• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা দিল্লীত আনলক প্ৰক্ৰিয়া আৰম্ভ

আজিৰে পৰা দিল্লীত আনলক প্ৰক্ৰিয়া আৰম্ভ

5 years ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

15 minutes ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

2 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

2 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

3 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

4 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

7 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

7 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

8 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

8 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

আজিৰে পৰা দিল্লীত আনলক প্ৰক্ৰিয়া আৰম্ভ

editor by editor
May 31, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
আজিৰে পৰা দিল্লীত আনলক প্ৰক্ৰিয়া আৰম্ভ
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা দিল্লীত চৰ্তসাপেক্ষ আনলক প্ৰক্ৰিয়া আৰম্ভ। সম্পূৰ্ণ লকডাউনৰ প্ৰায় ৪২ দিনৰ পাছত দিল্লী প্ৰশাসনে আৰম্ভ কৰিছে আনলক প্ৰক্ৰিয়া। দিল্লীত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে দিল্লীৰ কোভিড পৰিস্থিতি। কিন্তু বৰ্তমানো জাৰি আছে কোভিড সন্দৰ্ভত কিছু নীতি-নিময়। কেৱল জৰুৰীসেৱাৰ বাদে মেট্ৰ’, মল, সাপ্তাহিক বজাৰ আদি সকলোৰে ক্ষেত্ৰত ৭ জুনৰ পুৱা ৫ বজা পৰ্যন্ত জাৰি থাকিব সান্ধ্য আইন। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সদৰী কৰে এই কথা। আজিৰে পৰা আৰম্ভ হোৱা আনলক প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ আৰু উৎপাদন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলক অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। স্বীকৃতিপ্ৰাপ্ত উদ্যোগিক ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত শ্ৰমিক তথা কৰ্মচাৰীয়ে ই-পাছ লোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰে দিল্লী প্ৰশাসনে। অৱশ্যে অত্যাৱশ্যকীয় কাম, অফিচ, কাৰখানা আদিৰ ক্ষেত্ৰত ধীৰে ধীৰে আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalasom live 24assam live 24axom live 24delhi unlock
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
Next Post
পতঞ্জলি যোগপীঠত বাবা ৰামদেৱে নিৰ্মাণ কৰিব মেডিকেল কলেজ

পতঞ্জলি যোগপীঠত বাবা ৰামদেৱে নিৰ্মাণ কৰিব মেডিকেল কলেজ

নাইজেৰিয়াত শতাধিক স্কুলীয়া শিক্ষাৰ্থীক অপহৰণ

নাইজেৰিয়াত শতাধিক স্কুলীয়া শিক্ষাৰ্থীক অপহৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.