• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’

হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’

1 year ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

31 minutes ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

1 hour ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

2 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

4 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

6 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

19 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’

editor by editor
June 11, 2025
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হুকহুকাই কান্দি উঠিল সোনমৰ ভাতৃ, ৰাজাৰ মাতৃৰ কাষত উপস্থিত হৈ ক’লে- ‘মোৰ ভগ্নী অপৰাধী’

সোনমে অৱশেষত স্বীকাৰ কৰিলে সকলো। স্বামী ৰাজা ৰঘূবংশীৰ হত্যাত জড়িত আছিল সোনম। সোনমৰ এই কথা জানিব পৰাৰ পাছতে ৰাজাৰ মাতৃৰ কাষত উপস্থিত হয় সোনমৰ ভাতৃ। কান্দি কান্দি নিজৰ ভগ্নীৰ কথা কয় ৰাজাৰ মাতৃৰ আগত। ভগ্নীৰ দোষৰ বাবে নিজে ক্ষমা বিচাৰে সোনমৰ ভাতৃয়ে।

লগতে ভগ্নীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ কথাও উল্লেখ কৰা ৰাজাৰ মাতৃৰ আগত। সোনম ভাতৃ গোবিন্দ ৰঘূবংশীয়ে ৰাজাৰ মাতৃৰ আগত কয়- মোৰ ভগ্নী অপৰাধী। মই নিজেও সোনৰ বিৰুদ্ধে গোচৰ দিম।

প্ৰথম দেখাৰ লগে লগে ৰাজাৰ মাতৃৰ লগতে সোনৰ ভাতৃয়েও কান্দি উঠে। ৰাজাৰ মাতৃয়ে কয়- এই অপৰাধ সোনমে কৰিছে, সোনমৰ পৰিয়ালে নহয়। এই ঘটনাত গোবিন্দৰ কোনো ভুল নাই, ই মোৰ পুত্ৰৰ দৰেই। গোবিন্দই নিজে ভাতৃ হৈয়ো ভগ্নীৰ বিৰুদ্ধে কেচ দিব।

ভাতৃ গোবিন্দই পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়- সোনমে এনে এক কাণ্ড কৰিব বুলি তেঁওলোকে সপোনতো ভৱা নাছিল। হাঁহি হাঁহিয়ে বিয়াত বহিছিল। আনহাতে ৰাজ কুশৱাহৰ লগতো কোনোদিনে তেনে কোনো সম্পৰ্ক দেখা নাই। বৰঞ্চ ৰাজক ৰক্ষা বন্ধনত ৰাখী বান্ধা হে দেখিছে। ৰাজেও সদাই সোনমৰ দিদি দিদি সম্বোধন কৰা শুনিছে। সেয়ে সোনমে প্ৰকৃততে কি কাৰণত ৰাজাক হত্যা কৰিলে সেয়া আৰক্ষীৰ জেৰাতহে জানিব পৰা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: meghalaya policeSonam Case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
Next Post
জুলাইত ২৪ দিনৰ বাবে অস্ত হৈ থাকিব বুধ, লাভ হ’ব ৫ ৰাশিৰ

জুলাইত ২৪ দিনৰ বাবে অস্ত হৈ থাকিব বুধ, লাভ হ'ব ৫ ৰাশিৰ

হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ

হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.