

3 hours ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

13 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

13 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

14 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

14 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

15 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়াই হ’ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু…

editor by editor
January 9, 2023
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
এয়াই হ’ব পাৰে শেষ দেখা! যু্দ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন সেনাৰ কৰুণ কাহিনীয়ে সেমেকাই তুলিব আপোনাৰো দুচকু…
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়ালৈ শেষ হ’ব? শেষ হোৱাৰ নামেই লোৱা নাই এই যুদ্ধই। আনহাতে ৰাছিয়াই সম্পূৰ্ণৰূপে ইউক্ৰেইনক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে যদিও হাৰ মনা নাই ইউক্ৰেইনে। এই যুদ্ধত বহু সেনাৰ লগতে সাধাৰণ নাগৰিকৰো মৃত্যু ঘটিছে। এই সকলোবোৰৰ মাজতেই যুদ্ধত নিয়োজিত দুয়োখন দেশৰ সেনাই পাহৰি পেলাইছে পৰিয়াল ঘৰ সকলোবোৰ।

এজন ইউক্ৰেনীয়ান সেনাই তেওঁৰ পত্নীক লগ কৰাৰ দৃশ্যই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। দেশতেই আছে যদিও যুদ্ধৰ বাবেই গৰ্ভৱতী পত্নীক লগ কৰিব পৰা নাছিল ইউক্ৰেনিয়ান সেনাজনে। ৭ মাহৰ অন্তত গৰ্ভৱতী পত্নীক সন্মুখত দেখি আৱেগত চকুলো নিগৰিছে সেনা জোৱানজনৰ।

ভাইৰেল ভিডিঅ’টোত এগৰাকী মহিলাই তেওঁৰ সৈনিক স্বামীক লগ কৰিবলৈ গৈছে। গৰ্ভৱতী মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা দেখিয়েই প্ৰসৱৰ সময় নিচেই কাষত বুলি অনুধাৱন কৰিব পাৰি। প্ৰায় ৩০ সপ্তাহৰ পাছত স্বামীক লগ পাইছে মহিলাগৰাকীয়ে। সৈনিক স্বামীক কাষত দেখিয়েই কান্দোনত ভাঙি পৰিছে মহিলাগৰাকী। গভীৰ আৱেগেৰে এজনে আনজনক সাবটি ধৰিছে। সৈনিক গৰাকীৰ দুচকুত দেখা গৈছে যুদ্ধ বিভিষিকাৰ ছবি।

বাঢ়ি অহা চুলি-দাড়ি দেখিয়েই অনুধাৱন কৰিব পাৰি কি পৰিস্থিতিত দেশৰ বাবে তেওঁলোকে প্ৰতিনিয়ত যুঁজি আছে। ভিডিঅ’টোৰ শেষ অংশত সৈনিকজনে তেওঁৰ গৰ্ভৱতী পত্নীৰ পেটত আঁকি দিছে চুমা। হয়তো এয়াই হ’ব পাৰে পত্নীৰ সৈতে শেষ দেখা, যুদ্ধৰ কথাবোৰ মুহূৰ্ততেই সলনি হয়। সৈনিকে একোজনেও যুদ্ধত নমাৰ পূৰ্বেই দেশৰ বাবেই এই জীৱন বুলি সাঁজুও হয়। তাৰমাজতো সন্তান, প্ৰেয়সী, পত্নী সকলোবোৰক বাদ দিব পৰাকৈ কোনো সাহসীও নহয়। ভিডিঅটো দেখা মাত্ৰকেই বহুজনে ইউক্ৰেন-ৰাছিয়াৰ যুদ্ধৰ সমাপ্তি বিচৰাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!
জীৱনশৈলী

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

June 3, 2026
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন
জীৱনশৈলী

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

June 3, 2026
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!
জীৱনশৈলী

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

June 3, 2026
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!
জীৱনশৈলী

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

June 3, 2026
Next Post
মুম্বাইত ছাহিদেও ক্ৰয় কৰিলে বিলাসী ডুপ্লেক্স ফ্লেট! দাম শুনিলে হতবাক হ’ব আপুনিও…

মুম্বাইত ছাহিদেও ক্ৰয় কৰিলে বিলাসী ডুপ্লেক্স ফ্লেট! দাম শুনিলে হতবাক হ’ব আপুনিও...

উত্তাল পাথাৰকান্দি! শম্ভু হত্যাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন শ শ সেনা-আৰক্ষী…

উত্তাল পাথাৰকান্দি! শম্ভু হত্যাৰ বিৰুদ্ধে ওলাই অহা প্ৰতিবাদকাৰীক ৰুধিবলৈ মোতায়েন শ শ সেনা-আৰক্ষী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.