• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আলফা (স্বাঃ)ৰ ৰাজহুৱা জাননী, ৩ তৈল প্ৰতিষ্ঠানক সকীয়নি

আলফা (স্বাঃ)ৰ ৰাজহুৱা জাননী, ৩ তৈল প্ৰতিষ্ঠানক সকীয়নি

5 years ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

7 minutes ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

1 hour ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

2 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

3 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

4 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

4 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

6 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

7 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

16 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আলফা (স্বাঃ)ৰ ৰাজহুৱা জাননী, ৩ তৈল প্ৰতিষ্ঠানক সকীয়নি

editor by editor
May 14, 2021
in অসম, বিবিধ, ভাৰত, ৰাজনীতি
0
আলফা (স্বাঃ)ৰ ৰাজহুৱা জাননী, ৩ তৈল প্ৰতিষ্ঠানক সকীয়নি
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশৰ ৰাজহুৱা খণ্ডৰ ৩টাকৈ তৈল প্ৰতিষ্ঠান- তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক এক ৰাজহুৱা জাননীযোগে সকীয়নি প্ৰদান কৰিছে আলফা (স্বঃ)এ।

অসম ভূমিত ব্যৱসায় চলাই যাবলৈ তৈল প্ৰতিষ্ঠান ৩টাক আলফা(স্বাঃ)এ ৭টাকৈ চর্ত বান্ধি দিছে। আলফা (স্বাঃ)ৰ ৭টা চর্ত এনে ধৰণৰ-

১। জন্মলগ্নৰে পৰা এই প্ৰতিষ্ঠানকেইটাই অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক।

২। এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।

৩। এই প্ৰতিষ্ঠানকেইটাৰ চাকৰিত মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নির্ণয়কাৰী পৰীক্ষা অসমতে অনুষ্ঠিত কৰক। চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি মানুহৰ বাবেই সংৰক্ষিত থাকিব লাগিব।

৪। ওপৰোক্ত প্ৰতিষ্ঠানকেইটাৰ চাকৰিত নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী (ইয়াত থলগিৰি মানুহো জড়িত আছে)য়ে ক’লা বজাৰ চলাই আছে। য’ত একো একোটা চতুর্থ বর্গৰ চাকৰিৰ বাবে ২৫ৰ পৰা ৩০ লাখ টকা উৎকোচ লোৱা হয়। ৮০ শতাংশতকৈ ওপৰত চাকৰিত নিয়োগ অনৈতিক পথেৰে চলি আছে। গতিকে এই অসাধু গোষ্ঠীক উৎখাত কৰি চাকৰিত নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক।

৫। ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক।

৬। অসমৰ গাঁওসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো শুনিশ্চিত কৰক।

৭। উল্লেখিত প্ৰতিষ্ঠানকেইটাই অসমৰ বিভিন্ন দল-সংগঠনক উৎসৱ-পার্বণ আয়োজন কৰিবলৈ দান-বৰঙণি আগবঢ়োৱাৰ পৰিৱর্তে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুর্যোগত পতিত আর্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষভাৱে বছৰি ৫ কোটি টকাকৈ আগবঢ়াব লাগিব।

এই ৭টা চর্ত বান্ধি দি জাননী খনত প্ৰকাশ কৰা হৈছে- ‘তেল আৰু প্ৰাকৃতিক গেছ, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডে অনাগত দিনত ওপৰোক্ত বিষয়কেইটা মানি চলিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰক। আমাৰ ওপৰোক্ত চর্তসমূহ উল্লেখিত প্ৰতিষ্ঠানকেইটাই মানি চলিলে প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে আমি অনাগত দিনত অনির্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিম, অন্যথা থলগিৰিৰ সহযোগত সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব।’ এই ৰাজহুৱা পত্ৰখনৰ স্বাক্ষৰকাৰী সশস্ত্ৰ সংগঠনটোৰ উপ-সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ অসম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24oilongcparesh axomparesh baruahulfa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

May 26, 2026
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!
জীৱনশৈলী

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

May 26, 2026
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

May 26, 2026
Next Post
মঙলদৈ আকাশত কৃষ্ণচূড়াৰ হাঁহি

মঙলদৈ আকাশত কৃষ্ণচূড়াৰ হাঁহি

ক’ৰোনা শেষ! ৰাজপথত প্ৰেমিক-প্ৰেমিকাৰ চুম্বন

ক’ৰোনা শেষ! ৰাজপথত প্ৰেমিক-প্ৰেমিকাৰ চুম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.