• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে

অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে

2 years ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

6 hours ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

6 hours ago
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

7 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

7 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

8 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

8 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

9 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

9 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

10 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

10 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

11 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে

editor by editor
October 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অলিম্পিক সোণ বঞ্চিত বিনেশ ফোগাটে বিধানসভাৰ আসন লাভ কৰিব পাৰিব নে, কি কয় ফলাফলে

হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ আজিৰ ভোটগণনাত পলে পলে সলনি হৈছে দৃশ্যপট। কোনো মুহুৰ্তত যদি কোনো এগৰাকী প্ৰাৰ্থী আগবাঢ়ে, অন্য মুহুৰ্তত বিৰুধী পাৰ্থী এগৰাকী আগবাঢ়ে। ভোটগণনা আৰম্ভ হোৱাৰ পাছত পুৱা ১১ মান বজালৈকে হাৰিয়ানাত কংগ্ৰেছ আগবাঢ়ি আছিল কিন্তু হঠাতে সলনি হৈ পৰে সকলো আৰু বহু কেইখন আসনত আগবাঢ়ি যায় বিজেপি।

ৰাজ্যখনত এতিয়া মুঠ ৯০ খন আসনৰ ভিতৰত ৪৮ আসনত বিজেপিৰ আগ্ৰগতি, আনহাতে কংগ্ৰেছে ৩৬ খন আসন লাভ কৰিছে এতিয়ালৈকে। তাৰে মাজতে কংগ্ৰেছৰ নতুন সদস্য বিনেশ ফোগাটো আছে এইবাৰৰ নিৰ্বাচনত।

কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জুলানা আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বিনেশে। বিনেশৰ প্ৰতিদ্বন্দি বিজেপিৰ কেপ্টেইন যোগেশ বৈৰাগী। প্ৰতি পলে পলে সলনি হৈ আছে দুয়োৰে ফলাফল। অৱশ্যে বৰ্তমানে জুলানা আসনত আগবাঢ়ি আছে ফোগাট।

চতুৰ্থ ৰাউণ্ডলৈকে বিজেপি ৩৬৪১ ভোটত আগবাঢ়ি আছিল। কিন্তু এতিয়া দশম ৰাউণ্ডৰ ভোট গণনাৰ অন্তত ৪৪৪৯টা ভোটত আগবাঢ়ি আহিছে বিনেশ। জুলানা সমষ্টি হাৰিয়ানাৰ এক অন্যতন সমষ্টি। দুয়ো দলৰ বাবে এই আসন গুৰুত্বপূৰ্ণ।

এই জুলানা আসনত দুয়ো দলৰ প্ৰাৰ্থীয়ে দিছে যুঁজ। এতিয়া কেৱল অপেক্ষা অন্তিম মুহুৰ্তলৈ। কোনে মাৰিব শেষ হাঁহি। ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে, জুলানা আসনত কংগ্ৰেছ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assembly electionelectionHariyana ElectionHariyana VotingVinesh PhogatVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

June 7, 2026
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
Next Post
৪ ফেব্ৰুৱাৰীলৈকে বৃহস্পতিৰ বিপৰীত গতিৰ বাবে ৩ ৰাশিৰ আৰ্থিক লাভ, জীৱনটো আনন্দত পাৰ হ’ব

৪ ফেব্ৰুৱাৰীলৈকে বৃহস্পতিৰ বিপৰীত গতিৰ বাবে ৩ ৰাশিৰ আৰ্থিক লাভ, জীৱনটো আনন্দত পাৰ হ’ব

শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি

শহুৰ-বোৱাৰী, ভাই-ভাই, ভাই-ভনী, ককা-নাতিৰ আকৰ্ষণীয় যুঁজ হাৰিয়ানাত কোনে মাৰিব শেষ হাঁহি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.