• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

1 year ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

11 minutes ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

35 minutes ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

1 hour ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

4 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

5 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

5 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

6 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

7 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

8 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

9 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

9 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

editor by editor
June 11, 2025
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম
0
SHARES
5.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰকৃত প্ৰেমিক অন্যহে! পোহৰলৈ আহিছে আন এজনৰ নাম

ৰাজা ৰঘুবংশী হত্যাকাণ্ডত পোহৰলৈ আহিছে এইবাৰ আন এক নতুন নাম। যাৰ ফলত অধিক জটিল হৈ পৰিছে ঘটনা। পোহৰলৈ অহা খবৰ অনুসৰি সোনম ৰঘুবংশীৰ প্ৰেমিক ৰাজ কুশৱাহা নহয় বৰঞ্চ আন এক যুৱকহে। এই সমস্ত ঘটনাত ৰাজ কেৱল এক মোহৰা, যাৰ নাম লৈ খেল খেলি আছে সোনমে।

এইবাৰ পোহৰলৈ অহা নাম হাৱালা নেটৱৰ্কৰ সৈতে জড়িত জিতেন্দ্ৰ ৰঘুবংশী। আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে এই সন্দৰ্ভত। তদন্তত প্ৰকাশ পাইছে যে ৰাজ আৰু জিতেন্দ্ৰই হাৱালাৰ জৰিয়তে লেনদেন কৰিছিল।

জিতেন্দ্ৰৰ নামত চাৰিটা বেংক একাউণ্টত লাখ লাখ টকাৰ সন্দেহজনক লেনদেন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জিতেন্দ্ৰ ৰঘুবংশী মধ্যপ্ৰদেশৰ দেৱাছৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজ কুশৱাহাৰ বেংক একাউণ্টৰ তদন্তৰ সময়ত জিতেন্দ্ৰ ৰঘুবংশীৰ নামত লাখ লাখ টকাৰ লেনদেন লিংক কৰা দেখা গৈছে।

যাৰ বাবে সন্দেহ কৰা হৈছে ৰাজ নহয় জিতেন্দ্ৰ সোণমৰ প্ৰকৃত প্ৰেমিক হ’ব পাৰে। অৱশ্যে এই দাবী আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। মেঘালয় আৰু মধ্যপ্ৰদেশ আৰক্ষীয়ে বৰ্তমানে জিতেন্দ্ৰ ৰঘুবংশীৰ সন্ধানত নামি পৰিছে।

একাংশ লোকে এক্স পোষ্টত জিতেন্দ্ৰক সোণমৰ প্ৰেমিক আৰু এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰিছে। কিন্তু আৰক্ষীয়ে এই কথা এতিয়াও নিশ্চিত কৰা নাই। ৰাজ কুশৱাহাক এতিয়াও মূল ষড়যন্ত্ৰকাৰী বুলি ধাৰণা কৰা হৈছে।

সম্ভৱতঃ হত্যাকাণ্ডৰ বাবে ধন আগবঢ়োৱাত জিতেন্দ্ৰই ভূমিকা লৈছিল বা হাৱালা নেটৱৰ্কৰ অংশ আছিল। জিতেন্দ্ৰৰ নাম চৰ্চালৈ অহাৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে সোণম আৰু ৰাজ কুশৱাহা বৃহত্তৰ নেটৱৰ্কৰ অংশ আছিল নে জিতেন্দ্ৰৰ ভূমিকা কেৱল আৰ্থিক আছিল। জিতেন্দ্ৰ ৰঘুবংশী এতিয়াও পলাতক হৈ থকাৰ বাবে আৰক্ষীয়ে সন্ধানত নামি পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: meghalaya policeSonam Raghubanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 11, 2026
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!
ভাৰত

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

September 11, 2026
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO
বাণিজ্য

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

September 11, 2026
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন
অসম

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

September 11, 2026
Next Post
দৈনিক ৰাশিফল, শুক্লা যোগত পূৰ্ব আষাঢ় নক্ষত্ৰ, কি আছে কাৰ ভাগ্যত

দৈনিক ৰাশিফল, শুক্লা যোগত পূৰ্ব আষাঢ় নক্ষত্ৰ, কি আছে কাৰ ভাগ্যত

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.