• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

2 years ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

54 minutes ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

1 hour ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

2 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

2 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

3 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

4 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

4 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

4 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

6 hours ago
Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

Oily Skin ত ভুলতো নলগাব এইবোৰ বস্তু, হ’ব পাৰে সমস্যা!

6 hours ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই

editor by editor
November 20, 2024
in জীৱনশৈলী
0
অৰ্থভাগ্য উন্নত কৰিব খোজে? আঘোণ মাহত কৰক এই কাম, সুফল পাবই
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰৰ পৰা আৰম্ভ হৈছে আঘোণ মাহ৷ অসমীয়া কেলেণ্ডাৰৰ ৮ নম্বৰ মাহ হৈছে আঘোণ মাহ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই মাহত বিশেষ কেইটামান পূজা কৰিলে আপোনাৰ অৰ্থভাগ্য উন্নত হোৱাৰ সৈতে জীৱনলৈকো ভাল ফল আহে৷

আঘোণ মাহত কি কি কৰিব?

১. আঘোণ মাহত ঘৰত এজোপা তুলসী গছ ৰোৱক৷ প্ৰতি দিনেই পুৱা সেই গছত পানী অৰ্পণ কৰক৷ সন্ধিয়াবেলা তুলসীতলত ঘীঁৰ প্ৰদীপ জ্বলাওক৷ ইয়াৰ ফলত শ্ৰী বিষ্ণু আৰু দেৱী লক্ষ্মী খুবেই প্ৰসন্ন হ’ব৷ সংসাৰলৈকো শ্ৰী বৃদ্ধি আহিব৷

২. এই মাহৰ যিকোনো বৃহস্পতিবাৰে ঘৰৰ উত্তৰ পূব কোণত ক’ল গছ ৰোপণ কৰক আৰু নিয়মিত সেই গছক পূজা কৰক৷

৩. আঘোণ মাহত আপোনাৰ ব্যৱসায় বা চাকৰিৰ স্থানত শ্ৰী বিষ্ণুৰ ছবি ৰাখি তাৰ কাষত দক্ষিণাবৰ্ত শংখ ৰাখি পূজা কৰিব৷
৪. আঘোণ মাহত শংখৰ মাজত তুলসী পাত দি পূজা কৰক৷ এনে কৰিলে সাংসৰিক অভাৱ অনাটন আৰু দাম্পত্য সমস্যা দূৰ হয়৷

৫. এই মাহত বগা কাপোৰত এটা শংখ আৰু চাউল বা বগা বাতাছা বান্ধি প্ৰবাহিত পানীত উটোৱাই দিয়ক৷ ইয়াৰ ফলত শুক্ৰ দোষ দূৰ হ’ব৷

৬. যি কোনো বিষ্ণু মন্দিৰত এই মাহত এটা শংখ দান কৰক৷ ইয়াৰ ফলত দ্ৰুত আৰ্থিক উন্নতি হ’ব৷

৭. আঘোণ মাহত নদীত স্নান কৰিলে পিতৃদোষৰ পৰা মুক্তি পোৱা সম্ভৱ৷

৮. অশুভ দোষৰ পৰা হাত হাৰিবলৈ অসহায় দৰিদ্ৰ মানুহক নিজৰ সাধ্যমতে অন্ন বস্ত্ৰ দান কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

July 6, 2026
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

July 6, 2026
Next Post
৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

৭বছৰে সৰু ছায়ৰা প্ৰকৃততে কোন? বিয়াৰ পূৰ্বে ছায়ৰাক কি চৰ্ত দিছিল ৰহমানে?

অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

অতিকে শোকাৱহ, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৫ নিহত, ১৫ৰো অধিক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.