• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

1 year ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

13 minutes ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

29 minutes ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

49 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

1 hour ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

2 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

13 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

13 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

14 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

14 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

editor by editor
June 11, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি নিশা বিশেষ চন্দ্ৰই সুখ সাফল্য কঢ়িয়াই আনিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ

আজি ১১ জুন পূৰ্ণিমাত ভগৱান জগন্নাথৰ স্নান উৎসৱ পালন কৰা হৈছে। সেইবাবেই এই তিথিক দেৱস্নান পূৰ্ণিমা বুলিও কোৱা হয়। এই পূৰ্ণিমাত আকাশত দেখা যাব এক বিৰল মহাজাগতিক দৃশ্য। আজিৰ দিনটোত পূৰ্ণিমাৰ দিনা সন্ধিয়া আকাশত গোলাপী ৰঙৰ জিলিকনি দেখা যাব।

আচলতে জেঠ পূৰ্ণিমাত চন্দ্ৰ পৃথিৱীৰ বহু দূৰলৈ যায়। ফলত চন্দ্ৰৰ পোহৰত এক প্ৰকাৰৰ ৰঙা ৰঙৰ জিলিকনি দেখা যায়। সেইবাবেই ইয়াক পিংক মুন বা ষ্ট্ৰবেৰী মুন বুলি কোৱা হয়। জ্যোতিষৰ হিচাপত কোৱা হৈছে যে ষ্ট্ৰবেৰী মুনৰ প্ৰভাৱত তিনি ৰাশিৰ লোকে শুভ হবলৈ গৈ আছে।

কৰ্কট
কৰ্কট ৰাশিৰ শাসক গ্ৰহ হৈছে চন্দ্ৰ। আজি কৰ্কট ৰাশিৰ লোকে পূৰ্ণিমাৰ পোহৰত জিলিকি উঠিব। জ্যোতিষৰ হিচাপ অনুসৰি এই ৰাশিৰ লোকসকলৰ এটা দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব পাৰে। এই সময়ছোৱাত আত্মবিশ্বাস বাঢ়িব। যিকোনো জৰুৰী বিষয়ত আপুনি ঘনিষ্ঠ লোকৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰিব। সিদ্ধান্ত লোৱা কাম সম্পূৰ্ণ কৰিব পাৰিব।

মিথুন ৰাশি
ষ্ট্ৰবেৰী চন্দ্ৰই মিথুন ৰাশিৰ লোকসকলক তেওঁলোকৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব। আপুনি আপোনাৰ সপোনবোৰ বাস্তৱায়িত হোৱা দেখিব। আজি আপুনি প্ৰমাণ পাব যে আপুনি সঠিক পথত আগবাঢ়িছে। দীৰ্ঘদিন ধৰি যি কাম কৰিব বিচাৰিছিল, সেই কামটো আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ কৰিব পাৰিব। আপুনি এনেকুৱা এজনক লগ পাব যিয়ে আপোনাক অনুপ্ৰাণিত কৰিব। নিজকে বিশ্বাস কৰক, হৃদয়ৰ কথা শুনা।

বৃশ্চিক ৰাশি
জেঠ পূৰ্ণিমাৰ গোলাপী চন্দ্ৰই বৃশ্চিক ৰাশিৰ সৌভাগ্য মুকলি কৰিব। আজি আপুনি শক্তি আৰু আত্মবিশ্বাসৰ শিখৰত উপনীত হ’ব। বহুত সফলতা লাভ কৰিব ৷ সকলো প্ৰতিকূলতা অতিক্ৰম কৰি সকলো কাম কোনো সমস্যা নোহোৱাকৈ সম্পূৰ্ণ কৰিব। আপোনজনৰ পৰা ছাৰপ্ৰাইজ পাৰ্টি পাব পাৰে। হঠাতে কিছু টকা লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyPink MoonRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
বাণিজ্য

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

August 19, 2026
Next Post
৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.