• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ

1 year ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

2 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

3 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

3 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

4 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

5 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

5 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

6 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

7 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

7 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

8 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

8 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ

editor by editor
June 11, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী এইবাৰ কেঞ্চাৰৰ গ্ৰাসত, চতুৰ্থ পৰ্যায় পাইছেগৈ ৰোগ

মনোৰঞ্জন জগতৰ চেলিব্ৰিটিসকলে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি অহৰহ প্ৰকাশ পাই আছে। শেহতীয়াকৈ টিভি অভিনেত্ৰী দীপিকা কক্কাৰৰ ষ্টেজ ২ লিভাৰ কেন্সাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়, এতিয়াও হাস্পতালতে আছে দীপিকা। এইবাৰ আন এগৰাকী অভিনেত্ৰী কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।

বলীউডৰ বহু ছবিত অভিনয় কৰা চৰিত্ৰ বিশেষ অভিনেত্ৰী তনিষ্ঠা চেটাৰ্জীৰ ষ্টেজ ৪ স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হৈছে। এই ৰোগৰ বিষয়ে তনিষ্ঠাই মাথো ৪ মাহ পূৰ্বেহে জানিব পাৰিছিল যদিও এতিয়াহে এক সাক্ষাৎকাৰত এই ৰোগৰ কথা সদৰি কৰিছে।

সাক্ষাৎকাৰত তনিষ্ঠাই কয় যে এই ৰোগৰ বিষয়ে গম পোৱাৰ লগে লগে তাই বিধ্বস্ত হৈ পৰিছিল, নিজতকৈ অধিক চিন্তা হৈছিল ৯ বছৰীয়া কণমানি কন্যাক লৈ।

শেহতীয়াকৈ টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত তনিষ্ঠা চেটাৰ্জীয়ে তেওঁৰ কৰ্কট ৰোগৰ বিষয়ে কয়। লগেত ইয়াকো কয় যে, বিগত বৰ্ষত কেন্সাৰ ৰোগত পিতৃকো হেৰুৱাইছিল তনিষ্ঠাই।

সাক্ষাৎকাৰৰ সময়ত আৱেগিক হৈ পৰা তনিষ্ঠাই কয়- ‘মোৰ জীৱনত সকলো ছিন্নভিন্ন হৈ পৰিছে। কিন্তু তথাপিও মই ভাঙি যোৱা নাই কাৰণ মই মোৰ ৭০ বছৰীয়া মা আৰু ৯ বছৰীয়া কন্যাক চোৱাচিতা কৰিব লাগিব। অৱশ্যে শক্তিশালী হোৱাৰ পিছতো প্ৰথমবাৰৰ বাবে ভাগৰুৱা অনুভৱ হৈছে।’

তনিষ্ঠা চেটাৰ্জীয়ে লগতে কয় যে, কেঞ্চাৰৰ বিষয়ে জানিব পৰাৰ লগে লগে কন্যাক নিজৰ পৰা আঁতৰ কৰি ভনীয়েকৰ লগত থাকিবলৈ আমেৰিকালৈ পঠিয়াইছে।

তনিষ্ঠাৰ কেইখন মান উল্লেখ্য যোগ্য চবি হৈছে- গুলাব গেং, সুখা, অনইণ্ডিয়ান, ডাক্তৰ ৰখমাবাই ইত্যাদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actressCancerCancer 4rth StageTannishtha Chatterjee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব ‘ষ্ট্ৰবেৰী মুন’, পুনৰ ২০৪৩ ত হে দেখিব

মহাজাগতিক পৰিঘটনা, আজি নিশা দেখা পাব 'ষ্ট্ৰবেৰী মুন', পুনৰ ২০৪৩ ত হে দেখিব

আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.