• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

8 months ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

16 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

55 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

editor by editor
August 20, 2025
in ভাৰত, ৰাজনীতি
0
৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?
0
SHARES
615
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰীয়ে যদি লেথাৰিকৈ ৩০ দিন আৰক্ষীৰ জিম্মাত বা কাৰাগাৰত থাকে তেন্তে তেওঁক সেই পদৰ পৰা অপসাৰণ কৰা হ’ব৷ বুধবাৰে লোকসভাত বিল পেছ কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত ১৩০ তম সংবিধান সংশোধনী বিল উত্থাপন কৰিছে৷ বিল উত্থাপন হোৱাৰ পূৰ্বৰে পৰাই ইয়াৰ বিৰোধীতাৰে সৰব হৈ আছে বিৰোধী দলৰ নেতাসকল৷ লোকসভাত বিল উত্থাপিত হোৱাৰ লগে লগেই অধিবেক্ষণ কক্ষৰ ভিতৰতেই বিক্ষোভ কৰে বিৰোধী সাংসদসকলে৷

এই বিলৰ মাধ্যমেৰে বিৰোধীৰ কণ্ঠস্বৰক দমাবলৈ চেষ্টা কৰা বুলি অভিযোগ আনিছে বিৰোধী ৰাজনৈতিক দলসমূহে৷ কংগ্ৰেছ, তৃণমূল, চিপিআইএমসহ সকলো বিৰোধী দলসমূহে একগোট হৈ কেন্দ্ৰৰ এই বিলৰ বিৰুদ্ধে সৰব হৈছে৷ সম্প্ৰতি বিজেপি বিৰোধী বিভিন্ন দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাও দেখা গৈছে৷ দিল্লীৰ প্ৰাক্তন মুখমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰা দেখা গৈছিল৷ এই বিল আইনত পৰিণত হলে সেয়া বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে ৰাজনৈতিক হাঁথিয়াৰ হিচাপে ব্যৱহাৰ হব পাৰে বুলি আশংকা কৰা হৈছে৷

কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীৰ বক্তব্য যে দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপৰ কথা কেৱল সাধাৰণ মানুহৰ চকুত কাপোৰ বন্ধাৰ দৰেই কথা৷ তেওঁ কয়, ‘ভৱিষ্যতে যিকোনো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যিকোনো গোচৰ তৰা হব পাৰে৷ তেওঁ দোষী সাব্যস্ত নহলেও তেওঁক ৩০ দিন আৰক্ষীৰ জিম্মাত ৰাখিবও পাৰে৷ তাৰপিছতেই তেওঁ আৰু মুখ্যমন্ত্ৰী হৈ নাথাকিব৷ এয়া সম্পূৰ্ণৰূপে সংবিধানবিৰোধী এক কাৰ্যকলাপ৷ এয়া অগণতান্ত্ৰিক আৰু অত্যন্তই দুৰ্ভাগ্যজনক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা
ভাৰত

Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা

April 2, 2026
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

April 2, 2026
Next Post
আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

আজিয়েই খুলিব সৌভাগ্য দুৱাৰ! চন্দ্ৰ কৰ্কটত, গজকেশৰী যোগত ৫ৰাশিৰ হাতলৈ আহিব অৰ্থ, সম্পদ

মুখ্যমন্ত্ৰীক কেনেকৈ চৰিয়ালে ব্যক্তিয়ে? ২২ জন ছিকিউৰিটি জোৱানে কিয় ৰক্ষা কৰিব নোৱাৰিলে ৰেখা গুপ্তক? ভুল ক’ত হ’ল? মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কোন শ্ৰেণীৰ নিৰাপত্তা?

মুখ্যমন্ত্ৰীক কেনেকৈ চৰিয়ালে ব্যক্তিয়ে? ২২ জন ছিকিউৰিটি জোৱানে কিয় ৰক্ষা কৰিব নোৱাৰিলে ৰেখা গুপ্তক? ভুল ক’ত হ’ল? মুখ্যমন্ত্ৰীৰ নিৰাপত্তা কোন শ্ৰেণীৰ নিৰাপত্তা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.