• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ

হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ

1 year ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

5 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

6 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

7 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

8 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

9 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

11 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

12 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

12 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ

editor by editor
June 11, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হতচকিত বৰপেটাবাসী- উৎকট গৰমৰ মাজতে বৰপেটাত ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ

উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ এখন জাননীয়ে চিন্তিত কৰি তুলিছে বৰপেটা বাসী ৰাইজক। বৰপেটাৰোড বিদ্যুৎ উপসংমণ্ডলৰ পৰা দিয়া হৈছে এখন বিশেষ জাননী।

প্ৰকাশিত জাননী অনুসৰি , ৩০ দিনৰ বাবে বিদ্যুত সেৱা বন্ধ থাকিব বৰপেটাত। এই ৩০ দিনত পুৱা ৪ বজাৰ পৰা পুৱা ৮ বজালৈকে মুঠ ৪ ঘণ্টা ধৰি বন্ধ থাকিব বিদ্যুত সেৱা।

জানিব পৰা মতে, বৰপেটা ১(হাউলী)ত ৩৩‌ হাজাৰ ফিডাৰ অ’ভাৰ লোডিং হোৱাৰ বাবে নতুন ৩৩ হাজাৰ ভোল্টৰ লাইন বনাই থকা হৈছে ।

যাৰ বাবে ৩০ দিনৰ বাবে পুৱা ৪ বজাৰ পৰা ৮ বজালৈকে বৃহত্তৰ বৰপেটা ৰোড আৰু হাউলী অঞ্চলত বিদ্যুৎ সেৱা বন্ধ থাকিব। জাননীত বিদ্যুৎ উপসংমণ্ডলৰ পৰা সদৰি কৰা অনুসৰি এই গোটেই কাম খিনি সম্পূৰ্ণ হবলৈ সময় লাগিব প্ৰায় ৩০ দিন।

এই সময়ছোৱাত বৰপেটাৰোড বাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছে বৰপেটাৰোড বিদ্যুত উপসংমণ্ডলৰ বিভাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: apdclassamAssam Electric Boardbarpeta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ

মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব

মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব 'ষ্ট্ৰবেৰী মুন', পুনৰ ২০৪৩ ত হে দেখিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.