• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল… প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ

স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল… প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ

10 months ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

5 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

33 minutes ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

2 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

3 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

3 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

4 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

4 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

12 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

13 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

13 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

14 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল… প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ

স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল... প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ

editor by editor
June 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল… প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয় হানিমুন হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডেই ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৰঘুবংশী৷ সোনমৰ বিৰুদ্ধে অভিযোগ যে বিয়াৰ মাত্ৰ তিনিদিন পাছতেই তেওঁৰ প্ৰেমিকৰ সৈতে হাত মিলাই ৰাজাক হত্যাৰ পৰিকল্পনা কৰিছিল সোনমে৷ ৰাজা আৰু সোনমৰ ১১ মেত ইন্দোৰত বিয়া হৈছিল৷ ৯দিনৰ পাছত ২০ মেত মধুচন্দ্ৰিমাৰ বাবে শ্বিলঙলৈ আহে দুয়ো৷ ২ জুনত উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ৷ তাৰপিছতেই ঘটনাই লৈছে নতুন মুৰ৷ পত্নীয়েই ছুপাৰি কিলাৰ লগাই হত্যা কৰি পেলাই থৈ গ’ল ৰাজাক৷

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি সোনমে তেঁওৰ প্ৰেমিক ৰাজ কুশৱাহাক কেইবাটাও মেছেজো কৰিছিল৷ ৰাজাৰ সৈতে ঘনিষ্ঠ হোৱাত অস্বস্তি বোধ কৰিছিল বুলি সোনমে ৰাজলৈ মেছেজ কৰিছিল৷ কিন্তু সোনমৰ পৰিয়ালৰ দাবী যে ৰাজাৰ সৈতে সুখতেই আছিল সোনম৷

ইন্দোৰৰ আৰক্ষী বিষয়া ৰাজেশ দণ্ডতীয়াই জনাইছে যে ৰাজ আৰু সোনমে ১৮ মেত ৰাজাক হত্যাক পৰিকল্পনা কৰিছিল৷ প্ৰেমিক ৰাজেই বিশাল চৌহান, আনন্দ কুমাৰ আৰু আকাশ ৰাজপুতক ভাড়া কৰি হত্যাৰ পৰিকল্পনা বাস্তবায়িত কৰে সোনমে৷ ১৯ মেত ৰাজাক লৈ সোনম মেঘালয়লৈ আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

April 11, 2026
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়
বাণিজ্য

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

April 11, 2026
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!
জীৱনশৈলী

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

April 11, 2026
Next Post
‘হয়, মইয়ে কৰিছো এয়া’- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক’লে সকলো

'হয়, মইয়ে কৰিছো এয়া'- অৱশেষত আৰক্ষীৰ আগত স্বীকাৰ কৰিলে সোনমে, কান্দি কান্দি ক'লে সকলো

হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’

হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক'লে- 'মোৰ ভগ্নী অপৰাধী'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.