১৭ বিধ জীৱনদায়ী ঔষধৰ ওপৰত আমদানি শুল্ক আৰোপ কৰা নহ’ব৷ বাজেটত ঘোষণা কেন্দ্ৰীয় অৰ্থমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ৷ ফলত কৰ্কট, ব্লাড ছুগাৰসহ বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহৃত এই ঔষধসমূহৰ দাম কমিব বুলি প্ৰত্যাশা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















