• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

12 months ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

3 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

4 hours ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

6 hours ago
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

7 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

8 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

editor by editor
June 11, 2025
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ সোনমসহ অন্য ৪ অভিযুক্ত

আজি বুধবাৰে শ্বিলং আদালতে মেঘালয়ত হানিমুনৰ সময়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত সোনম ৰঘূবংশী আৰু চাৰিজন সহযোগীক ৮ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ১০ জুন মঙলবাৰে মাজনিশা সোনমক শ্বিলঙলৈ অনা হৈছিল, আনহাতে আন অভিযুক্তসকল ১১ জুন বুধবাৰে ট্ৰেনজিট ৰিমাণ্ডত উপস্থিত হৈছিল।

ইষ্ট খাছি হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছায়েমে কয় যে, “আৰক্ষীয়ে আটাইকেইজন অভিযুক্তৰ ১০ দিনৰ ৰিমাণ্ড বিচাৰিছিল। কিন্তু আদালতে ৮ দিনৰ আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰে।”

উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা ২৪ বছৰীয়া সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰাজা ৰঘুবংশীৰ হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল।

স্বামী ৰাজা ৰঘুবংশীৰ মৃত্যুত নিজৰ ভূমিকা স্বীকাৰ কৰি সোনমে নিজৰ অপৰাধ স্বীকাৰ কৰে। যেতিয়া মেঘালয় আৰক্ষীয়ে প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে মুখামুখি কৰি জেৰা কৰে তেতিয়া সোনমে নিজৰ অপৰাধ স্বীকাৰ কৰে।

সোণমে স্বীকাৰ কৰে যে তেওঁ তিনিজন ঠিকাভিত্তিক হত্যাকাৰী আকাশ ৰাজপুত, বিশাল ওৰফে বিকি ঠাকুৰ আৰু আনন্দ কুৰ্মীৰ সৈতে মিলি স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: meghalaya policeSonam Raghubanchi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!
বিজ্ঞান

June 3, 2026
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী
জীৱনশৈলী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

June 3, 2026
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?
ক্ৰীড়া

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

June 3, 2026
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক
জীৱনশৈলী

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

June 3, 2026
Next Post
প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

দৈনিক ৰাশিফল, শুক্লা যোগত পূৰ্ব আষাঢ় নক্ষত্ৰ, কি আছে কাৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন