• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

25 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

51 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

7 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

editor by editor
February 6, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত, লেখা, শিক্ষা
0
পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম
0
SHARES
751
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ উত্তৰাখণ্ডৰ বিধানসভাত পেছ কৰা হৈছে অভিন্ন দেৱানী বিধি সংক্ৰান্তীয় বিল। এই বিল পেছক ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিছে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে। ভাৰতত ইউনিফৰ্ম চিভিল কোড অনা প্রথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড আৰু অচিৰেই এই তালিকাত দ্বিতীয় ৰাজ্য হোৱাৰ দিশে অসম। এই বিলত একাধিক বিষয়ৰ কথা উল্লেখ কৰা হৈছে। বিবাহ, সম্পত্তিৰ উত্তৰাধিকাৰ, তুলি লোৱা সন্তান আদি সকলোবোৰকেই এই বিলত সামৰি লোৱা হৈছে।

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যাায়াধীশ ৰঞ্জন প্ৰকাশ দেছাইৰ নেতৃত্বাধীন পাঁচজনীয়া এটা কমিটিয়ে উত্তৰাখণ্ডৰ এই ইউনিফৰ্ম চিভিল কোজৰ বিশেষ খচৰা প্ৰস্তুত কৰিছে। এই বিলৰ খচৰা পুস্কৰ সিং ধামী চৰকাৰৰ হাতত তুলি দিছে ৫জনীয়া দলটোৱে। তাৰপাছতেই কেবিনেটত এই খচৰা উত্থাপন কৰিছে মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে। মুঠ ৭৪০ পৃষ্ঠাৰ খচৰা তৈয়াৰ কৰা হৈছে এই অভিন্ন দেৱানী বিধিৰ বাবে। প্ৰত্যেক নাগৰিকৰ বাবে আইনৰ সমান অধিকাৰৰ কথাও কোৱা হৈছে এই ইউনিফৰ্ম চিভিল কোডত। ইয়াৰ মাজতেই আছে বিবাহ, বিচ্ছেদ, সম্পত্তিৰ ভাগ বটোৱাৰা, উত্তৰাধিকাৰী আৰু তুলি লোৱা সন্তানৰ উত্তৰাধিকাৰ, লিভ ইন ৰিলেশ্ব্যনচিপ আদি বিষয়। প্ৰত্যেক নাগৰিকৰ বাবেই এই সমস্ত বিষয় লাঘু হ’ব বুলি উল্লেখ আছে এই বিলত।

লৰা-ছোৱালী সকলোৱে পাব সম্পত্তিৰ সমান অধিকাৰ
উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা পেছ কৰা অভিন্ন দেৱানী বিধি বিল অনুসৰি, লৰা, ছোৱালী সকলোৱে সম্পত্তিৰ সমান ভাগ পাব। প্ৰত্যেক অৰ্থনৈতিক আৰু সামাজিক বৰ্গত এই নিয়ম লাঘু হ’ব।

বিবাহ বহিৰ্ভূত সন্তানেও পাব যথাযথ মৰ্যাদা
বিবাহিতা স্ত্ৰীৰ সন্তান অথৱা বিবাহ বহিৰ্ভূত সন্তান, দুজনৰেই পিতৃৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ থাকিব। বিবাহ বহিৰ্ভূত সন্তান থাকিলে তেঁওলোকৰো উত্তৰাধিকাৰৰ মৰ্যাদা থাকিব। প্ৰত্যেক সন্তানকেই বায়লজিকেল হিচাপে পৰিচয় দিব লাগিব পিতৃয়ে। সম্পৰ্ক থাকক নাথাকক, বিবাহ বহিৰ্ভূত সন্তানকো পৰিচয় আৰু মৰ্যাদা দিব লাগিব এই বিলৰ আওতাত।

তুলি লোৱা সন্তানেও পাব সমান অধিকাৰ
ইউনিফৰ্ম চিভিল কোড অনুসৰি তুলি লোৱা সন্তান, চেৰোগেছি কিম্বা IVF পদ্ধতিৰে জন্ম হোৱা সন্তানৰ মাজতো কোনো পাৰ্থক্য ৰাখিব নোৱাৰিব। বায়লজিকেল পদ্ধতিৰে জন্ম লোৱা সকলো সন্তানেই সমান।

মৃত্যুৰ পাছত সম্পত্তিৰ অধিকাৰ
কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ পত্নী আৰু সন্তানক সম্পত্তিৰ সমান অধিকাৰৰ পৰা কোনোৱে বঞ্চিত কৰিব নোৱাৰিব। ইয়াৰোপৰি মৃত ব্যক্তিৰ পিতৃ-মাতৃয়েও তেওঁৰ সম্পত্তিত সমান অধিকাৰ পাব। এই নিয়ম পূৰ্বতকৈ সম্পূৰ্ণ পৃথক। পূৰ্বে মৃতকৰ সম্পত্তিৰ ওপৰত কেৱল মাতৃৰ হে অধিকাৰ আছিল।

লীভ ইন ৰিলেশ্ব্যনচিপৰ বাবে লাগিব অনুমতি
লীভ ইন ৰিলেশ্ব্যনচিপ নৈতিকতাৰ বিৰুদ্ধ কাম। যদি এজন সংগী বিবাহিত হৈয়ো অন্যৰ সৈতে সম্পৰ্ক ৰাখে, এজন সংগী যদি নাৱালক হয়, বলপূৰ্বক কোনোবাই যদি কাৰোবাক সংগী কৰে, কাৰোবাক যদি ভুৱা পৰিচয়েৰে প্ৰতাৰণা কৰে তেন্তে কাৰাগাৰলৈ যোৱাৰ বাট নিশ্চিত। ইয়াৰোপৰি লীভ ইন ৰিলেচনশ্বিপৰ বাবে লাগিব দুয়োৰে সঠিক তথ্য। আৰু সেই তথ্য বিশেষ ৱেবচাইটত জমা দিব লাগিব। যদি বিশেষ পৰ্টেলটোত ৰেজিষ্ট্ৰেছন প্ৰত্যাখান হয় তেন্তে আপুনি লীভ ইনত থাকিব নোৱাৰিব। ২১ বছৰৰ তলৰ যুৱক বা যুৱতীয়ে লীভ ইনত থাকিবলৈ অভিভাৱকৰ অনুমতি ল’ব লাগিব।

UCC-অনাৰ প্ৰধান উদ্দেশ্য কি?
এই অভিন্ন দেৱানী বিধিৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত এক নিৰ্দিষ্ট আইনী পৰিকাঠামো গঠন কৰা। যি পৰিকাঠামোৱে দেশৰ সমস্ত ৰাজ্যৰ নাগৰিকৰ বিবাহ, বিচ্ছেদ, সম্পত্তিৰ অধিকাৰৰ দৰে বিষয়সমূহত সমান আইনী অধিকাৰ প্ৰদান কৰে। ধৰ্ম, বৰ্ণ আৰু আৰ্থিক বৰ্গ নিৰ্বিশেষে এই নিয়ম সকলোৰে বাবে লাঘু হ’ব। ৰিপৰ্ট অনুসৰি এই বিলত বহুবিবাহ নিষিদ্ধ কৰাৰ কথাও উল্লেখ আছে। বাল্যবিবাহ সমস্ত ধৰ্মৰ বাবেই বন্ধ কৰাৰ কথাও উল্লেখ আছে এই বিলত। প্ৰত্যেক ধৰ্মৰ বিবাহযোগ্য তৰুমীৰ বাবেই বিবাহৰ এক নিৰ্দিষ্ট বয়স ধ্যৰ্য কৰি দিয়া হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

অৰ্জুন বঁটাপ্ৰাপ্ত জাতীয় দলৰ খেলুৱৈয়ে কৰিছে এই কাণ্ড! POCSO আইনৰ অধীনত যুৱতীয়ে তৰিলে গোচৰ

অৰ্জুন বঁটাপ্ৰাপ্ত জাতীয় দলৰ খেলুৱৈয়ে কৰিছে এই কাণ্ড! POCSO আইনৰ অধীনত যুৱতীয়ে তৰিলে গোচৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.